• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

3 months ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

1 hour ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

2 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

2 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

5 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

13 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

14 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

14 hours ago
সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

সাৱধান! কেৱল পানীয়েই নহয়, গাঢ় কৰিবলৈ দুষ্টচক্ৰই গাখীৰত মিহলায় চেম্পুও

15 hours ago
‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

‘কিন্নৰৰ আৰধ্য দেৱতা ভগৱান মোদী’

16 hours ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

হনুমান চালিছা কি ভাষাত পঢ়াটো উত্তম? কেতিয়াও নকৰিব ভুল!

editor by editor
May 5, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
0
SHARES
384
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মঙলবাৰৰ দিনটোত হনুমানক পূজা কৰা হয়। এই দিনটোত পূজা কৰিলে ভক্তৰ সকলো ইচ্ছা আৰু মনোকামনা পূৰ্ণ হয়। ৰাতিপুৱা গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি মন্দিৰলৈ যাব। ইয়াৰ লপিছত সেন্দূৰ, ৰঙা ফুল, গুড়, চূণ, বা লাড্ডু আগবঢ়াওক, লগতে হনুমানৰ আগত জেচমিন বা ঘিউৰে দীপ জ্বলাই হনুমান চলিছা আৰু বজৰং বান পাঠ কৰক। সম্পূৰ্ণ ভক্তিৰে কৰা উপাসনাই বিপদ দূৰ কৰে আৰু সফলতাও আনে। বহুতে হনুমান চলিছা পাঠ কৰোতে ভুল কৰে, ফলত আশানুৰূপ ফল পাবলৈ সক্ষম নহয়। যদি আপুনি সফলতা বিচাৰে তেন্তে হনুমান চালিছা শুদ্ধকৈ আৰু লাহে-ধীৰে পাঠ কৰিবলৈ চেষ্টা কৰক।

হনুমান চালিছা ১৬ শতাব্দীত তুলসী দাসে ৰচনা কৰিছিল। বজাৰত সংস্কৃতৰ পৰা আৰম্ভ কৰি হিন্দী, বাংলা, অসমীয়া আৰু আন আন ভাষাত এই চালিছা পোৱা যায়, কিন্তু ইয়াৰে কোনখন পঢ়িলে সুফল পোৱা যাব? একাংশৰ মতে সংস্কৃততহে শুদ্ধকৈ থাকে নেকি হনুমান চালিছা? আচলে তেনে নহয়, ভগৱানক ভক্তি আৰু নিষ্ঠাৰে যিকোনো এখন হনুমান চালিছা পাঠ কৰিব পাৰে।

Hanuman Chalisa in Assamese: অসমীয়াত হনুমান চালিছা

দোহা-

শ্ৰীগুৰু চৰণ সৰোজ ৰজ, নিজ মনু মুকুৰ সুধাৰি।
বৰনউঁ ৰঘুবৰ বিমল যশু, জো দায়ক ফল চাৰি॥

বুদ্ধিহীন তনু জানিকে, সুমিৰৌঁ পৱন-কুমাৰ।
বল বুদ্ধি বিদ্যা দেহু মোহি, হৰহু কলেশ বিকাৰ॥

