• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কংগ্ৰেছৰ সভাপতি নিৰ্বাচন, কেনেকৈ অনুষ্ঠিত হয় এই নিৰ্বাচন, কোনে কোনে দিব পাৰে ভোট?

কংগ্ৰেছৰ সভাপতি নিৰ্বাচন, কেনেকৈ অনুষ্ঠিত হয় এই নিৰ্বাচন, কোনে কোনে দিব পাৰে ভোট?

3 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

11 minutes ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

55 minutes ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

1 hour ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

3 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

3 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

5 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

6 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

7 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

8 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কংগ্ৰেছৰ সভাপতি নিৰ্বাচন, কেনেকৈ অনুষ্ঠিত হয় এই নিৰ্বাচন, কোনে কোনে দিব পাৰে ভোট?

editor by editor
October 17, 2022
in অসম, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
কংগ্ৰেছৰ সভাপতি নিৰ্বাচন, কেনেকৈ অনুষ্ঠিত হয় এই নিৰ্বাচন, কোনে কোনে দিব পাৰে ভোট?
0
SHARES
224
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুটা দশকতকৈও অধিক সময়। প্ৰায় ২৪ বছৰৰ অন্তত অনুষ্ঠিত হৈছে কংগ্ৰেছ দলৰ সভাপতি নিৰ্বাচন। ১৯৯৬-১৯৯৮ চনত সভাপতি নিৰ্বাচিত হৈছিল সীতাৰাম কেশৰী। ১৯৯৮ ৰ পিছৰে পৰা সুদীৰ্ঘ দুটা দশকৰ অন্তত অনুষ্ঠিত নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াইছে শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খাড়্গে। ১৭ অক্টোবৰত অনুষ্ঠিত এই নিৰ্বাচনক বহুতেই এক ঐতিহাসিক নিৰ্বাচন বুলি মন্তব্য প্ৰকাশ কৰিছে। কিয়নো বহু বছৰৰ অন্তত এই নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনো সদস্য নাই। কংগ্ৰেছৰ ১৩৭ বছৰীয়া ইতিহাসত এই নিৰ্বাচন হ’ব ৬ নম্বৰ নিৰ্বাচন। ১৯৪৭ চনৰ পৰা বৰ্তমানলৈ গান্ধী পৰিয়ালৰ বাহিৰৰ মাত্ৰ ১৪ গৰাকী ব্যক্তিহে সভাপতিৰ আসনত বহিছে। নিৰ্বাচনৰ নিৰপেক্ষতা বজাই ৰখাৰ বাবেই এই নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনো সদস্যই ভোটদানো নকৰে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। কিন্তু কেনেকৈ অনুষ্ঠিত হয় এই নিৰ্বাচন? কোনে কোনে এই নিৰ্বাচনত ভোট দিব পাৰে?

কংগ্ৰেছ দলৰ সংবিধানৰ অনুচ্ছেদ নং ১৮-ত সভাপতি পদৰ নিৰ্বাচনৰ কথা উল্লেখ আছে। এই নিৰ্বাচনত ব্লক পৰ্যায়ৰ পৰা বিভিন্ন স্তৰৰ কংগ্ৰেছ সমিতিৰ সদস্যই অংশ ল’ব পাৰে। ব্লক স্তৰৰ কমিটিসমূহে প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক প্ৰতিনিধি নিৰ্বাচন কৰে। ৰাজ্যিক প্ৰদেশ কংগ্ৰেছ কমিটিসমূহে আকৌ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ প্ৰতিনিধি নিৰ্বাচন কৰে। প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি যিয়ে অন্তত এবছৰ ধৰি সেই পদত থাকে লগতে বৰ্তমানো তেওঁ দলৰ সদস্য হৈ থাকে তেৱোঁ এই নিৰ্বাচনত ভাগ ল’ব পাৰে।

দলীয় সভাপতি পদৰ বাবে মনোনয়ন প্ৰক্ৰিয়া শেষ হোৱাৰ পিছতহে দলৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিৰ চেয়াৰমেনে প্ৰাৰ্থীৰ নাম ৰাজহুৱা কৰে। সভাপতি পদৰ বাবে হোৱা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে মনোনীত হ’বৰ বাবে প্ৰস্তাৱক হিচাপে অন্তত ১০ জন প্ৰতিনিধি লাগে। মনোনয়ন পত্ৰ জমা দিয়াৰ পিছত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ বাবে ৭ দিন সময় দিয়া হয়। যদি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তত মাত্ৰ এজন প্ৰাৰ্থীয়েই ৰৈ যায় তেন্তে নিৰ্বাচন অনুষ্ঠিত নকৰাকৈয়ে তেওঁক সভাপতি বুলি স্বীকৃতি দিয়া হয়। প্ৰাৰ্থী বহুকেইজন হ’লে কোনো এক নিৰ্দিষ্ট দিনত ৰাজ্যৰ প্ৰদেশ কংগ্ৰেছৰ সদস্যসকলে ভোটদান কাৰ্য সমাপন কৰিব লাগে।

কোনে কোনে এই নিৰ্বাচনত ভোট দিব পাৰে? কংগ্ৰেছ দলৰ ভিতৰত এই নিৰ্বাচনত ভোটদান কৰাৰ বাবে ৯ হাজাৰ প্ৰতিনিধি আছে। ২৪ বছৰৰ অন্তত পতা এই নিৰ্বাচনত পোনতে বহুকেইজন কংগ্ৰেছী নেতায়েই প্ৰতিদ্বন্দিতা কৰিব বুলি প্ৰকাশ কৰিছিল কংগ্ৰেছৰ ভিতৰচৰাৰ এক বিশেষ সূত্ৰই। কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ভোটগ্ৰহণ কৰা নাই যদিও ৰাহুল গান্ধীয়ে ভোটগ্ৰহণ কাৰ্যত অংশগ্ৰহণ কৰিছে। ‘ভাৰত জোড়ো যাত্ৰা’ত কৰ্ণাটকত থকা ৰাহুলৰ লগতে তেওঁৰ সৈতে যাত্ৰা কৰা ৪০ গৰাকী প্ৰতিনিধিয়ে ভোটদান কাৰ্য সমাপন কৰে।

নিৰ্বাচনৰ বাবে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটকে ধৰি দিগ্বীজয় সিঙৰ নামো চৰ্চা হৈছিল যদিও শেহতীয়াভাৱে আজি শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খড়্গেৰ মাজত আৰম্ভ হৈছে প্ৰতিদ্বন্দিতা। কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি সেয়া সময়তহে পৰিলক্ষিত হ’ব যদিও গান্ধী পৰিয়ালে ভিতৰি মল্লিকাৰ্জুন খড়্গেকেই সভাপতিৰ আসনত বিচাৰিছে বুলিও চৰ্চা অব্যাহত আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
Next Post
যুদ্ধৰ সামৰিক কৌশলৰ অংশ যৌন নিৰ্যাতন! ৰুছ বাহিনীলৈ পঠিওৱা হৈছে কাৰ্টুনে কাৰ্টুনে ‘ভায়েগ্ৰা’

যুদ্ধৰ সামৰিক কৌশলৰ অংশ যৌন নিৰ্যাতন! ৰুছ বাহিনীলৈ পঠিওৱা হৈছে কাৰ্টুনে কাৰ্টুনে 'ভায়েগ্ৰা’

গীতাত হাত হৈ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত ল’লে ছেফালী ৰাজজান দুগ্গলে

গীতাত হাত হৈ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত ল’লে ছেফালী ৰাজজান দুগ্গলে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.