• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ বিমুদ্ৰাকৰণ! দেশৰ নাম সলনিৰ বাবেই আকৌ হ’ব নেকি বিমুদ্ৰাকৰণ?

পুনৰ বিমুদ্ৰাকৰণ! দেশৰ নাম সলনিৰ বাবেই আকৌ হ’ব নেকি বিমুদ্ৰাকৰণ?

2 years ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

5 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

5 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

5 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

5 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

5 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

5 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

6 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

6 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

6 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

6 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

6 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, February 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুনৰ বিমুদ্ৰাকৰণ! দেশৰ নাম সলনিৰ বাবেই আকৌ হ’ব নেকি বিমুদ্ৰাকৰণ?

editor by editor
September 6, 2023
in ভাৰত, ৰাজনীতি
0
পুনৰ বিমুদ্ৰাকৰণ! দেশৰ নাম সলনিৰ বাবেই আকৌ হ’ব নেকি বিমুদ্ৰাকৰণ?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰত নে ইণ্ডিয়া? দেশৰ নাম সলনি হ’লে আন কি কি সলনি হ’ব? পুনৰ হ’ব নেকি বিমুদ্ৰাকৰণ? বিৰোধীৰ মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে ইণ্ডিয়াক সলনি কৰিব নেকি ভাৰতলৈ? কেইবাটাও প্ৰশ্ন উত্থাপন হৈছে জনতাৰ মনত।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া, President of India, অনান্য চৰকাৰী কাৰ্যালয় হওক বা প্ৰতিষ্ঠানত পূৰ্বৰ পৰা চলি অহা ইণ্ডিয়াক সলনি কৰি কেন্দ্ৰীয় মোদী চৰকাৰে শেহতীয়াকৈ সলনি কৰিবলৈ লৈছে ইণ্ডিয়াৰ নাম ভাৰতলৈ। যদি ভাৰত নামেৰে সকলোতে পুনৰ নামাকৰণ কৰা হয় তেন্তে দেশবাসী কি কি সমস্যাৰ সন্মুখীন হ’ব?

দেশৰ নাম সলনি কৰাৰ লগে লগে দেশৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম কাগজে পত্ৰই সলনি কৰিব লাগিব। বিশেষকৈ ভাৰতীয় টকাৰ নোটত উল্লেখ থকা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নামো সম্ভৱত সলনি কৰিব লাগিব। তাৰ লগে লগে আন এক বিমুদ্ৰকৰনৰ মুখামুখি হব লাগিব দেশবাসী। উল্লেখ্য যে ভাৰতৰ নাম সলনি প্ৰক্ৰিযাক কেন্দ্ৰ কৰি দেশজুৰি তীব্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ শাসক বিৰোধীৰ মাজৰ সংঘাতৰ বাবেই এনে কিছু অনাকাংশিত অৱস্থাৰ সৃষ্টি হৈছে। উল্লেখ্য যে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহে বিজেপি বা NDA চৰকাৰক পৰাভূত কৰিবৰ বাবে বিৰোধী মিত্ৰজোঁটৰ UPA ৰ নাম সলনি কৰি নতুন নাম দিছিল India.

যি নামৰ বাবেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেখেতে টুইটাৰত ইণ্ডিয়াৰ ঠাইত লিখিছিল ভাৰত। তাৰ পৰাই সৃষ্টি হয় আন এক বিতৰ্কৰ। শেহতীয়াকৈ এই বিতৰ্কই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে তীব্ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া। লক্ষণীয় যে জি-২০ বৈঠকৰ বাবে বিদেশৰ অতিথিক দেশৰ ৰাষ্ট্ৰপতি ভৱনত নিশাৰ আহাৰৰ বাবে নিমন্ত্ৰণ জনোৱা পত্ৰত president of India ৰ ঠাইত লিখা হল president of bharat. উক্ত ঘটনাক কেন্দ্ৰ কৰি বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে যে বিৰোধীৰ মিত্ৰজোঁটৰ ইণ্ডিয়াক বদনাম কৰিবৰ বাবেই কেন্দ্ৰীয় মোদী চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। এক প্ৰকাৰে আগন্তক ২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে শংকাত ভুগিছে শাসকীয় চৰকাৰ। মুঠৰ ওপৰত বৰ্তমান india Bharat বিতৰ্কই বিশেষ তাৎপৰ্য বহন কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক
জীৱনশৈলী

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

February 9, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা কিমান? কোন প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতা কিমান আছিল?

এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম…

এই কাম কৰিলেই হ’ব মহাবিপদ! জন্মাষ্টমীৰ দিনা ভুলতো নকৰিব এইকেইটা কাম...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.