• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

4 years ago
গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

গজলক্ষ্মী যোগত প্ৰভাৱ প্ৰতিপত্তি বাঢ়িব ৫ৰাশিৰ, ২ জুনৰ ভিতৰত লাভ কৰিব সন্মান আৰু অৰ্থ

20 minutes ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

52 minutes ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

3 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

3 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

4 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

4 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

5 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

5 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

6 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

7 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

editor by editor
August 9, 2022
in বাণিজ্য, ভাৰত
0
ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত চৰকাৰে চীনৰ মোবাইল কোম্পানীৰ বিৰুদ্ধে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে৷ প্ৰকাশিত খবৰ মতে দেশীয় মোবাইল হেণ্ডচেট নিৰ্মাণ প্ৰতিষ্ঠান মাইক্ৰ’মেক্স, লাভা, কাৰ্বন আদি ঘৰুৱা ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰে চীনা মোবাইল নিৰ্মাণ প্ৰতিষ্ঠানে নিৰ্মাণ কৰা লো-এণ্ড স্মাৰ্টফোন (১২ হাজাৰৰ তলত) বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিকল্পনা কৰিছে।

সোমবাৰে প্ৰকাশ পোৱা সূত্ৰৰ উদ্ধৃতিৰে ব্লুমবাৰ্গৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতে ‘চীনৰ স্মাৰ্টফোন নিৰ্মাতাক ১২ হাজাৰ টকাতকৈ কম (১৫০ ডলাৰ)ত ডিভাইচ বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰিব বিচাৰিছে।

এই পদক্ষেপে চীনৰ স্মাৰ্টফোন নিৰ্মাতাসকলক ‘বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল বজাৰখনৰ পৰা বাহিৰলৈ ঠেলি দিব পাৰে’ বুলিও প্ৰতিবেদনখনত কোৱা হৈছে। কাউণ্টাৰপইণ্ট ৰিচাৰ্চৰ মতে, যদি চৰকাৰে সঁচাকৈয়ে এই পদক্ষেপ লয় তেন্তে ভাৰতত ১৫০ ডলাৰ (১২ হাজাৰ টকা আৰু তাৰ তলৰ) ছেগমেণ্টত প্ৰায় ৫০ শতাংশ বজাৰ অংশীদাৰিত্ব দখল কৰা Xiaomi আৰু Realmeৰ দৰে কোম্পানীয়ে মোক্ষম ডাঙৰ আঘাতৰ সন্মুখীন হ’ব।

লগতে পঢ়ক গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক

ইতিমধ্যে চীনা নিৰ্মাতা কোম্পানীসমূহৰ বিৰুদ্ধে ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু শেহতীয়াকৈ চীনৰ অ’প’, ভিভ’ আৰু ছায়’মিৰ দৰে চীনা স্মাৰ্টফোন কোম্পানীসমূহৰ ওপৰত চলোৱা অভিযানে এই কথা প্ৰমাণ কৰিছে।

ভাৰত চৰকাৰে চীনৰ তিনিটা মোবাইল কোম্পানী অ’প’, ভিভ’ ইণ্ডিয়া আৰু ছায়’মিৰ কৰ ফাঁকিৰ অভিযোগ উত্থাপন কৰা গোচৰৰ তদন্ত চলাই আছে।

উল্লেখ্য যে ডি আৰ আইয়ে ভিভ’ মোবাইল ইণ্ডিয়া প্ৰাইভেট লিমিটেডে প্ৰায় ২২১৭ কোটি টকাৰ শুল্ক ফাঁকিৰ ধৰা পেলায়। শুল্ক আইনৰ বিধান অনুসৰি ২,২১৭ কোটি টকাৰ শুল্ক বিচাৰি ভিভ’ ইণ্ডিয়াক শ্ব’কজৰ লগতে জাননী প্ৰেৰণ কৰাও হৈছে৷
২০২০ চনৰ এপ্ৰিল মাহৰ পৰা চীনৰ প্ৰতিষ্ঠানসমূহৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ লাভ কৰা ৩৮২টা প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই) প্ৰস্তাৱৰ ভিতৰত ২৯ জুনত ভাৰতে মাত্ৰ ৮০টা প্ৰস্তাৱতহে অনুমোদন জনাইছিল।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamchinese mobilechinese mobile ban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?
জীৱনশৈলী

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

May 27, 2026
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

May 27, 2026
Next Post
‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.