• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰহস্যময়ী যুৱতীৰ সৈতে হৃতিক ৰোশন : কোন এই ৰহস্যময়ী যুৱতী?

ৰহস্যময়ী যুৱতীৰ সৈতে হৃতিক ৰোশন : কোন এই ৰহস্যময়ী যুৱতী?

5 years ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

9 minutes ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

52 minutes ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

1 hour ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

2 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

2 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

3 hours ago
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

4 hours ago
৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

৮ফুটতকৈও দীঘল চুলিৰে যুৱতীয়ে ভাৰতলৈ কঢ়িয়াই আনিলে গৌৰৱ

5 hours ago
Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

Google Mapsত আহিল এই নতুন সুবিধা, ভ্ৰমণ হৈ পৰিব পূৰ্বতকৈ অধিক সহজ

5 hours ago
কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

কিয় এই দুখ লগা বিপৰ্যয়? বিশ্বকাপৰ যোগ্যতা অৰ্জনত পুনৰবাৰ ব্যৰ্থ ৱেষ্ট ইণ্ডিজ

6 hours ago
সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

সুঠাম যুৱক বিচাৰিছে নেকি আমিষা পেটেলে? ৫১ বছৰ বয়সত কৰিব সংসাৰ!

8 hours ago
প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

প্ৰতিদিনে Crocs পিন্ধে নেকি? অজানিতে বিপদক নিমন্ত্ৰণ দিছে আপুনি!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ৰহস্যময়ী যুৱতীৰ সৈতে হৃতিক ৰোশন : কোন এই ৰহস্যময়ী যুৱতী?

editor by editor
January 30, 2022
in অসম, বিনোদন, ভাৰত
0
ৰহস্যময়ী যুৱতীৰ সৈতে হৃতিক ৰোশন : কোন এই ৰহস্যময়ী যুৱতী?
0
SHARES
546
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ শনিবাৰে সন্ধিয়া এগৰাকী সুন্দৰীৰ যুৱতীৰ সৈতে দেখা গ’ল বলিউদৰ চুপাৰষ্টাৰ হৃতিক ৰোশনক৷ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা হাতত হাত ধৰি দুয়োকে ওলাই অহা দেখা গৈছিল৷

ৰেষ্টুৰেণ্টখনৰ পৰা বগা টি চাৰ্টৰ ওপৰত ক’লা পাতল জাকেট আৰু বগা পেন্ট পৰিহিত চুপাৰষ্টাৰগৰাকীয়ে আগে আগে খোজেৰে ওলাই আহিছে আৰু তেওঁৰ হাতত ধৰি পিছে পিছে খোজকাঢ়ি আহিছে সুন্দৰী যুৱতীগৰাকী৷

যুৱতীগৰাকীয়ে মুখত এটা ক’লা মাস্ক, ব্লেক টপ আৰু মুগা বৰণৰ ল’জ পেন্ট পিন্ধি থকা দেখা গৈছিল৷ ক’লা মাস্ক পৰিহিতা যুৱতীগৰাকীক পাপাৰাজীয়ে চিনিব পৰা নাছিল!

প্ৰকাশিত খবৰ অনুসৰি গাড়ীত নুঠালৈকে হৃতিকে যুৱতীগৰাকীৰ হাতখন এৰি দিয়া নাছিল৷

ইয়াৰ পিছতে বি-টাউনত হৃতিক ৰোশন আৰু যুৱতীগৰাকী দুয়ো এতিয়া ডেটিঙত আছে বুলি বু বু বা বা উলাইছে৷

এতিয়া প্ৰশ্ন হৈছে কোন এই ৰহস্যময় যুৱতীগৰাকী?

প্ৰকাশিত খবৰ অনুসৰি উক্ত ৰহস্যময়ী যুৱতীগৰাকী হৈছে মিউজিচিয়ান আৰু অভিনেত্ৰী চাবা আজাদ৷

উল্লেখ্য যে পত্নী চুজান খানৰ সৈতে বিচ্ছেদ হোৱাৰ পিছৰে পৰা হৃতিক ৰোশচে ছিংগল হৈ আছে বুলি জনা যায়৷

কিছুদিন পূৰ্বে চুজান খানে সৰু পৰ্দাৰ এগৰাকীৰ অভিনেতাৰ সৈতে অন্তৰংগ ফ’টো শ্বেয়াৰ কৰিছিল৷ সামাজিক মাধ্যমত চুজান খানৰ উক্ত ফ’টোসমূহ ভাইৰেল হোৱাৰ পিছতে সম্পৰ্কত অহা বুলিও চৰ্চা লাভ কৰিছিল৷

তাৰ কিছুদিন পিছতে হৃতিক ৰোশনক হাতে হাতে ধৰি থকা অৱস্থাত এগৰাকীৰ ৰহস্যময়ী যুৱতীৰ সৈতে মুম্বাইৰ বিলাসী ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহা দেখা পোৱাৰ লগে লগে অভিনেতাগৰাকীও কোনো যুৱতীৰে সম্পৰ্কত অহা বুলি এতিয়া চৰ্চা লাভ কৰিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24BollywoodHrithik RoshanSaba Azad
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

August 8, 2026
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’
বিনোদন

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

August 8, 2026
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?
অসম

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

August 8, 2026
নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ
বিনোদন

নীৰৱে প্ৰস্থান কৰিলে উদীয়মান সংগীত শিল্পী হৰজিৎ দিয়াজ

August 8, 2026
Next Post
উচ্চতাকলৈ অসুখী নেকি! :  ১৮ বছৰৰ পিছত আপোনাৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?

উচ্চতাকলৈ অসুখী নেকি! : ১৮ বছৰৰ পিছত আপোনাৰ উচ্চতা কেনেকৈ বৃদ্ধি কৰিব?

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন গ্ৰেপ্তাৰ হ’বই’, অখিল গগৈৰ বিস্ফোৰক মন্তব্য

‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এদিন গ্ৰেপ্তাৰ হ’বই’, অখিল গগৈৰ বিস্ফোৰক মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.