• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?

উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?

4 years ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

25 minutes ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

1 hour ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

2 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

2 hours ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

3 hours ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

3 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

4 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

4 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

5 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

5 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

16 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?

editor by editor
August 10, 2022
in চিনেমা, জীৱনশৈলী, বিনোদন
0
উৰ্বশী ৰৌটেলালৈ ২ পত্নীৰ ৪ সন্তানৰ পিতৃ ইজিপ্তিয়ান কণ্ঠশিল্পীৰ বিবাহৰ প্ৰস্তাৱ, কি ক’লে উৰ্বশীয়ে?
0
SHARES
30.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডত সুন্দৰী আৰু ষ্টাইল ষ্টেটমেন্টৰ বাবে পৰিচিত উৰ্বশী ৰৌটেলা। অনুৰাগীৰ মাজত উৰ্বশীৰ প্ৰতি থকা উন্মাদনাটো চাবলগীয়া। এক নতুন সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে তেওঁ কেইবাটাও বিবাহৰ প্ৰস্তাৱ পাইছে। উৰ্বশীয়ে এনে এটা প্ৰস্তাৱৰ কথা ক’লে, আপুনিও শুনি হতভম্ব হ’ব।

উৰ্বশী ৰৌটেলাক এগৰাকী ইজিপ্তৰ কণ্ঠশিল্পীয়ে বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল৷ কণ্ঠশিল্পীগৰাকীৰ ২ গৰাকী পত্নী থকাৰ লগতে দুয়ো পত্নীৰ ফালৰ পৰা ৪ টাকৈ সন্তানো আছে৷

সাক্ষাৎকাৰটোত উৰ্বশী ৰৌটেলাক সোধা হৈছিল যে কেতিয়াবা কোনো অদ্ভুত অফাৰ পাইছে নেকি? তেতিয়া উৰ্বশীয়ে কয় যে এবাৰ ইজিপ্তৰ এজন গায়কে তেওঁক বিয়াৰ প্ৰস্তাৱ দিছিল। সাংস্কৃতিক পাৰ্থক্যৰ বাবে উৰ্বশীয়ে কণ্ঠশিল্পীগৰাকীক নাকচ কৰিলে।

লগতে পঢ়ক দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্কই পালে পূৰ্ণতা! দুই সমকামী পুৰুষৰ বিবাহ সম্পন্ন

বলীউড হাংগামাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উৰ্বশীয়ে কয় যে, “মই বহু প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছো। কিন্তু এটা প্ৰস্তাৱত বহু সাংস্কৃতিক পাৰ্থক্য দেখা গৈছিল। এজন ব্যক্তিয়েও নিজৰ পৰিয়ালৰ কথা চিন্তা কৰা উচিত। বিশেষকৈ মহিলাসকলৰ বাবে চিন্তা কৰাটো উচিত।’’

সাক্ষাৎকাৰত উৰ্বশীক সোধা হৈছিল যে ডুবাইত লগ পোৱা গায়িকাগৰাকী ইজিপ্তৰ নেকি? উৰ্বশীয়ে উত্তৰ দিলে, “হয়, কিন্তু সেই মানুহজনৰ ইতিমধ্যে দুগৰাকী পত্নী আৰু চাৰিটা সন্তান আছে৷ মই ক’ত থাকিব বিচাৰো বা তেওঁলোকে ইয়াত আহি থাকিব বিচাৰে নে সেইটো মই সিদ্ধান্ত ল’ব বিচৰা নাছিলো।’’

ইফালে উৰ্বশীয়ে কণ্ঠশিল্পীগৰাকীৰ নাম প্ৰকাশ কৰা নাই যদিও এজন অনুৰাগীয়ে তেওঁৰ সাক্ষাৎকাৰৰ ভিডিঅ’টোত মন্তব্য কৰি কৈছে যে কণ্ঠশিল্পীগৰাকী ‘মহম্মদ ৰমজান।’

দৰাচলতে ইজিপ্তৰ অভিনেতা-গায়ক মহম্মদ ৰামজানক অভিনয় কৰা মিউজিক ভিডিঅ’ ভাৰ্চাচে বেবীৰ জৰিয়তে উৰ্বশী ৰৌটেলাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। ২০২১ চনত মুক্তি লাভ কৰিছিল ভিডিঅ’টো।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBollywoodbollywood actressurvashi rautela
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?
জীৱনশৈলী

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

May 7, 2026
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?
জীৱনশৈলী

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

May 7, 2026
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?
জীৱনশৈলী

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

May 7, 2026
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে
জীৱনশৈলী

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

May 7, 2026
Next Post
ভাৰতৰ কেইগৰাকীমান গ্লেমাৰাছ তথা সুন্দৰী মহিলা ৰাজনীতিবিদৰ বিষয়ে…

ভাৰতৰ কেইগৰাকীমান গ্লেমাৰাছ তথা সুন্দৰী মহিলা ৰাজনীতিবিদৰ বিষয়ে…

এই মহিলাসকলে জীৱনত মাত্ৰ এবাৰহে গা ধোৱে! গা নোধোৱাকৈ কেনেকৈ থাকে?

এই মহিলাসকলে জীৱনত মাত্ৰ এবাৰহে গা ধোৱে! গা নোধোৱাকৈ কেনেকৈ থাকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.