• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

3 years ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

1 hour ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

1 hour ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

2 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

2 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

3 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

3 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

4 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

5 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

6 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

7 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

7 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

editor by editor
February 2, 2024
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৪ৰ অন্তবৰ্তীকালীন বাজেট পেছ কৰা হ’ল। এই বাজেটত বিশেষ কোনো ডাঙৰ ঘোষণা নাথাকিব বুলি পূৰ্বৰে পৰাই জনতা সাঁজু হৈয়েই আছিল। আশা কৰাধৰণেই আয়কৰ আৰু সুদৰ হাৰৰ বিশেষ কোনো সালসলনি নহ’ল। এই বাজেটত নাৰীশক্তিকহে কেৱল ফকাচ কৰিছে মোদীয়ে। অঙ্গনৱাড়ি কেন্দ্ৰ আপগ্ৰেড কৰাৰ পৰা, আশাকৰ্মীৰ আয়ুষ্মাণ প্ৰকল্পৰ কথা এই বাজেটত উত্থাপন কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত আশাকৰ্মীসকলক আয়ুষ্মাৰ প্ৰকল্পত সামৰি তেওঁলোকক বীমা সুৰক্ষা দিয়াৰ কথাও বাজেট ভাষণত উল্লেখ কৰে নিৰ্মলা সীতাৰমনে। মহিলাৰ বাবে বাজেটত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ শিতানটোৱেই হৈছে লাখপতি বাইদেউ। লাখপতি বাইদেউক লৈ বাজেট ভাষণত কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে নিৰ্মলা সীতাৰমণে।

লাখপতি বাইদেৱে কেনেকৈ লাখপতি কৰিব দেশৰ মহিলাক?

লাখপতি বাইদেউ স্কিমত আৰু এক কোটি মহিলাক যুক্ত কৰাৰ লক্ষ্য বান্ধি লোৱাৰ কথা বাজেট ভাষণত উল্লেখ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলাই। এই যোজনাৰ আওতাত ইতিমধ্যেই ২ কোটি মহিলাক যুক্ত কৰা হৈছে। সেই সংখ্যা এইবাৰ ৩কোটিলৈ বৃদ্ধি কৰা হ’ব। এই যোজনাৰ মাধ্যমেৰে ইতিমধ্যেই ৯কোটি মহিলাৰ জীৱনলৈ পৰিবৰ্তন অহা বুলিও ভাষণত কয় বিত্তমন্ত্ৰী নিৰ্মলাই।

লাখপতি বাইদেউৰ অধীনত কি কি সুবিধা আছে?
মহিলাসকলক আৰ্থিকভাৱে শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰ চৰকাৰে এই লাখপতি বাইদেউ যোজনা আৰম্ভ কৰিছিল। বিগত বছৰৰ ১৫ আগষ্টৰ ভাষণত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোজনাৰ বিষয়টো তুলি ধৰে। এই প্ৰকল্পৰ আওতাত মহিলাসকলক স্কিলৰ ভিত্তিত ট্ৰেইনিং দিয়া হয়। ইয়াৰ মাজতে গাঁৱৰ মহিলাসকলক এল ই ডি বাল্ব, প্লাম্বিং, ড্ৰোন মেৰামতিৰ দৰে প্ৰযুক্তিগত কামৰ প্ৰশিক্ষণ দিয়া হয়। ফলত আৰ্থিকভাৱে স্বনিৰ্ভৰ হৈ উঠিব মহিলাসকল।

এই যোজনাৰ অধীনত ট্ৰেইনিং ল’লেই লাখপতি হ’ব নেকি?
স্বনিৰ্ভৰ প্ৰকল্পৰ আওতাত কেন্দ্ৰৰ প্ৰশিক্ষণত যিসকল মহিলাই বছৰি ১লাখ টকা বা তাতকৈ বেছি উপাৰ্জন কৰে তেওঁলোকক লাখপতি বাইদেউ বুলি ক’ব পাৰিব। এই কৰ্মসূচীৰ মাধ্যমেৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লগতে ব্যক্তিগত আৰু পেছাগত জীৱনত উন্নতি কৰাৰ বাবে প্ৰচেষ্টা চলাইছে চৰকাৰে। এই প্ৰকল্পৰ মাধ্যমৰে বহু ৰাজ্যৰ মহিলাৰ বাৰ্ষিক আয় ১লাখ টকা বা তাতকৈ বেছিও হৈছে।

এইসমূহৰ ওপৰিও মহিলাৰ স্বাস্থ্যক লৈয়ো বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে। মহিলাসকলৰ জৰায়ুৰ কৰ্কট প্ৰতিৰোধৰ টিকাকৰণৰ ব্যৱস্থা অচিৰেই কৰাৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলাই। ৯ৰ পৰা ১৪ বছৰীয়া কিশোৰীসকলক এই টিকা প্ৰদানৰ উদ্যোগ গ্ৰহণ কৰিব চৰকাৰে। চৰকাৰী তথ্য অনুসৰি আমাৰ দেশত জৰায়ুৰ কৰ্কটত মৃত্যুৰ হাৰ বহু বেছি। সেয়ে বাজেটত এই দিশটোক নজৰ দিয়া হৈছে। টিকাকৰণৰ মাধ্যমেৰে এই ৰোগৰ পৰা মৃত্যুৰ হাৰ কমোৱাৰো চেষ্টা কৰিব কেন্দ্ৰীয় চৰকাৰে বুলি বাজেট ভাষণত উল্লেখ কৰিছে নিৰ্মলা সীতাৰমণে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ
জীৱনশৈলী

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

August 21, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?
জীৱনশৈলী

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
Next Post
মাজত মাত্ৰ ৩দিন পাছতেই আদিত্য মঙ্গল যোগ, ফেব্ৰুৱাৰীত সাফল্যৰ চূড়াত ৫ৰাশি

মাজত মাত্ৰ ৩দিন পাছতেই আদিত্য মঙ্গল যোগ, ফেব্ৰুৱাৰীত সাফল্যৰ চূড়াত ৫ৰাশি

৩২তেই সামৰিলে জীৱন নাট, হঠাৎ চিৰবিদায় মাগিলে বলীউড ডিভা পুনম পাণ্ডেই

৩২তেই সামৰিলে জীৱন নাট, হঠাৎ চিৰবিদায় মাগিলে বলীউড ডিভা পুনম পাণ্ডেই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.