• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি সুস্বাস্থ্যৰ অধিকাৰী নে, এই ৮ টা লক্ষণে কি কয় স্বাস্থ্যৰ কথা

আপুনি সুস্বাস্থ্যৰ অধিকাৰী নে, এই ৮ টা লক্ষণে কি কয় স্বাস্থ্যৰ কথা

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

1 day ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

1 day ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, February 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আপুনি সুস্বাস্থ্যৰ অধিকাৰী নে, এই ৮ টা লক্ষণে কি কয় স্বাস্থ্যৰ কথা

editor by editor
September 5, 2024
in বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
আপুনি সুস্বাস্থ্যৰ অধিকাৰী নে, এই ৮ টা লক্ষণে কি কয় স্বাস্থ্যৰ কথা
0
SHARES
489
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি সুস্বাস্থ্যৰ অধিকাৰী নে, এই ৮ টা লক্ষণে কি কয় স্বাস্থ্যৰ কথা

সমগ্ৰ বিশ্বতে দ্ৰুতগতিত বৃদ্ধি পোৱা বহু ৰোগৰ মাজতে আপোনাৰ সুস্থ হৈ থকাটো এক আশীৰ্বাদতকৈ কম নহয়। কিন্তু আপুনি সুস্থ নে নহয়? কেনেকৈ জানিব। কেতিয়াবা নিজকে সুস্থ যেন লাগিলেও ভিতৰি আপোনাৰ কোনো ৰোগ থাকিব পাৰে, যিটো হয়তো আপুনি নাজানে।

ৰোগৰ ক্ষেত্ৰত কিছুমান পৰীক্ষাৰ জৰিয়তে সমস্যা ধৰা পৰে। কিন্তু কেতিয়াবা ভিতৰে হৈ থকা ৰোগ সহজে ধৰা নপৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে আমি সুস্থ হওক বা অসুস্থ হওঁক, দুয়োটা পৰিস্থিতিতে শৰীৰে সংকেত দিয়ে।

এইবোৰত গুৰুত্ব দি আমি গম পাওঁ যে সকলো ঠিকে আছে নে নাই? এনে আঠটা লক্ষণৰ বিষয়ে জনাওক যিয়ে আপুনি সুস্থ বুলি দেখুৱাইছে।

১) হজম শক্তি
যদি হজম শক্তি ভালদৰে থাকে তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি বহু পৰিমাণে সুস্থ। খাদ্য খোৱাৰ পিছত পেট ফুলা বা গেছৰ সমস্যাই পাচনতন্ত্ৰত ব্যাঘাত জন্মাৰ ইংগিত। যদি আমাৰ শৰীৰে খাদ্য ভালদৰে হজম কৰে তেন্তে তাৰ অৰ্থ হ’ল আমাৰ পাচনতন্ত্ৰই পুষ্টিকৰ উপাদানসমূহ কাৰ্যক্ষমভাৱে শোষণ কৰি আছে। যদি আপুনি সময়মতে ভোক অনুভৱ কৰে আৰু গেছ আৰু বদহজমৰ দৰে সমস্যাত নাথাকে, তেন্তে ইয়াক ভাল লক্ষণ বুলি গণ্য কৰা হয়।

২) পৰ্যাপ্ত টোপনি
শৰীৰ সুস্থ নে নহয় টোপনিৰ মানদণ্ডৰ পৰাও বিচাৰ কৰিব পাৰি। স্বাস্থ্য বিশেষজ্ঞৰ মতে, সুস্থ লোকসকলে ভাল টোপনি পায় আৰু এৰাতি টোপনিৰ পিছত সতেজ আৰু জিৰণি লোৱা অনুভৱ কৰে। যদি শৰীৰে ভাল মানৰ টোপনি পাইছে তেন্তে ইয়াক শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ভাল লক্ষণ বুলি গণ্য কৰা হয়।

৩) পৰিষ্কাৰ প্ৰস্ৰাৱ
সুস্বাস্থ্য জানিবলৈ মল আৰু প্ৰস্ৰাৱৰ প্ৰতি মনোযোগ দি থকাটো জৰুৰী। পৰিষ্কাৰ বা পাতল হালধীয়া ৰঙৰ প্ৰস্ৰাৱ সাধাৰণতে আপুনি ভালদৰে হাইড্ৰেটেড হোৱাৰ ইংগিত দিয়ে। ইয়াক কিডনী আৰোগ্যৰ লক্ষণ বুলিও গণ্য কৰা হয়। যদি প্ৰস্ৰাৱৰ ৰং ঘন হোৱা বা পৰিৱৰ্তন হোৱা দেখা যায় তেন্তে সাৱধান হ’ব লাগে।

