• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

11 months ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

11 minutes ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

55 minutes ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

1 hour ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

3 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

3 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

5 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

6 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

7 hours ago
আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

আমাৰ ধৰ্ম ভিন্ন, বয়সৰ ব্যৱধান আছে, নিকৰ সৈতে দূৰত্ব বাঢ়িছে? বিচ্ছেদৰ খবৰক লৈ কি কৈছে প্ৰিয়ংকাই?

8 hours ago
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?

editor by editor
April 22, 2025
in জীৱনশৈলী
0
মহামাৰী হ’ব ভিটামিন ডিৰ অভাৱ! ধ্বংস হ’ব পাৰে হাৰ্ট, ব্ৰেইন, ইয়াৰ পৰা ৰক্ষা পোৱাৰ উপায় কি?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শাৰীৰিক কাৰ্যকলাপৰ বাবে অপৰিহাৰ্য ভিটামিন ডি৷ কেৱল শৰীৰ নহয়, মনকো নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা ৰাখে এই ভিটামিনে৷ ভিটামিন ডিৰ মাত্ৰা কম থাকিলে বিষণ্ণতাৰ পৰা আৰম্ভ কৰি কৰ্কট, নানান ধৰণৰ ৰোগৰ আশংকা বাঢ়ি যায়৷ আৰু এই ভিটামিনৰ মূল উৎস হৈছে সূৰ্যৰ পোহৰ৷ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলেই দেহত এই ভিটমিনৰ মাত্ৰা বৃদ্ধি পায়৷ কিন্তু ভাৰতৰ দৰে ক্ৰান্তীয় দেশত ৰ’দৰ অভাৱ নাথাকিলেও ভিটামিন ডিৰ ঘাটিয়ে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷
দেশত ভিটামিন ডিৰ ঘাটিৰ হাৰ অঞ্চলভেদে ৪০শতাংশৰ পৰা ৯৯ শতাংশ পৰ্যন্ত৷ কেতিয়াবা কেতিয়াবা সেয়া ৮০শতাংশৰ পৰা ৯০ শতাংশও হয়৷ ভিটামিন ডিৰ ঘাটিক লৈ দুশ্চিন্তা দেশজুৰি বাঢ়িছে৷ একাধিক গৱেষণাই ইয়াৰ কাৰণে হিচাপে বাচি ওলিয়াইছে আমাৰ খাদ্যভাষ আৰু বায়ু প্ৰদুষণক৷ ৰ’দ এৰাই চলাৰ অভ্যাসো ইয়াৰ নেপথ্যত আছে৷ সেয়ে সূৰ্যলোকৰ ওপৰিও অন্যান্য স্বাস্থ্যকৰ উপায়েৰে ভিটামিন ডিৰ মাত্ৰা বঢ়োৱাৰ বাবে চেষ্টা কৰিব লাগে৷ পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি পাইছেনে সেয়া নিশ্চিত কৰাৰ ৬টা উপায়-

শৰীৰত মেগনেচিয়ামৰ মাত্ৰা বঢ়োৱা

ভিটামিন ডিয়ে সঠিকভাৱে ৰক্ত সৰবৰাহৰ বাবে মেগনেছিয়ামৰ গুৰুত্ব অপৰিসীম৷ আমেৰিকাৰ নেশ্ব্যনেল লাইব্ৰেৰী অফ মেডিচিনৰ এক সাম্প্ৰতিক প্ৰতিবেদনত লেখা হৈছে যে মেগনেছিয়ামে ভিটামিন ডিৰ সক্ৰিয়তা বঢ়োৱাত সহায় কৰে৷ ইয়াৰ ফলত হাড় মজবুত হয়৷ মেগনেছিয়ামৰ ঘাটিত ভিটামিন ডিৰ ঘাটি আৰু বাঢ়ি যায়৷ শৰীৰত মেগনেছিয়ামৰ মাত্ৰা ঠিকে ৰখাত নজৰ দিয়ক৷

ভিটামিন ডি সমৃদ্ধ খাদ্য

দুগ্ধজাত খাদ্যৰ পৰা ভিটামিন ডি পাব পাৰে শৰীৰে৷ গাখীৰ আৰু দৈৰ দৰে পূৰ্ণ চৰ্বিযুক্ত দুগ্ধজাত খাদ্যত ভিটামিন ডিৰ পৰিমাণ বেছি থাকে৷ কাৰণ এই ভিটামিনবিধ চৰ্বিত দ্ৰৱণীয়৷ ইয়াৰোপৰি কমলাৰ ৰস, ছেমন মাছ, ছাৰ্ডিন মাছ, কড লিভাৰ অইলো ভিটামিন ডিৰ ভাল উৎস৷

