• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুই মহিলা অফিচাৰৰ সৈতে এজন কাশ্মীৰি পণ্ডিতে সম্বোধন কৰিলে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংবাদমেল! কেন্দ্ৰই লোৱা এই সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্য কি?

দুই মহিলা অফিচাৰৰ সৈতে এজন কাশ্মীৰি পণ্ডিতে সম্বোধন কৰিলে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংবাদমেল! কেন্দ্ৰই লোৱা এই সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্য কি?

1 year ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

33 minutes ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

55 minutes ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

1 hour ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

2 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

3 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

4 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

5 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

6 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

7 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

7 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুই মহিলা অফিচাৰৰ সৈতে এজন কাশ্মীৰি পণ্ডিতে সম্বোধন কৰিলে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংবাদমেল! কেন্দ্ৰই লোৱা এই সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্য কি?

দুই মহিলা অফিচাৰৰ সৈতে এজন কাশ্মীৰি পণ্ডিতে সম্বোধন কৰিলে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংবাদমেল! কেন্দ্ৰই লোৱা এই সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্য কি?

editor by editor
May 7, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
দুই মহিলা অফিচাৰৰ সৈতে এজন কাশ্মীৰি পণ্ডিতে সম্বোধন কৰিলে দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সংবাদমেল! কেন্দ্ৰই লোৱা এই সিদ্ধান্তৰ আঁৰৰ উদ্দেশ্য কি?
0
SHARES
692
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মঙলবাৰে মাজনিশা ভাৰতৰ প্ৰত্যাঘাতত চমকি গৈছে পাকিস্তান৷ ২৫ মিনিটৰ অপাৰেছন সেন্দুৰৰ মাধ্যমেৰে পাকিস্তানৰ মাটিত থকা এটাৰ পাছত আনটো সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰিছে ভাৰতে৷ অপাৰেছন সেন্দুৰ সম্পৰ্কে বিস্তাৰিত তথ্য দিবলৈ বুধবাৰে বিশেষ সংবাদমেলো সম্বোধন কৰা হৈছে৷ সেই বিশেষ সংবাদমেলতো চমক দিলে কেন্দ্ৰীয় চৰকাৰে৷
সাম্প্ৰতিক সময়ত কেন্দ্ৰীয় চৰকাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সংবাদমেল আছিল এই সংবাদমেল৷ আৰু সেই বৈঠকতেই নিৰাপত্তা বাহিনীক প্ৰতিনিধিত্ব কৰিছিল দুই মহিলা অফিচাৰে৷ কৰ্নেল ছোফিয়া কুৰেছি আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিং সামাজিক মাধ্যমত এতিয়া খুবেই চৰ্চিত৷ তেওঁলোকৰ সৈতে চৰকাৰৰ পক্ষৰ হৈ সংবাদমেলত অংশ লৈছিল বিদেশ সচিব বিক্ৰম মিশ্ৰিয়ে৷ দেশৰ অন্যতম অভিজ্ঞ এই কূটনৈতিক আমোলাৰ আৰু এক পৰিচয় হৈছে তেওঁ কাশ্মীৰি পণ্ডিত৷
জম্মু কাশ্মীৰৰ বুকুত পহেলগামৰ নৃশংস আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ ভাৰতে কেনেকৈ কি পন্থা লৈছে তাৰ বাখ্যা কৰিছে তিনিওগৰাকীয়ে৷ পহেলগাম আক্ৰমণৰ প্ৰত্যক্ৰমণৰ নাম অপাৰেছন সেন্দুৰ ৰখাটো যিমান তাৎপৰ্যপূৰ্ণ তাতকৈ সংবাদমেল সম্বোধনত এগৰাকী কাশ্মীৰি পণ্ডিত আৰু দুগৰাকী মহিলা অফিচাৰ ৰখাটো তাতোকৈয়ো তাৎপৰ্যপূৰ্ণ৷ কেন্দ্ৰৰ এই ৰণকৌশলৰো আছে পৃথক তাৎপৰ্য৷ এই সংবাদমেলৰ উদ্দেশ্য এটাই যে শত্ৰুপক্ষ আৰু সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ সামৰিক, মানসিক আৰু জাতীয় ঐক্যৰ শক্তি তুলি ধৰি দৃঢ় বাৰ্তা দিয়া৷
উল্লেখ্য যে সেনা আৰু নিৰাপত্তা বাহিনী মানেই দীৰ্ঘদিন ধৰি এটাই ধাৰণা আছিল, পুৰুষেই এইসমূহ অভিযানৰ দায়িত্ব লয়৷ কিন্তু এইবাৰ সকলোকে অবাক কৰি বৃহৎ দায়িত্ব কান্ধ পাতি লৈছে মহিলা অফিচাৰে৷ সময়ৰ লগে লগে দেশৰ নিৰাপত্তা বাহিনীত নিজকে উচ্চস্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মহিলা অফিচাৰসকলেও৷ কিন্তু বিদেশৰ মাটিত এই সফল সামৰিক অভিযানৰ বাৰ্তা দেশৰ মানুহে জানিলেই নহ’ব এই কথা জানিব লাগিব সমগ্ৰ বিশ্বই৷ তাৰবাবে দুই মহিলা অফিচাৰক দিয়েই এই সংবাদমেল সম্বোধনো কৰোৱা হৈছে৷ পহেলগাম ঘটনাৰ প্ৰতিশোধ ল’বলৈ যি অভিযান চলোৱা হৈছে তাৰ নাম অপাৰেছন সেন্দুৰ ৰখাৰ মাধ্যমেৰে নাৰীশক্তিৰ জয়গান গোৱা হৈছে৷  অপাৰেছন সেন্দুৰ কেৱলমাত্ৰ ভাৰতৰ সামৰিক শক্তিৰ সাফল্য নহয়, এই অভিযানে সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতৰ নাৰীশক্তিৰ ক্ষমতাক স্পষ্টভাৱে তুলি ধৰা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?
বিনোদন

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

October 6, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

October 6, 2026
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭
ভাৰত

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

October 6, 2026
Next Post
প্ৰতিশোধ ল’লেও আমি মানৱীয়তা পাহৰা নাই, ভাৰতীয় সেনালৈ অশেষ ধন্যবাদঃ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

প্ৰতিশোধ ল’লেও আমি মানৱীয়তা পাহৰা নাই, ভাৰতীয় সেনালৈ অশেষ ধন্যবাদঃ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং

কৰ্ণেল ছোফিয়া কুৰেছি কোন? অসমৰ সৈতে কি সম্পৰ্ক ছোফিয়াৰ? জানি থওক এই দুৰ্দান্ত সাহসী মহিলাৰ কাহিনী

কৰ্ণেল ছোফিয়া কুৰেছি কোন? অসমৰ সৈতে কি সম্পৰ্ক ছোফিয়াৰ? জানি থওক এই দুৰ্দান্ত সাহসী মহিলাৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.