৪) মলত্যাগ
প্ৰস্ৰাৱৰ দৰে মলত্যাগৰো প্ৰতি মনোযোগ দিয়াটো জৰুৰী। নিয়মিত আৰু আৰামদায়কভাৱে মলত্যাগ কৰাটো ভাল হজম শক্তিৰ লক্ষণ বুলি গণ্য কৰা হয়। দিনটোত এবাৰ বা দুবাৰ মলত্যাগ কৰাটো স্বাভাৱিক বুলি গণ্য কৰা হয়। যদি শৌচ পাছ কৰাত কোনো অসুবিধা নহয় আৰু শৌচ কৰাৰ পিছত সতেজ আৰু খালী পেট অনুভৱ হয়, তেন্তে সেয়া সুস্বাস্থ্যৰ লক্ষণ।

৫) নিয়ন্ত্ৰিত ওজন
বহু ধৰণৰ ৰোগ প্ৰতিৰোধৰ বাবে ওজন নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয় বুলি বিবেচিত হয়। যদি আপোনাৰ শৰীৰৰ উচ্চতা অনুসৰি ওজন সঠিক হয় তেন্তে ই সুস্বাস্থ্যৰ লক্ষণ। যদি কম সময়ৰ ভিতৰতে আপোনাৰ ওজন দ্ৰুতগতিত বৃদ্ধি বা হ্ৰাস পাইছে তেন্তে আপুনি সাৱধান হ’ব লাগে। ওজনৰ ভাৰসাম্যহীনতাই বহু ধৰণৰ দীৰ্ঘদিনীয়া ৰোগৰ সৃষ্টি কৰিব পাৰে।

৬) ভাল মানসিক স্বাস্থ্য
শাৰীৰিক স্বাস্থ্যৰ দৰেই মানসিক স্বাস্থ্যৰ যত্ন লোৱাটোও গুৰুত্বপূৰ্ণ। যদি আপুনি মানসিক চাপ কম অনুভৱ কৰে, আপোনাৰ মনটো শান্ত হৈ থাকে আৰু খিংখিঙীয়া আৰু অস্থিৰতাৰ দৰে কোনো সমস্যা নাথাকে, তেন্তে ই ভাল মানসিক স্বাস্থ্যৰ লক্ষণ। ইয়াত মন কৰিবলগীয়া যে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ইটোৱে সিটোৰ পৰিপূৰক।

৭) আঘাত সোনকালে ভাল হোৱা
শৰীৰৰ ঘা বা আঘাত কিমান সোনকালে ভাল হয় তাৰ ওপৰতো স্বাস্থ্যৰ বিচাৰ কৰিব পাৰি। যদি ঘা আৰু আঘাত সোনকালে ভাল হয় তেন্তে ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হোৱাৰ লক্ষণ। ডায়েবেটিছৰ দৰে ৰোগত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ বাবে ঘাবোৰ ভাল হ’বলৈ বহু সময় লাগে।

৮) সঘনাই অসুস্থ তথা ভাগৰ লগা
সুস্থ ৰোগ প্ৰতিৰোধ ক্ষমতাক সুস্থ শৰীৰৰ লক্ষণ বুলি গণ্য কৰা হয়। যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সুস্থ হৈ থাকে তেওঁলোক ৰ অসুস্থতা কম। তেনে লোকৰ চৰ্দি বা আন কোনো সংক্ৰামক ৰোগৰ আশংকাও কম। সুস্থ ৰোগ প্ৰতিৰোধ ক্ষমতাই ৰোগ সৃষ্টিকাৰী জীৱাণুৰ বিৰুদ্ধে যুঁজ দিয়াত সহজ কৰি তোলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: health tipsHealthyHuan Healthy
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
স্কুললৈ যোৱাত নিষেধাজ্ঞা ১৪ লাখ কন্যা শিশুক, অধিক বেয়াৰ ফালে পৰিস্থিতি

স্কুললৈ যোৱাত নিষেধাজ্ঞা ১৪ লাখ কন্যা শিশুক, অধিক বেয়াৰ ফালে পৰিস্থিতি

৪ মাহলৈ সুখেই সুখ, শুক্ৰৰ বক্ৰী হোৱাৰ ফলত জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য

৪ মাহলৈ সুখেই সুখ, শুক্ৰৰ বক্ৰী হোৱাৰ ফলত জিলিকি উঠিব ৩ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.