• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

4 years ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

4 minutes ago
সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

সৰু যুৱকহে পছন্দ মলাইকাৰ! বিয়া পাতিব নেকি ১৯ বছৰ সৰু হীৰা ব্যৱসায়ীৰ সৈতে?

40 minutes ago
উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’,  প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

উথালিয়া(লিম্বুছা) জুবিনগাৰ্গি’, প্ৰকৃতি ভালপোৱা জুবিনৰ নামেৰে এক নতুন প্ৰজাতিৰ পখিলাৰ নামকৰণ

3 hours ago
SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

SBIৰ পৰা ৪০ লাখ টকাৰ গৃহঋণ পাবলৈ দৰমহা কিমান হ’ব লাগিব? কিমান EMI দিব লাগিব?

3 hours ago
ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

4 hours ago
২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

২২০০ টকাৰ মাহিলী বিনিয়োগত অতিৰিক্ত ২৫০০০ টকা সুদ, কেনেকৈ বিনিয়োগ কৰিব? জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

4 hours ago
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

5 hours ago
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

5 hours ago
বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

বিহাৰৰ এক প্ৰাইভেট মেডিকেলৰ নাৰ্চৰ ইউনিফৰ্ম দেখি হতবাক দেশবাসী, সঁচাকৈয়ে এয়া নাৰ্চৰ ইউনিফৰ্ম নে?

5 hours ago
‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

‘হট বেডিং’, বিছনাৰ এটা কাষ ভাড়া দিয়েই লাখপতি এগৰাকী যুৱতী, ক’ত কেনেকৈ কোনে আৰম্ভ কৰিছে ‘হট বেডিং’?

6 hours ago
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

6 hours ago
বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

বেংকৰ লকাৰত আপুনি কিমান সোণ ৰাখিব পাৰে? ১০ গ্ৰাম, ১০০ গ্ৰাম, ৫০০ গ্ৰাম?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

editor by editor
August 9, 2022
in অপৰাধ, ভাৰত
0
আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!
0
SHARES
45.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাটৰ আহমেদাবাদত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ হানি ট্ৰেপিং কাণ্ড। এটা চেটিং এপত এজন যুৱকৰ বন্ধুত্ব হ’ল এগৰাকী মহিলাৰে। ইয়াৰ পিছত দুয়োজনেও ফোনত কথা পাতিবলৈ ধৰিলে।

কিছুদিন পিছত হঠাতে মহিলাগৰাকীৰ পৰা ফোন আহিল যে স্বামী ঘৰৰ পৰা ওলাই গৈছে, গতিকে যুৱকজন ঘৰলৈ আহিব লাগে। যুৱকজনে মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ দুয়োজনে শোৱা কোঠাত যৌন সম্পৰ্ক স্থাপন কৰে।

কিন্তু তাৰ কিছু সময়ৰ পিছতে যুৱকজনে নিজৰ বিপদৰ সম্ভেদ পায়৷ উক্ত কোঠালৈ দুজন লোক মহিলাগৰাকীক ধৰ্ষণৰ গোচৰত জড়িত কৰাৰ ভাবুকি দি ৫ লাখ টকা দাবী কৰে। যুৱকজনে সেই ভাবুকিৰ পিছতে ২.৭০ লাখ টকাও প্ৰদান কৰে। কিন্তু দলটোৱে আৰু অধিক টকা দাবী কৰাৰ পিছত যুৱকজনে চন্দ্ৰখেদা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ

আহমেদাবাদৰ আছাৰৱাত এখন দোকান চলাই থকা ৩০ বছৰীয়া যুৱকজনৰ ঘৰ আম্বাবাদী অঞ্চলত। কিছুদিন পূৰ্বে কাৱেক-কাৱেক এপত কবিতা বুলি পৰিচয় দিয়া এগৰাকী মহিলাৰে তেওঁৰ বন্ধুত্ব হৈছিল। পিছত দুয়োজনে ইনষ্টাগ্ৰাম আৰু হোৱাটছএপতো কথা পাতিবলৈ আৰম্ভ কৰে।

কিছুদিন পূৰ্বে কবিতাই নিজৰ ঘৰৰ লোকেচন পঠিয়াই যুৱকজনক নিজৰ ঘৰলৈ মাতি পঠিয়ায়। প্ৰথম দিনা যুৱকজনে মহিলাগৰাকীৰ ঘৰত কফি খাই উভতি আহে। কিছুদিন পিছত কবিতাই যুৱকজনক ক’লে, ‘‘কাইলৈ ​​মোৰ স্বামী চুৰাটলৈ যাব। ঘৰত অকলে থাকিম। তোমাক লগ কৰিব খুজিছোঁ।’’

লগতে পঢ়ক গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক

এইবাৰ কবিতা বুলি কোৱা মহিলাগৰাকীয়ে দুৱাৰখন বন্ধ কৰি যুৱকজনক শোৱনি কোঠালৈ লৈ যায়। ইয়াৰ পিছতে যুৱকজনৰ সৈতে মহিলাগৰাকীয়ে যৌন সম্পৰ্ক স্থাপনকৰে।

তেনে সময়তে কোঠালৈ হঠাতে দুজন মানুহ আহি যুৱকজনক মাৰপিট কৰিবলৈ ধৰিলে। ধৰ্ষণত জড়িত কৰোৱাই ভাবুকি প্ৰদান কৰি ৫ লাখ টকাৰ দাবী কৰে।

উপায়হীন হৈ যুৱকজনে ২.৭০ লাখ টকা প্ৰদান কৰে৷ কিন্তু দলটোৱে ২.৭০ লাখ টকাত মান্তি নহৈ বাকী ধনো দাবী কৰে৷ ইয়াৰ পিছতে যুৱকজনে উপায়হীন হৈ আৰক্ষীৰ ওচৰ চাপে৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamhoney trapping
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?
জীৱনশৈলী

ATMৰ পৰা জালনোট ওলালে কি কৰিব? সলনি কৰাৰ উপায় জানেনে?

March 27, 2026
এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন
জীৱনশৈলী

এই বিষয়ক লৈ মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন

March 27, 2026
পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…
জীৱনশৈলী

পুৱাই উঠি চাহ-কফি, ফলৰ ৰস খায়? পুৱাতেই এইকেইবিধ পানীয় সেৱন নকৰিবই অন্যথা…

March 27, 2026
পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা
জীৱনশৈলী

পেট্ৰলত ১৩ টকাৰ পৰা কমি ৩ টকা, ডিজেলত এক্সাইজ ডিউটি শূন্য, কেন্দ্ৰই কৰিলে ডাঙৰ ঘোষণা

March 27, 2026
Next Post
একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

যজ্ঞৰে মহিলাৰ কোঁচত সন্তান দিয়াৰ লোভ! ভক্ত মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ ধৰ্মীয় গুৰু

যজ্ঞৰে মহিলাৰ কোঁচত সন্তান দিয়াৰ লোভ! ভক্ত মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ ধৰ্মীয় গুৰু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.