অসম লাইভ ২৪ঃ ৩১ জুলাইত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। পুৱা ৯ বজাত বিভিন্ন ৱেবছাইটত উপলব্ধ হ’ব পৰীক্ষাৰ ফলাফল। মুঠ ১১টাকৈ ৱেবচাইটত আপলোড কৰা হ’ব ফলাফল। ২টা এণ্ড্ৰইড এপৰ জৰিয়তে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। google appৰ জৰিয়তে install কৰিব পাৰিব app দুটা। পুৱা ৯ বজাত বিভিন্ন স্কুল সমূহলৈ পিডিএফৰূপত প্ৰেৰণ কৰা হ’ব পৰীক্ষাৰ ফলাফল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