চৌপাই-
জয় হনুমান জ্ঞান গুণ সাগৰ।
জয় কপীশ তিহুঁ লোক উজাগৰ॥

ৰামদূত অতুলিত বলধামা।
অঞ্জনি-পুত্ৰ পৱনসুত নামা॥

মহাবীৰ বিক্ৰম বজৰংগী।
কুমতি নিবাৰ সুমতি কে সংগী॥

কাঞ্চন বৰন বিৰাজ সুবেশা।
কানন কুণ্ডল কুঞ্চিত কেশা॥

হাত বজ্ৰ আৰু ধ্বজা বিৰাজে।
কাঁধে মুঞ্জ জনেউ সজে॥

শংকৰ সুৱন কেশৰী নন্দন।
তেজ প্ৰতাপ মহা জগ বন্দন॥

বিদ্যাৱান গুণী অতি চাতুৰ।
ৰাম কাজ কৰিবে কো আতুৰ॥

প্ৰভু চৰিত্ৰ শুনিবে কো ৰসিয়া।
ৰাম লক্ষণ সীতা মন বসিয়া॥

সূক্ষ্ম ৰূপ ধৰি সিয়হিঁ দেখোৱা।
বিকট ৰূপ ধৰি লঙ্কা জৰোৱা॥

ভীম ৰূপ ধৰি অসুৰ সংহাৰে।
ৰামচন্দ্ৰ কে কাজ সৱাৰে॥

লায় সজীৱন লক্ষণ জিয়ায়ে।
শ্ৰী ৰঘুবীৰ হৰষি উৰ লায়ে॥

ৰঘুপতি কীনহী বহুত বডাঈ।
তুম মম প্ৰিয় ভৰতহি সম ভাঈ॥

সহস বদন তুমহৰো যশ গাৱৈ।
অস কহি শ্ৰিপতি কণ্ঠ লগাৱৈ॥

সনকাদিক ব্ৰহ্মাদি মুনীশা।
নাৰদ শাৰদ সহিত অহীশা॥

যম কুবেৰ দিগপাল জহাঁ তে।
কবি কোবিদ কহি সকে কহাঁ তে॥

তুম উপকাৰ সুগ্ৰীৱহি কীনহা।
ৰাম মিলায় ৰাজপদ দীনহা॥

তুমহৰো মন্ত্ৰ বিভীষণ মানা।
লঙ্কেশ্বৰ ভয়ে সব জগ জানা॥

যুগ সহস্ৰ যোজন পৰ ভানু।
লীল্যো তাহি মধুৰ ফল জানু॥

প্ৰভু মুদ্ৰিকা মেলি মুখ মাহি।
জলধি লংঘি গয়ে অচৰজ নাহি॥

দুৰ্গম কাজ জগত কে জেতে।
সুগম অনুগ্ৰহ তুমহৰে তেতে॥

ৰাম দুআৰে তুম ৰখৱাৰে।
হোত ন আজ্ঞা বিনু পইসাৰে॥

সব সুখ লহৈ তুমহাৰী সৰনা।
তুম ৰক্ষক কাহু কো ডৰ না॥

আপন তেজ সমহাৰো আপৈ।
তীনোঁ লোক হাঙ্ক তে কাঁপৈ॥

ভূত পিশাচ নিকট নহি আবৈ।
মহাবীৰ জব নাম সুনাবৈ॥

নাসৈ ৰোগ হৰে সব পীৰা।
জপত নিৰন্তৰ হনুমত বীৰা॥

সংকট তে হনুমান ছুড়াবৈ।
মন ক্রম বচন ধ্যান জো লাৱৈ॥

সব পৰ ৰাম তপস্বী ৰাজা।
তিনকে কাজ সকল তুম সাজা॥

আৰু মনোৰথ জো কোই লাৱৈ।
সোই অমিত জীৱন ফল পাৱৈ॥

চাৰোঁ যুগ পৰতাপ তুমহাৰা।
হৈ পৰসিদ্ধ জগত উজিয়াৰা॥

সাধু সন্ত কে তুম ৰখৱাৰে।
অসুৰ নিকন্দন ৰাম দুলাৰে॥

অষ্ট সিদ্ধি নব নিধি কে দাতা।
অস বৰ দীন জানকী মাতা॥

ৰাম ৰসায়ন তুমহৰে পাসা।
সদা ৰহো ৰঘুপতি কে দাসা॥

তুমহৰে ভজন ৰামকো পাৱৈ।
জনম জনম কে দুখ বিসৰাৱৈ॥

অন্ত কাল ৰঘুবৰ পুৰ জাঈ।
যহাঁ জন্ম হৰি ভক্ত কহাঈ॥

আৰু দেবতা চিত্ত ন ধৰঈ।
হনুমত সেই সৰ্ব সুখ কৰঈ॥

সংকট কটৈ মিটৈ সব পীৰা।
জো সুমিৰৈ হনুমত বলবীৰা॥

জয় জয় জয় হনুমান গোসাঈঁ।
কৃপা কৰহু গুৰুদেব কি নাঈ॥

জো শত বাৰ পাঠ কৰ কোঈ।
ছুটহি বন্দি মহা সুখ হোঈ॥

জো যহ পঢ়ৈ হনুমান চালিছা।
হোয় সিদ্ধি সাখী গৌৰীশা॥

তুলসীদাস সদা হৰি চেৰা।
কীজৈ নাথ হৃদয় মহ ডেৰা॥

দোহা (শেষ)
পৱন তনয় সংকট হৰণ, মঙ্গল মূৰতি ৰূপ।
ৰাম লক্ষণ সীতা সহিত, হৃদয় বসহু সুৰভূপ॥

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?
প্ৰযুক্তি

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

August 5, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

August 5, 2026
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!
ভাৰত

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

August 5, 2026
Next Post
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

iPhone কিনিম বুলি ভাবিছে নেকি? এয়াই আপোনাৰ বাবে সোণালী সুযোগ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.