• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

5 years ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

8 minutes ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

45 minutes ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

2 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

3 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

4 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

4 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

5 hours ago
যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

যুৱ-সাধকৰ মৃ*ত্যুৰ পিছত তীব্ৰ বিতৰ্কত প্ৰেমানন্দ মহাৰাজ

5 hours ago
১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

১০ লাখ টকাৰ ডাকঘৰৰ TD: ৩ বছৰৰ সলনি ৫ বছৰৰ জমা কৰিলে কিমান ৰিটাৰ্ণ পাব?

7 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

হঠাৎ সোণ-ৰূপৰ মূল্য হ্ৰাস? এয়া গহণা ক্ৰয়ৰ উচিত সময় নেকি?

7 hours ago
সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

সংগীৰ সৈতে ‘Food Divorce’? ইয়াৰ আঁৰৰ কাৰণ কি জানক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান

editor by editor
March 31, 2022
in বিশ্ব, ৰাজনীতি
0
প্ৰাণনাশৰ আশংকা! তথাপিও বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ ৰাজী নহয় ইমৰাণ খান
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পাকিস্তানত ৰাজনৈতিক অস্থিৰতাই শীৰ্ষত আৰোহণ কৰিছে৷ ইমৰাণ খানৰ গাদী ৰক্ষা হ’ব নে নহয় সেই লৈ ভাৰতীয় চুবুৰীয়া তথা চিৰ বৈৰী ৰাষ্ট্ৰখনত তীব্ৰ ৰাজনৈতিক উৎকণ্ঠাই বিৰাজ কৰিছে৷

ইমৰাণ খানৰ দল তেহৰিক-এ-ইনচাফৰ সহযোগী দলে সংগ ত্যাগ কৰাৰ পিছতে ইমৰাণ খানৰ চৰকাৰ নেশ্যনেল এছেম্বলীত প্ৰায় সংখ্যালঘুত পৰিণত হৈছে৷

লগতে পঢ়়ক আজিয়ে আধাৰ আৰু পান কাৰ্ডৰ সংযোগ কৰক : অন্যথা ভৰিব লাগিব জৰমিনা!

বৃহস্পতিবাৰে পাকিস্তানৰ সংসদত ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱত বিতৰ্ক আৰম্ভ হৈছে৷ অহা ৩ এপ্ৰিলত ইমৰাণ খানৰ চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷

ইয়াৰ পূৰ্বেই সহযোগী দলে ইমৰাণ খানৰ সংগ ত্যাগ কৰাৰ পিছতে তেওঁ চৰকাৰে নেশ্যনেল এছেম্বলী আৰু দেশৰ জনতাৰ আস্থা হেৰুওৱা বুলি বিৰোধীয়ে দাবী কৰি পদত্যাগ কৰিবলৈ ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰিছে৷

ইফালে পাকিস্তানৰ সংবাদ মাধ্যমৰ মতে ইমৰাণ খানে দেশবাসীক উদ্দ্যেশ্যি এক ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব৷

লগতে পঢ়়ক চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ : মহঙা দিনত কৰ্মচাৰী বাবে চৰকাৰৰ বিশেষ পদক্ষেপ

কিন্তু ইয়াৰ মাজতে ইমৰাণ খানৰ দল তেহৰিক-এ-ইনচাফ দলে দাবী কৰিছে যে ইমৰাণ খানৰ প্ৰাণনাশৰ ভাবুকি অহাৰ পিছতো বুলেটপ্ৰুফ বৰ্ম পিন্ধিবলৈ সন্মত হোৱা নাই৷

তেহৰিক-এ-ইনচাফ দলৰ এগৰাকী শীৰ্ষ নেতা ফইজল বাওদাই দাবী কৰিছে যে জনসভাত ইমৰাণ খানক বুলেট প্ৰুফ জাকেট পিন্ধিবলৈ কোৱা হৈছে যদিও সেয়া মানি লোৱা নাই৷

‘‘প্ৰধানমন্ত্ৰীক বুলেটপ্ৰুফ বৰ্ম পিন্ধাৰ পৰামৰ্শ দিলেও সেয়া তেওঁ পিন্ধিবলৈ ৰাজী নহয়৷ তেওঁ কয় আল্লাই নিৰ্ধাৰিত কৰা সময়ত মতেই তেওঁ পৃথিৱী ত্যাগ কৰিব৷’’

লগতে পঢ়়ক অসমৰ হাইৱেত ১০ খন নতুন উৰণীয়া সেতু : ক’ত ক’ত নিৰ্মাণ হ’ব এই সেতুসমূহ?

ইফালে ফইজলে ইমৰাণ খানক পাকিস্তানৰ ইতিহাসৰ ‘শ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী’ বুলিও অভিহিত কৰিছে৷

আনহাতে, কাৰ্যতঃ ইমৰাণ খানৰ চৰকাৰ সংখ্যালঘুত পৰিণত হ’লেও অনাস্থা প্ৰস্তাৱৰ পূৰ্বে তেওঁ পদত্যাগ নকৰে বুলিও স্পষ্ট কৰি দিছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 diigitalbest news channel in assamBest news channel of assamBest News Portal in AssamPak PM Imran KhanPTI
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড
বিনোদন

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

September 28, 2026
মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!
প্ৰযুক্তি

মহাকাশৰ পৰা আহিছে মহাবিনাশৰ ভয়ংকৰ সংকেত!

September 28, 2026
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ
বিশ্ব

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

September 28, 2026
Next Post
জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ

জঘন্য! ৰক্ষা নপৰিল গৰ্ভৱতী ছাগলীও, ধৰ্ষণ কৰি হত্যা তিনি লোকৰ, এজনক গ্ৰেপ্তাৰ

অসমসহ নাগালেণ্ড, মণিপুৰৰ পৰা AFPSA প্ৰত্যাহাৰ আৰম্ভ কেন্দ্ৰৰ

অসমসহ নাগালেণ্ড, মণিপুৰৰ পৰা AFPSA প্ৰত্যাহাৰ আৰম্ভ কেন্দ্ৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.