• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০ বছৰে বন্ধ হৈ থকা ঘৰৰ ফ্ৰিজত ওলাল…আৰক্ষীৰ চকু কপালত, সকলোফালে চাঞ্চল্য

২০ বছৰে বন্ধ হৈ থকা ঘৰৰ ফ্ৰিজত ওলাল…আৰক্ষীৰ চকু কপালত, সকলোফালে চাঞ্চল্য

1 year ago
শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শনিৰ নক্ষত্ৰত মঙ্গল-বুধৰ মিলন, এক লহমাতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

23 minutes ago
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

44 minutes ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

1 hour ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

2 hours ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২০ বছৰে বন্ধ হৈ থকা ঘৰৰ ফ্ৰিজত ওলাল…আৰক্ষীৰ চকু কপালত, সকলোফালে চাঞ্চল্য

editor by editor
January 8, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
২০ বছৰে বন্ধ হৈ থকা ঘৰৰ ফ্ৰিজত ওলাল…আৰক্ষীৰ চকু কপালত, সকলোফালে চাঞ্চল্য
0
SHARES
5.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০ বছৰে বন্ধ হৈ থকা ঘৰৰ ফ্ৰিজত ওলাল…আৰক্ষীৰ চকু কপালত

২০ বছৰ ধৰি তলা বন্ধ এটা ঘৰৰ কাহিনীয়ে আৰক্ষীক হতভম্ব কৰি তুলিছিল। দুটা দশকে ধৰি বন্ধ হৈ ঘৰটোত থকা এটা ফ্ৰীজৰ দৰ্জা খুলি আৰক্ষী আচৰিত। কাৰণ ফ্ৰীজটোৰ ভিতৰত ওলাইছিল মানুহৰ কংকাল।

ফ্ৰীজটোৰ ভিতৰত আছিল মূৰৰ লাওখোলা আৰু কিছু হাড়। ২০ বছৰ পুৰণি এটা ঘৰত ফ্ৰীজৰ ভিতৰত প্লাষ্টিকেৰে মেৰিয়াই থোৱা অৱস্থাত এটা নৰকংকাল উদ্ধাৰৰ পাছতে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। কেৰালাৰ কোচিৰ চোট্টানিকৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

কোচিৰ চোট্টানিকৰাৰ এৰুভেলি পেলেচ স্কোৱাৰ সমীপৰ ১২ একৰ ভূমিত অৱস্থিত ঘৰটো সম্প্ৰতি কাৰো দখলত নাছিল। দৰাচলতে এই সম্পত্তিটো কোচিত বহু বছৰ ধৰি বাস কৰা চিকিৎসক মংগালাছেৰী ফিলিপ জনৰ। তেখেতৰ সন্তান সকল বৰ্তমানে বিদেশত থাকে। যাৰ ফলত দীৰ্ঘদিন ধৰি তলা বন্ধ ঘৰটোত চলি আছিল অসামাজিক কাৰ্যাকলাপক।

তলাবন্ধ ঘৰটোত দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যাকালাপ চলি থকাৰ অভিযোগ উত্থাপন কৰিছিল অঞ্চলটোৰ স্থানীয় লোকসকলে। শেহতীয়াকৈ এজন লোকে ঘৰটোত চলা অসামাজিক কাৰ্যাকালাপ সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছিল।

মঙলবাৰে এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ঘৰটো পৰিদৰ্শন কৰা সময়তে এটা ফ্ৰীজৰ ভিতৰত এটা কংকাল উদ্ধাৰ কৰে। লগে লগে চাঞ্চল্যই বিৰাজ কৰে চাৰিওফালে। চুবুৰীয়াৰ মাজতো সৃষ্টি হয় চাঞ্চল্যৰ।

মৃতদেহটোৰ মেৰুদণ্ডকে ধৰি হাড়বোৰ অক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰা মূৰৰ খোলাটো বহু বছৰ পুৰণি বুলি ধাৰণা কৰে।

ঘটনাস্থলীত চোট্টানিকৰা এছ এইচ অ’ৰ নেতৃত্বত আৰক্ষীয়ে বিতং তদন্ত অব্যাহত ৰাখিছে। কোনে এই কংকাল আনি ঘৰৰ ভিতৰত ফ্ৰীজত থৈছিল সেই সন্দৰ্ভতো তদন্ত আৰম্ভ কৰে। লগতে উদ্ধাৰ হোৱা সকলো লাওখোলা আৰু হাড় মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ হোৱা ঘৰটোৰ চৌহদটো ছীল কৰি দিয়ে। আজি পুনৰ ঘটনাস্থলীত ফৰেনছিক বিশেষজ্ঞসকলেও স্থান পৰিদৰ্শন কৰি তন্ন তন্নকৈ পৰীক্ষা কৰে। আৰক্ষীৰ সন্দেহ কোনো অন্য লোকে বেলেগ ঠাইৰ পৰা সেই কংকাল আনি ফ্ৰিজত ৰাখে নেকি।

পাছে সকোল চাঞ্চল্যৰ মাৰ খেদাই আজি মৰণোত্তৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ পায়। প্ৰকাশ পোৱা অনুসৰি, সেই কংকাল শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কংকাল। যাৰ বহু পূৰ্বে শিক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল আৰু ইঠাইৰ পৰা আন ঠাইলৈ অনা নিয়া কৰা হৈছিল। যাৰ কোনো অন্য ঘটনাৰ সৈতে সামঞ্জস্য নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: keralaMurder SuspectedPolice Investigation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?
জীৱনশৈলী

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

March 10, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
Next Post
বিচিত্ৰ সাধুৰ সংগম কুম্ভ মেলা, ১৫ বছৰীয়া নগা সাধুক চাবলৈ ভিৰ ভক্তৰ

বিচিত্ৰ সাধুৰ সংগম কুম্ভ মেলা, ১৫ বছৰীয়া নগা সাধুক চাবলৈ ভিৰ ভক্তৰ

কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ

কোনোদিনে কল্পনা নকৰা বাংলাদেশ এইবাৰ, শ্বেখ হাছিনাৰ পাছত খালেদা জিয়াও এৰিলে দেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.