• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

1 year ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

18 minutes ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

29 minutes ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

2 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

3 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

4 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

4 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

5 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

5 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

21 hours ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

21 hours ago
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

22 hours ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

editor by editor
September 13, 2024
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

এইবাৰ বাৰিষাত সমগ্ৰ দেশতে প্ৰৱল বৰষুণ। বৰষুণেও এইবাৰ বহু ধ্বংসলীলাৰ সৃষ্টি কৰিছে কেইবাখনো ৰাজ্যত। ৰাজধানী দিল্লীকে ধৰি উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি কেইবাখনো ৰাজ্যত বিগত ২ দিন ধৰি ধাৰাসাৰ বৰষুণ দি আছে, যাৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন।

একে সময়তে দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৩৬ ঘন্টাত ৪৭ জন লোকৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশত ৩২ জন, মধ্য প্ৰদেশত ১১ জন আৰু ৰাজস্থানত ৪ জন লোকৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশত অব্যাহত আছে বান পৰিস্থিতি।
মধ্য প্ৰদেশতো বহু জিলাত বৰষুণৰ বাবে ৰাস্তা ঘাট বোৰ পানীৰে ভৰি পৰিছে। ৰাজস্থানৰ বহু জিলাত বানপানীৰ সৃষ্টি হৈছে। তিনিওখন ৰাজ্যত বৰষুণৰ বাবে পৰিস্থিতি অবৰ্ণনীয় হৈ পৰিছে।

উত্তৰ প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিগত ২৪ ঘণ্টাত ২৪ জন লোকৰ মৃত্যু হয়। আগৰা, ঝান্সী আৰু মথুৰাত পৰিস্থিতি আটাইতকৈ বেয়া। দিল্লী-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত ৪ ফুটতকৈ অধিক বানপানীৰ বাবে পথ অৱৰোধ।

সাহায্য বিভাগৰ বিষয়াসকলে জনোৱা মতে, বৰষুণৰ ফলত হোৱা দুৰ্ঘটনাত মইনপুৰীত ৫ জন আৰু মথুৰাত ২ জন লোকে প্ৰাণ হেৰুৱাইছে। জালাউন আৰু বাণ্ডাত ২ জনকৈ লোকৰ প্ৰাণ হেৰুৱাৰ খবৰ।

এনডিআৰএফ আৰু এছডিআৰএফ উদ্ধাৰ অভিযানত অব্যাহত। উল্লেখ্য যে, বিগত ২৪ ঘন্টাত উত্তৰ প্ৰদেশত ২৮.৬ মিলিমিটাৰ বৰষুণ হৈছে। হাথৰাছত সৰ্বাধিক ১৮৫.১ মিলিমিটাৰ বৰষুণ । আনহাতে ধাৰাসাৰ বৰষুণ আৰু বতাহৰ ফলত মথুৰাত ৩১টা ঘৰ ভাঙি গৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি দক্ষিণ-পশ্চিম উত্তৰ প্ৰদেশত নিম্ন চাপৰ এলেকা গঠন হোৱাৰ বাবে ঘণ্টাত ২০ৰ পৰা ৩০ কিলোমিটাৰ বেগত বতাহ আৰু বৰষুণ দি আছিল। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত সৰ্বোচ্চ তাপমাত্ৰা ২৯ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৫.৪ ডিগ্ৰী।

বতৰ বিজ্ঞান বিভাগে ১৪ ছেপ্টেম্বৰলৈকে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ ৰেড এলাৰ্ট দিছে। একে সময়তে বানপানীৰ দৰে পৰিস্থিতিৰ আশংকাত ৰাইজৰ বাবেও সতৰ্কবাণী জাৰি কৰা হৈছে। আজি বতৰ বিজ্ঞান বিভাগে ১৯খন জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Heavy RainrainweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?
জীৱনশৈলী

এক পইছা উপাৰ্জনৰ চেষ্টা নাই…প্ৰাক্তন স্বামীক বেকাৰ আখ্যা দি কি কৈছে মেৰিকমে?

January 15, 2026
Next Post
৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি

৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি

নাৰ্কো টেষ্ট নহয়, চিবিআইৰ আবেদন নাকচ আদালতৰ

নাৰ্কো টেষ্ট নহয়, চিবিআইৰ আবেদন নাকচ আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.