প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
প্ৰথম চাৰি স্থানত চাৰি পৰীক্ষাৰ্থী
প্ৰথম স্থানত জ্যোতিৰ্ময় দাস, শংকৰদেৱ শিশু নিকেতন, পাটাছাৰকুছি
দ্বিতীয় স্থানত আকাংক্ষা ভূঞা, অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়, বিশ্বনাথ
তৃতীয় স্থানত জিয়া ফাৰা ইছলাম, লিটল ফ্লাৱাৰ স্কুল, ডিব্ৰুগড়
চতুৰ্থ স্থানত সুৰজিত আখতাৰ, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী
এইবাৰ উত্তীৰ্ণৰ হাৰ ৬৫.৬২ শতাংশ
প্ৰথম বিভাগত উত্তীৰ্ণ ৮৫,১৮৯ গৰাকী পৰীক্ষাৰ্থী
দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৫০,১৬৭ গৰাকী পৰীক্ষাৰ্থী
তৃতীয় বিভাগত উত্তীৰ্ণ ৪৬,৩৪৫ গৰাকী পৰীক্ষাৰ্থী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















