• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

3 months ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

12 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

12 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

12 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

13 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

14 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

14 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

15 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

16 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

17 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

18 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

কি কি খাদ্য খাব, কি কি খাদ্য এৰাই চলিব?

editor by editor
June 25, 2026
in খাদ্য, জীৱনশৈলী, ফেশ্বন
0
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
0
SHARES
190
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মহিলাসকলৰ মুখমণ্ডল আৰু চুলিৰ উজ্বলতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত কোনো ‘যাদুকৰী’ উপায় নাই। চিকিৎসা বিজ্ঞান আৰু কছমেটিক বিশেষজ্ঞসকলৰ মতে, মুখমণ্ডল আৰু চুলিৰ সৌন্দৰ্য মূলতঃ পুষ্টি, জীৱনশৈলী, সঠিক যত্ন আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। ঘৰতেই সুৰক্ষিতভাৱে অনুসৰণ কৰিব পৰা কিছুমান বিজ্ঞানসম্মত উপায় তলত দিয়া হ’ল।
১. পুষ্টিকৰ খাদ্য গ্ৰহণ
মুখমণ্ডল আৰু চুলিৰ স্বাস্থ্য ভিতৰৰ পৰাই আৰম্ভ হয়। চুলি মূলতঃ কেৰাটিন নামৰ প্ৰ’টিনেৰে গঠিত। সেয়ে প্ৰ’টিনযুক্ত খাদ্য যেনে-মাছ, কণী, দাইল, মগু, ছয়াবিন,গাখীৰ আৰু দুগ্ধজাত খাদ্য খালে মুখমণ্ডলৰ উজ্বলতা বৃদ্ধিত সহায় হয়। ইয়াৰ উপৰিও ভিটামিন Cযুক্ত খাদ্য যে কমলা, নেমু, আমলখি, ভিটামিন Aযুক্ত খাদ্য গাজৰ, মিঠা আলু, ভিটামিন Eযুক্ত খাদ্য যেনে বাদাম, সূৰ্যমুখী বীজ জিংকযুক্ত খাদ্য যেনে দাইল, বাদাম; আয়ৰন যুক্ত খাদ্য যেনে সেউজীয়া শাক-পাচলি; ওমেগা-৩-এ মুখমণ্ডলক কোমল আৰু উজ্বল ৰখাত সহায় কৰে।

২. পৰ্যাপ্ত পানী পান কৰক
চিকিৎসা বিশেষজ্ঞসকলৰ মতে দৈনিক প্ৰায় ২–৩ লিটাৰ পানী সেৱন কৰিলে শৰীৰত পানীৰ ভাৰসাম্য বজাই থাকে। ইয়াৰ ফলত মুখমণ্ডল শুকান নহয়, মুখমণ্ডল সতেজ হৈ থাকে, শৰীৰৰ বিষাক্ত পদাৰ্থ নিষ্কাশনত সহায় হয়।
৩. ভালকৈ টোপনি যাওক
কছমেটিক ডাৰ্মাট’লজিষ্টসকলৰ মতে ৭–৯ ঘণ্টা টোপনি অত্যন্ত প্ৰয়োজনীয়। টোপনিৰ অভাৱ হ’লে চকুৰ তলত ক’লা দাগ পৰা, মুখ নিষ্প্ৰভ হোৱাৰ লগতে চুলি দুৰ্বল হোৱা দেখা যায়
৪. সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষা
সূৰ্যৰ UV ৰশ্মিয়ে মুখমণ্ডলত বয়সৰ চাপ বৃদ্ধি কৰাৰ লগতে চালো ক’লা কৰি আনে। এনে ক্ষেত্ৰত SPF 30 বা তাতকৈ বেছি ছানস্ক্ৰীন ব্যৱহাৰ কৰক, ছাতি বা টুপী ব্যৱহাৰ কৰক, দুপৰীয়া তীব্ৰ ৰ’দত দীৰ্ঘ সময় নাথাকিব
৫. ঘৰুৱা ফেচ কেয়াৰ
কেঁচা এল’ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। এল’ভেৰাত প্ৰদাহনাশক উপাদান থাকে।
ব্যৱহাৰ: মুখ ধুই পাতলকৈ লগাওক, ১৫–২০ মিনিট পিছত ধুই পেলাওক।
দৈ আৰু মৌ
১ চামুচ দৈ, ১ চামুচ মৌ, ১০–১৫ মিনিট লগাই ৰাখি ধুই পেলাওক। ই মুখমণ্ডলৰ চাল কোমল কৰাত সহায় কৰিব পাৰে।
সাৱধানতাঃ নেমু, বেকিং ছ’ডা বা অত্যধিক ঘঁহনি দিয়া স্ক্ৰাব নিয়মিত ব্যৱহাৰ নকৰিব; ই মুখমণ্ডলৰ চালৰ ক্ষতি কৰিব পাৰে।

