• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

4 years ago
তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

32 minutes ago
বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

বিহাৰত হৈছে কি? জামুইৰ পিছত এইবাৰ সমস্তীপুৰ…

1 hour ago
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

2 hours ago
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

3 hours ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

20 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

20 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

20 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

21 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

22 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

22 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

23 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?

editor by editor
August 10, 2022
in জীৱনশৈলী, বিবিধ
0
একেলগে ১৮ প্ৰেমিকেৰে প্ৰেমৰ হাই ভল্টেজ নাটক! ২.৩ কোটি টকা আত্মসাৎ কৰি গ্ৰেপ্তাৰ কোন মডেল?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতি বিলাসী জীৱন ধাৰণৰ চখ থকা এগৰাকী মডেলে অৱশেষত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে৷ যুৱতীগৰাকীয়ে এগৰাকী বা দুগৰাকী নহয় ১৮ গৰাকীকৈ প্ৰেমিকৰ সৈতে একেলগে হাই ভল্টেজ নাটক কৰি অৱশেষত ধৰা পৰিছে৷ কেৱল সিমানেই নহয়, প্ৰেমিকসকলৰ পৰা ২.৩ কোটি টকা আত্মসাৎ কৰি ৰঙাঘৰৰ আহলী হৈছে৷

ঘটনা প্ৰতিবেশী দেশ চীনৰ৷ চীনৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি উয়ু নামৰ পেছাদাৰী মহিলাগৰাকীয়ে এই প্ৰৱঞ্চনাৰ জাল পেলাই আহিছিল৷ অভিযোগ অনুসৰি পেছাদাৰী মডেল উয়ুহে ২০১৭ চনৰ পৰা বিভিন্ন পুৰুষ তথা যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িবলৈ আৰম্ভ কৰে৷

প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছতে যৌন সম্পৰ্ক স্থাপন কৰি তাৰ ফ’টো আদিও ৰাখে৷ ইয়াৰ মাজতে বিভিন্নজনক বিবাহৰ প্ৰতিশ্ৰতিও প্ৰদান কৰি আহিছিল৷ অৱশ্যে সেই ফ’টোৰে উয়ুহে কোনো ব্লেকমেইলিং নকৰিলেও প্ৰেমিকসকলৰ পৰা বিভিন্ন অজুহাতত ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰি আহিছিল৷

লগতে পঢ়ক ‘হেল্ল’ মই ৰতন টাটাই কৈছো, আমি লগ কৰিব পাৰোনে?’ এটা ফোনে কাৰ ভাগ্যৰ চকৰী সলনি কৰিলে?

আৰক্ষীয়ে প্ৰকাশ কৰা মতে মডেল উয়ুহে পিতৃৰ কৰ্কট ৰোগৰ চিকিৎসা, ভাতৃৰ ঘৰ ক্ৰয়, আত্মীয় জামিন আদি বিভিন্ন কাৰণত প্ৰেমিকসকলৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল৷ ইয়াৰে একাংশই উয়ুৱে লোৱা ঋণ নিষ্পত্তি কৰি দিছিল৷

শেহতীয়াকৈ উয়ুহে এজন লোকক প্ৰেমিক হিচাপে এইদৰে ব্যৱহাৰ কৰিবলৈ গৈ বিপদ পৰে৷ লোকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উয়ুহে বহু পৰিমাণৰ ধন সংগ্ৰহ কৰে৷ লোকজনে উয়ুৰ পৰা ধন উভতাই বিচাৰিবলৈ ধৰে৷ উক্ত ধনখিনি উভতাই দিবলৈ উয়ুহে অন্য এজন প্ৰেমিকক আব্দাৰ কৰে আৰু তেওঁ ধনখিনি আদায় দিবলৈ সন্মত হয়৷

সেই ধনখিনি দিবলৈ যাওঁতে উৰহীৰ গছৰ ওৰ ওলাল৷ তেতিয়াহে দুয়োজন লোকে অনুভৱ কৰিলে যে উয়ুহে তেওঁলোকক দুয়োকে প্ৰতাৰণা কৰি আহিছে৷

লগতে পঢ়ক ভাৰতে চীনক দিব মোক্ষম আঘাত! ১২ হাজাৰ টকাৰ তলৰ মোবাইল হ’ব নিষিদ্ধ!

ইয়াৰ পিছতে তেওঁলোক আৰক্ষীৰ দ্বাৰস্থ হয় আৰু আৰক্ষীয়ে মডেল উয়ুক গ্ৰেপ্তাৰ কৰাৰ পিছতে সমগ্ৰ ঘটনাক্ৰম পোহৰলৈ আহে৷ উয়ুহে কেৱল ১৮ গৰাকী প্ৰেমিকক প্ৰতাৰণা কৰি ২.৩ কোটি টকা আত্মসাৎ কৰাই নহয় ২০১৪ চনত ৱুৱে জেং নামৰ এজন লোকৰ সৈতে আইনগতভাৱে বিবাহপাশত আৱদ্ধ হৈছিল৷ জেং আৰু উয়ুৰ দুয়োৰে সন্তানো আছে৷

এইদৰেই একেলগে ১৮ প্ৰেমিকেৰে প্ৰতাৰণাৰ হাই ভল্টেজ নাটক কৰি ২.৩ কোটি টকা আত্মসাৎ কৰাৰ পিছতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰৰ আলহী হ’ল ২৯ বছৰীয়া পেছাদাৰী মডেল উয়ু৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrelationship
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য
জীৱনশৈলী

তুলা ৰাশিত বুধৰ মহাপ্ৰৱেশ, সলনি হ’ব কেইবাটাও ৰাশিৰ ভাগ্য

September 24, 2026
১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?
ভাৰত

১০ মাহত ১৪ বাৰ আপত্তি, SIRক লৈ কি চলিছে নিৰ্বাচন আয়োগত?

September 24, 2026
৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা
ভাৰত

৩৪ বছৰজোৰা নীৰৱতাৰ অন্ত! বাজি উঠিল কাশ্মীৰৰ শীতলনাথ মন্দিৰৰ ঘণ্টা

September 24, 2026
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?
জীৱনশৈলী

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

September 23, 2026
Next Post
যজ্ঞৰে মহিলাৰ কোঁচত সন্তান দিয়াৰ লোভ! ভক্ত মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ ধৰ্মীয় গুৰু

যজ্ঞৰে মহিলাৰ কোঁচত সন্তান দিয়াৰ লোভ! ভক্ত মহিলাক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ স্বয়ম্ভূ ধৰ্মীয় গুৰু

উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?

উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.