• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

4 years ago
শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

3 minutes ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 hour ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

2 hours ago
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

2 hours ago
জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

জুলাই মাহৰ পৰা ডিচেম্বৰলৈকে শনিৰ এটাৰ পাছত আনটো গোচৰ, সকলোকে টক্কৰ দিব এই ৪ৰাশিয়ে

3 hours ago
কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

কি ভিটামিনৰ অভাৱত মহিলাৰ বগাস্ৰাৱ হয়? এই ক্ষৰণ কিয় দুশ্চিন্তাৰ কাৰণ? কি কয় চিকিৎসকে?

3 hours ago
এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

এদিনতে নক্ষত্ৰ সলনি কৰিব বুধ আৰু শুক্ৰই, বুদ্ধিৰ জোৰত প্ৰেমৰ টানত সুখৰ জোৱাৰ আহিব ৪ৰাশিৰ জীৱনলৈ

4 hours ago
শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

শুক্ৰৰ নক্ষত্ৰত চন্দ্ৰ, ভাগ্যোদয় হ’ব ৪ৰাশিৰ, টকা, প্ৰেম আহিব কাৰ কাৰ জীৱনলৈ?

5 hours ago
গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

গৰ্ভপাতৰ অধিকাৰৰ পৰা যৌতুক প্ৰথাৰ বিৰুদ্ধে অভিযোগ, এই ৬ অধিকাৰ আছে প্ৰতিগৰাকী বিবাহিত ভাৰতীয় মহিলাৰ

5 hours ago
গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

গন্তব্য আছিল আমেৰিকা, আকাশত ৮ঘণ্টা উৰি আকৌ দিল্লীত নামিল এয়াৰ ইণ্ডিয়াৰ ফ্লাইট, কি ঘটিছিল মাজআকাশত?

6 hours ago
বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

বিধানসভাৰ গৃহীত UCC, সমাজত কি কি নিয়মৰ পৰিৱৰ্তন ঘটিব?

6 hours ago
বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

বিয়াৰ পিছতে হ্ৰাস পায় নাৰীৰ যৌ*ন আসক্তি! সমীক্ষাত আহিছে পোহৰলৈ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

editor by editor
August 9, 2022
in জীৱনশৈলী, বাণিজ্য, বিবিধ
0
‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?
0
SHARES
57.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়া বহুতৰ বাবে সপোন যেন লগা এক কাহিনী৷ এবাৰ এহাল দম্পতীলৈ দেশৰ বিখ্যাত উদ্যোগপতি ৰতন টাটাই ফোন কৰিলে৷ ফোনত ক’লে, ‘‘হেল্ল’… মই ৰতন টাটাই কৈছো, আমি এবাৰ লগ কৰিব পাৰোনে?’’ ইয়াৰ পিছৰখিনি দম্পতীহালৰ বাবে ইতিহাস৷

পুনেৰ অদিতি ৱালুঞ্জ আৰু চেতন ৱালুঞ্জে এক ষ্টাৰ্টআপ কোম্পানী আৰম্ভ কৰে৷ তেওঁলোকৰ ষ্টাৰ্টআপ কোম্পানীটোৱে ‘ম’বাইল ইলেক্ট্ৰিক চাৰ্জিং বাহন’ মুকলি কৰে৷ তেওঁলোকৰ আদৰ্শ পুৰুষ আছিল দেশৰ বিখ্যাত উদ্যোগপতি ৰতন টাটা৷

তেওঁলোকে ৰতন টাটাক সাক্ষাতৰ মন মেলিলে৷ কথাটো তেওঁলোকে বিভিন্ন বন্ধু বান্ধৱৰ আগতো ক’লে৷ সকলোৱে তেওঁলোকৰ কথাটো হাঁহিৰে উৰুৱাই দি কয় এয়া অসম্ভৱ! ৰতন টাটাই কিয় তেওঁলোকক সাক্ষাৎ কৰিব!