৬. চুলিৰ যত্ন
নিয়মিত তেল মালিচ কৰিব। নাৰিকল তেল, বাদাম তেলেৰে মালিচ কৰিব পাৰে। সপ্তাহত ১–২ বাৰ হালধীয়া গৰম তেলেৰে মালিচ কৰিলে চুলিৰ ৰুক্ষতা কমিব পাৰে। চুলিত অত্যধিক ছেম্পু নকৰিব। সপ্তাহত ২–৩ বাৰতকৈ বেছি চেম্পু ব্যৱহাৰ কৰাটো চুলিৰ পক্ষে ক্ষতিকাৰক। দৈ বা কণীৰ হেয়াৰ মাস্ক কেতিয়াবা ব্যৱহাৰ কৰিব পাৰে।
৭. মানসিক চাপ নিয়ন্ত্ৰণ
বিজ্ঞানসন্মতভাৱে দেখা গৈছে যে অধিক মানসিক চাপৰ ফলত চুলি সৰা বৃদ্ধি পায়।
উপৰিউক্ত কথাকেইটাৰ উপৰিও নিয়মীত যোগ-ব্যায়াম, ধ্যান, নিয়মীতভাৱে খোজকঢ়াটো মুখমণ্ডলৰ উজ্বলতাৰ বাবে শুভ ফলদায়ক। নিয়মীয়াকৈ ব্যায়ামৰ ফলত শৰীৰৰ ৰক্তসঞ্চালন বৃদ্ধি কৰে। মুখমণ্ডলৰ বাবে প্ৰয়োজনীয় অক্সিজেন আৰু পুষ্টি যোগান বৃদ্ধি কৰে। স্বাভাৱিক উজ্বলতা বৃদ্ধি কৰাত সহায় কৰে।

৯. এই অভ্যাসবোৰ এৰাই চলক
ধূমপান, অতিমাত্ৰা মদ্যপান, অত্যধিক চেনীযুক্ত খাদ্য, বাৰে বাৰে নতুন কছমেটিক ব্যৱহাৰ, মেকআপ আঁতৰাই নেপেলোৱাকৈ শোৱাটো মুখমণ্ডলৰ চালৰ পক্ষে ক্ষতিকাৰক। মুখমণ্ডল আৰু চুলিৰ প্ৰকৃত উজ্বলতা কোনো এটা ক্ৰীম বা ঘৰুৱা উপায়ে তৎক্ষণাত ফল নিদিয়ে। সুষম খাদ্য, পৰ্যাপ্ত পানী, ভাল টোপনি, নিয়মিত ব্যায়াম, সূৰ্যৰ পৰা সুৰক্ষা আৰু সঠিক ত্বক-চুলি যত্নৰ সমন্বয়েই দীঘলীয়া সময়ৰ মূৰত সুস্থ, উজ্বল আৰু আকর্ষণীয় সৌন্দৰ্য গঢ়ি তোলে। যদি অত্যধিক চুলি সৰা, মুখত বেছি দাগ, বা মুখমণ্ডলৰ চালৰ বিশেষ সমস্যা থাকে, তেন্তে এজন Dermatologist-ৰ পৰামৰ্শ লোৱাটো উত্তম।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Beauty Hack
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?
জীৱনশৈলী

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

September 30, 2026
Next Post
সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

আপোনাৰ দিনটো আজি কেনে যাব?

আপোনাৰ দিনটো আজি কেনে যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.