• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

2 years ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

47 minutes ago
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

11 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

ৰাজপথত নাথাকিব দুচকীয়া বাহন! ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

11 hours ago
মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

মঙ্গলবাৰে ধন যোগৰ শুভ সংযোগ, কাইলৈ বজৰংবলীৰ কৃপাত ভাগ্য উজলিব এই ৫ৰাশিৰ

12 hours ago
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

13 hours ago
প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

প্ৰস্ৰাৱত ফেন দেখিছে? গুৰুত্বসহকাৰে লওক, অন্যথা এই মহাবিপদ আহিব পাৰে আপোনাৰো

14 hours ago
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

15 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

15 hours ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

15 hours ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

16 hours ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

17 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?

editor by editor
February 1, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ৰাম ৰাজত্বৰ সময়ত কেনে আছিল কৰ ব্যৱস্থা? কেনেকৈ বাজেট পেছ কৰা হৈছিল? জানক কি কয় ৰামায়ণে?
0
SHARES
914
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১ফেব্ৰুৱাৰী ২০২৪-২০২৫ লোকসভা নিৰ্বাচনৰ পূৰ্বে দ্বিতীয় মোদী চৰকাৰৰ শেষ বাজেট পেছ কৰা হৈছে। এয়া অন্তবৰ্তীকালীন বাজেট। লোকসভা নিৰ্বাচনৰ পাছত নতুন চৰকাৰ ক্ষমতাত আহি জুলাই মাহত আকৌ পুৰ্ণাংগ বাজেট পেছ কৰিব। বাজেটক লৈ আমাৰ দেশৰ মানুহৰ আগ্ৰহ পূৰ্বৰে পৰাই আছে। কি কি সামগ্ৰীৰ দাম কমিব আৰু কি কি সামগ্ৰীৰ দাম বাঢ়িব সেই দিশত নজৰ ৰাখে দেশৰ প্ৰতিগৰাকী লোকেই। বাজেট আৰু কৰ ব্যৱস্থা আমাৰ দেশৰ কেইবা হাজাৰ বছৰ পুৰণি। তুলসীদাসৰ দোহাভালিৰ পৰা জনা যায় যে ত্ৰেতাযুগত ৰামায়ণৰ আমোলাত বাজেট আৰু কৰ ব্যৱস্থা প্ৰচলিত আছিল। জানি থওক দোহাভালিত বাজেট আৰু কৰ ব্যৱস্থাক লৈ কি কৈ গৈছে তুলসীদাসে?

ৰাম ৰাজত্বৰ কৰ ব্যৱস্থা
তুলসীদাসে কৰ ব্যৱস্থাৰ সৈতে সূৰ্যৰ তুলনা কৰিছিল। সূৰ্যই যেনেকৈ পৃথিৱীৰ জলাধাৰৰ পৰা পানী শোষণ কৰি লয়, যেনেকৈ সূৰ্যই পানী শোষণ কৰে তেনেকৈ বৰষা আকাৰে আকৌ পৃথিৱীলৈকে উভতাই পঠিয়াই। এইসমূহ কথা সাধাৰণভাৱে মানুহে বুজিব নোৱাৰিলেও কিন্তু এই পানীয়েই ভাপ হৈ আকাশলৈ উৰি মেঘৰ ৰূপ লয় তাৰপিছত আকৌ বৰষুণ হৈ পৃথিৱীলৈকে উভতি আহে। বৰষুণৰ বাবে পৃথিৱী শস্য শ্যামলা হৈ উঠে। ৰামৰ আমোলত ৰাষ্ট্ৰৰ কৰ ব্যৱস্থাও ঠিক তেনেধৰণৰেই আছিল। সাধাৰণ মানুহৰ ধন কৰ হিচাপে সংগ্ৰহ কৰা হৈছিল আৰু সেই কৰেৰেই ৰামৰাজ্য পৰিচালিত হৈছিল। অৰ্থাৎ সেই কৰৰ ধনেই সাধাৰণ মানুহৰ কল্যাণত ব্যৱহাৰ কৰা হৈছিল।

তুলসীদাসে কৈছে যে ৰামৰাজত্বত কিছুসংখ্যক জনতাৰ পৰা বেছিকৈ কৰ লোৱা হৈছিল, যিসকলৰ আয় বেছি আছিল তেওঁলোকৰ পৰাই বেছিকৈ কৰ লোৱা হৈছিল। যিসকল দৰিদ্ৰ তেওঁলোকৰ পৰা আয়কৰ লোৱা হোৱা নাছিল।

তুলসীদাসৰ দোহায়ত কোৱা হৈছিল যে ধনী বণিক সম্প্ৰদায় আৰু জমিদাৰসকলৰ দায়িত্ব আছিল ৰজা আৰু ৰাজধানীৰ গৌৰৱ বজায় ৰখা।

ৰজাই নিজৰ ধৰ্ম, অৰ্থ আৰু কৰ্মৰ দায়িত্ব যথাযথভাৱে পালন কৰে। আৰু সেই কাৰণেই ইন্দ্ৰৰ অমৰাবতীৰ দৰে সুন্দৰ হৈ উঠিছিল শ্ৰীৰামচন্দ্ৰৰ অযোধ্যাপুৰী।

যিসকলে কৰ সংগ্ৰহৰ কাম কৰে, তেওঁলোকে ৰাজ্যৰ অৰ্থনীতিক সচল ৰাখে। কোনো অপৰাধ নকৰিলে ৰামৰাজত্বত শত্ৰুক শাস্তি দিয়া হোৱা নাছিল।

ৰজাই যি অৰ্থ কৰ হিচাপে সংগ্ৰহ কৰিছিল, সেই অৰ্থ সকলোসময়তে দেশৰ মানুহৰ কল্যাণৰ অৰ্থে খৰচ কৰিছিল। সেই অৰ্থৰ যাতে অপচয় নহয় সেয়া নিশ্চিত কৰিহে ৰজাই অৰ্থ খৰচ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
জীৱনশৈলী

জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

March 17, 2026
ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?
জীৱনশৈলী

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

March 16, 2026
প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

প্ৰেম, টকা, সুখেৰে ভৰিব জীৱন, শুক্ৰৰ গোচৰত স্বৰ্গসুখ অনুভৱ কৰিব এই ৫ৰাশিৰ জাতকে

March 16, 2026
আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

আকাশৰ পৰা হেৰাই যাব চন্দ্ৰ! পৃথিৱীৰ একমাত্ৰ উপগ্ৰহৰ অস্তিত্বক লৈ বাঢ়িছে আশংকা, কি কৈছে বিজ্ঞানীয়ে?

March 16, 2026
Next Post
বৃহত্তম কোৰাণ, ডুবাইতকৈয়ো ডাঙৰ একুৰিয়াম, অযোধ্যাৰ মছজিদত থাকিব কি কি চমক?

বৃহত্তম কোৰাণ, ডুবাইতকৈয়ো ডাঙৰ একুৰিয়াম, অযোধ্যাৰ মছজিদত থাকিব কি কি চমক?

নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.