• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

3 weeks ago
DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

1 hour ago
৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

3 hours ago
বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

4 hours ago
ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

5 hours ago
Life story of Guns N’ Roses

Life story of Guns N’ Roses

7 hours ago
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কেনেধৰণে প্ৰকাশ cockroach janata partyৰ আন্দোলনৰ খবৰ?

8 hours ago
মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

মুল্লানপুৰত বিধ্বস্ত আফগানিস্তান, টেষ্ট ইতিহাসত ভাৰতৰ সৰ্ববৃহৎ জয়

9 hours ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, জানক কোন কোন হ’ব মালামাল!

10 hours ago
ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

ড০ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ দপ্তৰ বিতৰণ, কোন মন্ত্ৰীয়ে পালে কি দপ্তৰ?

11 hours ago
গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

গৰমত লওক চকুৰ যতন, হেৰাব পাৰে দৃষ্টিশক্তি!

11 hours ago
বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

বিমানবন্দৰত শিহৰণকাৰী দৃশ্য, ধুমুহাত ক্ষতিগ্ৰস্ত ৰখাই থোৱা তিনিখন বিমান

12 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?

editor by editor
May 19, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
SBIৰ ৫৫৫ দিনৰ FDত ২০০,০০০ টকা জমা কৰিলে কিমান ৰিটাৰ্ণ পাব? সুদ হিচাপে কিমান ধন লাভ কৰিব?
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ষ্টক মাৰ্কেট আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ বৃদ্ধি পোৱাৰ পিছতো বৃহৎ সংখ্যক লোকে এতিয়াও ফিক্সড ডিপ’জিট (এফ ডি)ক আটাইতকৈ নিৰাপদ বিনিয়োগ বুলি গণ্য কৰে। বিশেষকৈ যিসকলে বিপদ নোহোৱাকৈ নিশ্চিত ৰিটাৰ্ণ বিচাৰে তেওঁলোকৰ বাবে এফ ডিয়েই প্ৰথম পছন্দ। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকক বিভিন্ন কাৰ্যকালৰ এফ ডিত ৩.০৫%ৰ পৰা ৭.১৫%লৈকে সুদৰ হাৰ প্ৰদান কৰে। যদি আপুনি এছ বি আইত ৫৫৫ দিনৰ এফ ডি আঁচনিত ২ লাখ টকা জমা কৰে তেন্তে মেচিউৰিটিৰ লগে লগে  কিমান টকা পাব, আৰু মুঠ ধনৰ ভিতৰত কিমান সুদ অন্তৰ্ভুক্ত হ’ব?

ষ্টেট বেংক অৱ ইণ্ডিয়াই নিজৰ গ্ৰাহকসকলক ফিক্সড ডিপ’জিটত বিনিয়োগৰ বাবে কেইবাটাও বিকল্প আগবঢ়ায়। গ্ৰাহকে মাত্ৰ ৭ দিনৰ পৰা সৰ্বাধিক ১০ বছৰলৈকে এই বেংকত ফিক্সড ডিপ’জিট খুলিব পাৰিব। বেংকৰ ৫৫৫ দিনীয়া ফিক্সড ডিপ’জিটত ৬০ বছৰৰ তলৰ গ্ৰাহকৰ বাবে ৬.২৫% সুদ দিয়া হৈছে। ৬০ বছৰ আৰু তাৰ ওপৰৰ জ্যেষ্ঠ নাগৰিকে লাভ কৰে ৬.৭৫% সুদ। তদুপৰি ৮০ বছৰৰ ওপৰৰ অতি জ্যেষ্ঠ নাগৰিকে ৫৫৫ দিনৰ ফিক্সড ডিপ’জিটৰ ৬.৮৫% সুদ লাভ কৰে।

৫৫৫ দিনৰ এফ ডিত ২,০০,০০০ টকা জমা কৰিলে কিমান সুদ পাব?

যদিহে ভাৰতীয় ষ্টেট বেংকত ৫৫৫ দিনৰ এফ ডি আঁচনিত ২ লাখ টকা জমা হয়, তেন্তে মেচিউৰিটিৰ সময়ত ১৯,১৫৬ টকাৰ নিৰ্দিষ্ট সুদসহ সাধাৰণ নাগৰিকে মুঠ ২,১৯,১৫৬ টকা লাভ কৰিব। একেদৰে ভাৰতীয় ষ্টেট বেংকত যদি ৫৫৫ দিনৰ এফ ডি আঁচনিত ২ লাখ টকা জমা হয়, তেন্তে মেচিউৰিটিৰ সময়ত ২০,৭২৬ টকাৰ নিৰ্দিষ্ট সুদসহ জ্যেষ্ঠ নাগৰিকে মুঠ ২,২০,৭২৬ টকা লাভ কৰিব। আনহাতে, অতি জ্যেষ্ঠ নাগৰিকে ভাৰতীয় ষ্টেট বেংকত ৫৫৫ দিনৰ এফ ডি আঁচনিত ২ লাখ টকা জমা কৰিলে ২১,০৪১ টকাৰ নিৰ্দিষ্ট সুদসহ মুঠ ২,২১,০৪১ টকা লাভ কৰিব। 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?
বিনোদন

DDLJৰ শ্বুটিঙৰ সময়ত কিয় শ্বাহৰুখ খানে বাৰে বাৰে হাস্পতাললৈ গৈ আছিল?

June 8, 2026
৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে
ক্ৰীড়া

৩৮ বছৰে কোনো ভাৰতীয়ই কৰিব নোৱাৰা কাম কৰিলে মানৱ সুথৰে

June 8, 2026
বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ
জীৱনশৈলী

বহু ঘাত-প্ৰতিঘাত নেওচি জিলিকি উঠা কেইগৰাকীমান ট্ৰান্সজেণ্ডাৰ

June 8, 2026
ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’
বিশ্ব

ভাৰতক লৈ সুৰ সলনি চীনৰ, ‘চীন ভাৰতৰ প্ৰতিৰোধী বা শত্ৰু নহয়, সহযোগীহে’

June 8, 2026
Next Post
ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

ঘৰৰ পৰা পঁইতাচোৰা খেদিবলৈ কি কৰিব? ঘৰত এইকেইজোপা উদ্ভিদ ৰোপণ কৰিয়েই খেদিব পাৰি পঁইতাচোৰা

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

এই ৫ সামগ্ৰী কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে, ইয়াৰ ফলতেই দুৰ্ভাগ্য আৰু দৰিদ্ৰতা আহে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.