লগতে পঢ়ক অশান্ত হ’ব নেকি স্বাধীনতা দিৱস? আছাম ৰাইফলছৰ শিবিৰিত আফলা(স্বা), এনএছচিএনৰ ভয়ংকৰ আক্ৰমণ

কিন্তু দম্পতীহাল হতাশ হোৱা নাছিল৷ এদিন অদিতিয়ে ৰতন টাটালৈ এখন পত্ৰ প্ৰেৰণ কৰে৷ পত্ৰখনত ৰতন টাটাক সাক্ষাৎ কৰাৰ ইচ্ছাৰ বিষয়ে উল্লেখ কৰে৷ কিন্তু, পত্ৰখনৰ কোনো উত্তৰ নাহিল৷

উত্তৰ নহাত দম্পতীহালে ৰতন টাটাক সাক্ষাৎ কৰিবলৈ টাটাৰ বাসগৃহত পালেগৈ৷ তেওঁলোকে ৰতন টাটাৰ বাসগৃহৰ সন্মুখত ১২ ঘণ্টা খাপ পিটিও সাক্ষাৎ লাভ নকৰিলে৷ তেওঁলোকে বিফল মনোৰথেৰে হোটেললৈ গুচি গ’ল৷

হোটেলত থাকোতে অদিতিলৈ এটা ফোন আহে৷ ফোনটোৰ সিটো পাৰে এটা পুৰুষ কণ্ঠ৷ ক’লে, ‘‘হেল্ল’ মই অদিতিৰ লগত কথা পাতিব পাৰিম নে?’’ অদিতিয়ে উত্তত কয়, ‘‘কাৰ কছা কৈছে?’’ সিটো মূৰে আকৌ ক’লে, ‘‘মই ৰতন টাটাই কৈছো৷ আপোনাৰ চিঠিখন মই পাইছো, আমি লগ পাব পাৰোনে?’’

লগতে পঢ়ক গীৰ্জাত কন্যা শিশুক যৌন নিৰ্যাতন! গ্ৰেপ্তাৰ হ’ল গীৰ্জাৰ যাজক

অদিতি হতবাক! এটা সপোন বাস্তৱত পৰিণত হোৱা দিশে অদিতি আপৰু চেতন আনন্দত নাচি উঠিল৷ পিছদিনা তেওঁলোক আকৌ ৰতন টাটাৰ ঘৰ পালেগৈ। ৰাতিপুৱা ঠিক ১১ বজাত তেওঁলোকে টাটাক সাক্ষাৎ কৰে।

প্ৰায় তিনি ঘণ্টা ধৰি চলিছিল তেওঁলোকৰ বৈঠক। ৰতন টাটাই নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰাৰ  লগতে তেওঁলোকৰ সংস্থাই কেনেকৈ উন্নতিৰ শিখৰত উপনীত হ’ব পাৰে তাৰো টিপছ দিয়ে। আৰু এইদৰেই দম্পতীহালৰ সপোন পূৰ হোৱাই নহয় ২০১৯ আৰু ২০২২ চনত ষ্টাৰ্টআপটোত ৰতন টাটাৰ গ্ৰুপে মূলধন বিনিয়োগ কৰে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamratan tataTATA groupTATA GROUP OF INDUSTRIES
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ
জীৱনশৈলী

শৰীৰত নিঃশব্দে বাঢ়িছে কলষ্টেৰল? ৫ অভ্যাস সলনি নকৰিলে আহিব চৰম বিপদ

May 27, 2026
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?
জীৱনশৈলী

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

May 27, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

May 27, 2026
পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী
অসম

পৰিবেশ অনুসৰি গেছৰ দাম চৰকাৰে বঢ়াব কমাব, কিন্তু কোনো চৰকাৰে যুৱতীৰ হেৰুওৱা সন্মান আৰু যৌৱন ঘূৰাই দিব নোৱাৰেঃ মুখ্যমন্ত্ৰী

May 27, 2026
Next Post
আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

আপুনিও হওক সাৱধান! হানি ট্ৰেপিঙৰ বলি যুৱক! বিবাহিত নাৰীৰ ফান্দত পৰি যুৱকৰ নগুৰ-নাকতি!

একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.