• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ

বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ

1 year ago
বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

11 hours ago
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

12 hours ago
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

13 hours ago
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

13 hours ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

14 hours ago
এতিয়াই লওক অলংকাৰ, অভাৱনীয় হাৰত দাম কমিছে সোণৰ

Gold-Silver Price Today: হ্ৰাস পালে সোণৰ মূল্য, শীঘ্ৰে ক্ৰয় কৰক পছন্দৰ গহনা!

15 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

হাতলৈ আহিব ধন, শীঘ্ৰে সলনি হ’ব বহু ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য!

15 hours ago
ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

ভাৰততে থাকি ভাৰতকে প্ৰতাৰণা! পাকিস্তানক দেশৰ তথ্য প্ৰদান কৰি গ্ৰেপ্তাৰ চাবুৱাৰ বায়ুসেনা ঘাটিৰ কৰ্মচাৰী

15 hours ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

17 hours ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

17 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

18 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ

editor by editor
December 29, 2024
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ
0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ

আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এম চি জি টেষ্ট মেচৰ চতুৰ্থ দিন। এই খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথম ইনিংছত ৪৭৪ ৰান সংগ্ৰহ কৰে। ষ্টিভ স্মিথে অপৰাজিত ১৪০ ৰানৰ অৰিহণা যোগায়। ইয়াৰ প্ৰত্যোত্তৰত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৩৬৯ ৰান সংগ্ৰহ কৰে। যাৰ ফলত প্ৰথম ইনিংছৰ ভিত্তিত অষ্ট্ৰেলিয়াই ১০৫ ৰানৰ অগ্ৰগতি লাভ কৰে। ভাৰতৰ হৈ প্ৰথম ইনিংছত নিতীশ ৰেড্ডীয়ে সৰ্বাধিক ১১৪ ৰান সংগ্ৰহ কৰে।

দ্বিতীয় ইনিংছ আৰম্ভ হোৱাৰ লগে লগে বেগী বলাৰ যশপ্ৰীত বুমৰাহে বলেৰে ত্ৰাস চলায় বিৰোধী দলত। বুমৰাহে অষ্ট্ৰেলিয়াক এটাৰ পিছত এটাকৈ শ্বক দিয়ে। যাৰ ফলত অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত মাথো ৯১ ৰানতে ৬টা উইকেট হেৰুৱাব লগা হয়।

এই ৬টা উইকেটৰ ভিতৰত ৪টা উইকেট দখল কৰে বুমৰাহে। লগতে এই ৪ টা উইকেট দখল কৰি এক ইতিহাসো ৰচে ভাৰতীয় বলাৰগৰাকীয়ে। টেষ্ট ক্ৰিকেটত বুমৰাহে ২০০ উইকেট সম্পূৰ্ণ কৰে।

বৰ্তমানে ২০০টা টেষ্ট উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ। ৯৮৯৬টা বল দি ২০০টা টেষ্ট উইকেট দখল কৰা ভাৰতৰে আনএগৰাকী খেলুৱৈ মহম্মদ ছামীক বুমৰাহে অতিক্ৰম কৰে। সামগ্ৰিকভাৱে এই বিষয়ত চতুৰ্থ স্থানত আছে জস্প্ৰিত বুমৰাহ। বুমৰাহে মাথো ৮৪৮৪টা বল দিলে টেষ্টৰ ২০০টা উইকেট দখল কৰিছে। এই ক্ষেত্ৰত বুমৰাহতকৈ আগবাঢ়ি আছে ৱাকাৰ ইউনিছ (পাকিস্তান), ডেল ষ্টেইন (দক্ষিণ আফ্ৰিকা) আৰু কাগিছ’ ৰাবাডা (দক্ষিণ আফ্ৰিকা)।

দ্ৰুততম ২০০ টেষ্ট উইকেট দখল কৰা তালিকা-
৭৭২৫টা বলত ৱাকাৰ ইউনিছ
৭৮৪৮ টা বলত ডেল ষ্টেইন
৮১৫৩ টা কাগিছ’ ৰাবাদা
৮৪৮৪ টা বলত জছপ্ৰিত বুমৰাহ
৯৮৯৬ টা বলত মহম্মদ ছামী

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BallerIndian BallerIndian CricketJasprit Boomrah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?
জীৱনশৈলী

বৰষুণৰ বতৰত ছালৰ সংক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা পৰিব?

March 24, 2026
ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!
জীৱনশৈলী

ঘৰত জেঠীৰ উপদ্ৰৱ, সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ!

March 24, 2026
ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!
ভাৰত

ৰে’লৱেৰ নতুন নিয়ম, প্ৰভাৱ পৰিব আপোনাৰ পকেটত!

March 24, 2026
সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…
জীৱনশৈলী

সংগীয়ে দিব নেকি মনে মনে ব্ৰেকআপ? মন কৰিব এই ৫টা চিনলৈ…

March 24, 2026
Next Post
কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ’ব চিকিৎসক

কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ'ব চিকিৎসক

নতুন বছৰৰ পূৰ্বেই শুক্ৰই সলনি কৰিলে স্থান, ৩ ৰাশিৰ বাম্পাৰ লাভ

নতুন বছৰৰ পূৰ্বেই শুক্ৰই সলনি কৰিলে স্থান, ৩ ৰাশিৰ বাম্পাৰ লাভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.