খাদ্যৰ সৈতে ভিটামিন ডি ছাপ্লিমেণ্ট

ভিটামিন ডি চৰ্বিত দ্ৰবণীয় এবিধ ভিটামিন৷ অৰ্থাৎ লিপিডত মিহলি হৈ থাকিব পাৰে৷ সাধাৰণতে তেলৰ ফৰ্মুলেছনত দিয়া হয় ছাপ্লিমেণ্ট, যাতে শৰীৰত খুব সহজেই এয়া শোষিত হব পাৰে৷ খাদ্যৰ সৈতে ভিটামিন ডি ছাপ্লিমেণ্ট খোৱা উচিত যিসমূহৰ মাজত স্বাস্থ্যকৰ চৰ্বি আছে৷ যেনে এভোকাডো, বীজ, বাদাম, চাৰ্ডিন আৰু ছেমন মাছ৷ কিছু গৱেষণাত জনা গৈছে যে দিনত আপুনি খোৱা খাদ্যৰ সৈতে ভিটামিন ডি ছাপ্লিমেণ্ট খালে ভাল ফল লাভ কৰিবই৷

ভিটামিন কেৰ ঘাটি দূৰ কৰা

ভিটামিন ডিয়ে হাড়ৰ কাৰ্যকাৰিতাৰ সৈতে জড়িত৷ ভিটামিন ডিয়েই নহয়, ভিটামিন কেও চৰ্বিত মিহলি হৈ থকা ভিটামিন আৰু হাড়ৰ স্বাস্থ্যৰক্ষাত ডাঙৰ ভূমিকা পালন কৰে৷ হাড়ৰ ভিতৰত কেলছিয়ামৰ প্ৰৱেশ হৈছে নে নাই সেই দিশতো নজৰ ৰাখে ভিটামিন কেই৷ ভিটামিন ডিৰ সৈতে মিলি কাম কৰে ভিটামিন কেই৷ সেয়ে এই দুই ভিটামিন যদি শৰীৰত একেলগে প্ৰৱেশ কৰে তেন্তে উপকাৰ বেছি৷ আনকি হৃদপিণ্ডৰ স্বাস্থ্যৰ বাবেও উপকাৰী৷

পুৱাই সূৰ্যৰ তাপ শৰীৰত লোৱা

পুৱা ১০ বজাৰ পূৰ্বে সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহিলে প্ৰয়োজনীয় ভিটামিন ডি পোৱা যায়৷ ছালৰ ৰং আৰু ছানস্ক্ৰিণৰ ব্যৱহাৰ, এইসমূহ মূৰত ৰাখি সূৰ্যৰ পোহৰ গ্ৰহণ কৰিলে ভিটামিন ডিৰ ঘাটিও দূৰ হয়৷ অন্য সমস্যাৰো সম্ভাৱনা কমে৷

নিয়মিত ৰক্ত পৰীক্ষা

ভিটামিন ডিৰ অভাৱ আছে নে নাই সেয়া জনাৰ একমাত্ৰ উপায় হৈছে তেজৰ পৰীক্ষা৷ নিয়মিত ভিটামিন ডিৰ পৰীক্ষা কৰিলেই বুজা যায় চিকিৎসকৰ দ্বাৰস্ত হোৱাৰ প্ৰয়োজন আছে নে নাই৷ যিহেতু এই দেশত ভিটামিন ডিৰ ঘাটি খুবেই সাধাৰণ শাৰীৰিক সমস্যাৰ ভিতৰত পৰে সেয়ে পৰীক্ষা কৰি পদক্ষেপ গ্ৰহণ কৰা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

March 28, 2026
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!
জীৱনশৈলী

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

March 28, 2026
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক
জীৱনশৈলী

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

March 28, 2026
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক
জীৱনশৈলী

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

March 28, 2026
Next Post
আৰম্ভ হৈছে  Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই  Gold ATM?

আৰম্ভ হৈছে Gold ATM ! মেছিনত সোণ সোমোৱাই দিলেই টকা সোমাই যাব আপোনাৰ একাউণ্টত, ক’ত আছে এই Gold ATM?

মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

মঙ্গলত সোণৰ খনি! অবাক নাছাৰ বিজ্ঞানীও, মঙ্গল গ্ৰহত সঁচাকৈয়ে সোণৰ খনি আছে নেকি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.