• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

2 years ago
অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

28 minutes ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

2 hours ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

3 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

4 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

5 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

13 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

14 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

15 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

15 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

16 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

17 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

editor by editor
September 13, 2024
in অসম, উত্তৰ-পূব, বিবিধ, ভাৰত
0
৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ
0
SHARES
378
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৬ ঘণ্টাত ৪৭ জনৰ মৃত্যু, কৃত্ৰিম বান চাৰিওফালে, বিদ্যালয় বন্ধ

এইবাৰ বাৰিষাত সমগ্ৰ দেশতে প্ৰৱল বৰষুণ। বৰষুণেও এইবাৰ বহু ধ্বংসলীলাৰ সৃষ্টি কৰিছে কেইবাখনো ৰাজ্যত। ৰাজধানী দিল্লীকে ধৰি উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি কেইবাখনো ৰাজ্যত বিগত ২ দিন ধৰি ধাৰাসাৰ বৰষুণ দি আছে, যাৰ বাবে স্তব্ধ হৈ পৰিছে জনজীৱন।

একে সময়তে দেশৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ৩৬ ঘন্টাত ৪৭ জন লোকৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশত ৩২ জন, মধ্য প্ৰদেশত ১১ জন আৰু ৰাজস্থানত ৪ জন লোকৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশত অব্যাহত আছে বান পৰিস্থিতি।
মধ্য প্ৰদেশতো বহু জিলাত বৰষুণৰ বাবে ৰাস্তা ঘাট বোৰ পানীৰে ভৰি পৰিছে। ৰাজস্থানৰ বহু জিলাত বানপানীৰ সৃষ্টি হৈছে। তিনিওখন ৰাজ্যত বৰষুণৰ বাবে পৰিস্থিতি অবৰ্ণনীয় হৈ পৰিছে।

উত্তৰ প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বিগত ২৪ ঘণ্টাত ২৪ জন লোকৰ মৃত্যু হয়। আগৰা, ঝান্সী আৰু মথুৰাত পৰিস্থিতি আটাইতকৈ বেয়া। দিল্লী-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত ৪ ফুটতকৈ অধিক বানপানীৰ বাবে পথ অৱৰোধ।

সাহায্য বিভাগৰ বিষয়াসকলে জনোৱা মতে, বৰষুণৰ ফলত হোৱা দুৰ্ঘটনাত মইনপুৰীত ৫ জন আৰু মথুৰাত ২ জন লোকে প্ৰাণ হেৰুৱাইছে। জালাউন আৰু বাণ্ডাত ২ জনকৈ লোকৰ প্ৰাণ হেৰুৱাৰ খবৰ।

এনডিআৰএফ আৰু এছডিআৰএফ উদ্ধাৰ অভিযানত অব্যাহত। উল্লেখ্য যে, বিগত ২৪ ঘন্টাত উত্তৰ প্ৰদেশত ২৮.৬ মিলিমিটাৰ বৰষুণ হৈছে। হাথৰাছত সৰ্বাধিক ১৮৫.১ মিলিমিটাৰ বৰষুণ । আনহাতে ধাৰাসাৰ বৰষুণ আৰু বতাহৰ ফলত মথুৰাত ৩১টা ঘৰ ভাঙি গৈছে।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি দক্ষিণ-পশ্চিম উত্তৰ প্ৰদেশত নিম্ন চাপৰ এলেকা গঠন হোৱাৰ বাবে ঘণ্টাত ২০ৰ পৰা ৩০ কিলোমিটাৰ বেগত বতাহ আৰু বৰষুণ দি আছিল। বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত সৰ্বোচ্চ তাপমাত্ৰা ২৯ ডিগ্ৰী আৰু সৰ্বনিম্ন তাপমাত্ৰা ২৫.৪ ডিগ্ৰী।

বতৰ বিজ্ঞান বিভাগে ১৪ ছেপ্টেম্বৰলৈকে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ ৰেড এলাৰ্ট দিছে। একে সময়তে বানপানীৰ দৰে পৰিস্থিতিৰ আশংকাত ৰাইজৰ বাবেও সতৰ্কবাণী জাৰি কৰা হৈছে। আজি বতৰ বিজ্ঞান বিভাগে ১৯খন জিলাত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Heavy RainrainweatherWeather Report
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

অত্যাধিক ঘামৰ দুৰ্গন্ধ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

June 30, 2026
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

June 30, 2026
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

June 30, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

June 30, 2026
Next Post
৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি

৩০ বছৰৰ বয়স অতিক্ৰম কৰাৰ পাছৰে পৰা মহিলাই নিতৌ খাওক এই সামগ্ৰী, সুস্থ থাকিব আপুনি

নাৰ্কো টেষ্ট নহয়, চিবিআইৰ আবেদন নাকচ আদালতৰ

নাৰ্কো টেষ্ট নহয়, চিবিআইৰ আবেদন নাকচ আদালতৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.