• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহি আছে কোভিডৰ তৃতীয় ঢৌ, কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈ অসমত শক্তিশালী নহয় কোভিড!

আহি আছে কোভিডৰ তৃতীয় ঢৌ, কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈ অসমত শক্তিশালী নহয় কোভিড!

4 years ago
সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

সলনি অনলাইন পেমেণ্টৰ নিয়ম, ১ এপ্ৰিলৰ পৰা কৰক অনুসৰণ!

1 hour ago
কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

কোটিপতি হ’বলৈ একেবাৰে সহজ, মাত্ৰ এইদৰে কৰক ডাকঘৰত সঞ্চয়!

2 hours ago
পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

2 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

আজি কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য? পঢ়ক দৈনিক ৰাশিফল

3 hours ago
ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

ভুলতো ঘৰৰ এইটো দিশত নলগাব ফটো, সুখ-শান্তি বিঘ্নিত হ’ব আপোনাৰ!

3 hours ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

12 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

13 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

13 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

13 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

14 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

14 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ক'ভিড-১৯

আহি আছে কোভিডৰ তৃতীয় ঢৌ, কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈ অসমত শক্তিশালী নহয় কোভিড!

editor by editor
October 19, 2021
in অসম, উত্তৰ-পূব, ক'ভিড-১৯, গুৱাহাটী, বিশ্ব, ভাৰত, স্বাস্থ্য
0
আহি আছে কোভিডৰ তৃতীয় ঢৌ, কিন্তু নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈ অসমত শক্তিশালী নহয় কোভিড!
0
SHARES
54
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ পুনৰ আহি আছে ক’ৰোনা৷ আশংকা আৰম্ভ হৈছে৷ দীৰ্ঘ বিৰতিৰ মূৰত বিদ্যালয়সমূহৰ দুৱাৰ খোল খালে৷ আৰম্ভ হ’ল পাঠদান প্ৰক্ৰিয়া৷ ইয়াৰ পূৰ্বে দোকান-পোহাৰ সম্পূৰ্ণৰূপে খুলিছিল৷ পূৰ্বৰ স্বাভাৱিক জীৱন যাত্ৰা পুনৰ আৰম্ভ হৈছে৷ কিন্তু এনে সময়তে দুৰ্ভাৱনা, আশংকাই গা কৰি উঠিছে৷ এই দুৰ্ভাৱনা-আশংকাৰ থল নথকা নহয়৷ ইয়াৰ ভিত্তি আছে৷ কাৰণ পুনৰ বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ হাৰ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ১৮ অক্টোবৰত বিশ্বজুৰি ২,৪৫,৫০৭ জন আক্ৰান্ত হৈছে ক’ৰোনাত৷ মৃত্যু হৈছে ৩,২৭০ জনৰ৷ বিগত ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত ১৩,৫৯৬ জন আৰু মৃত্যু ১৬৬ জনৰ৷

১৮ অক্টোবৰত অসমত কোভিড আক্ৰান্ত ২৯৮ জন, ইয়াৰে কামৰূপ (মহানগৰ)ত আক্ৰান্ত ১০৩ জন আৰু ৰাজ্যত মৃত্যু ৭ জনৰ৷ এই তথ্য ৰাজ্য চৰকাৰৰ৷ এদিন পূৰ্বৰ তুলনাত মহানগৰত কোভিড পৰিস্থিতিৰ যথেষ্ট অৱনতি পৰিলক্ষিত হৈছে৷ ১৭ অক্টোবৰত আক্ৰান্ত আছিল মাথোঁ ৬৮ জন৷ অৰ্থাৎ, এদিনত মহানগৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’ল ৩৫ জনলৈ৷ তথ্যই স্পষ্ট কৰিছে যে ভয়ংকৰ ৰূপত সংক্ৰমণ বৃদ্ধি পাইছে৷ উচাহ-উদ্দীপনাৰে দুৰ্গা পূজা উদযাপিত হ’ল৷ ৰাজ্যৰ ৬ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সভা-সমিতিসমূহ আয়োজিত হৈ আছে৷ পূজা আৰু উপ নিৰ্বাচনৰ প্ৰচাৰ সভা দুয়োক্ষেত্ৰতে দেখা গৈছে যে হাজাৰ হাজাৰ লোক মুকলিকৈ ওলাই আহিছে৷ নাই মাস্ক, নাই ছেনিটাইজাৰ, নাই শাৰীৰিক দূৰত্ব৷ হয়তো দুৰ্গা পূজাতে কোভিডৰ ব্যাপক আদান-প্ৰদান৷ নিৰ্বাচনী প্ৰচাৰত আদান-প্ৰদান কোভিডৰ৷ এই হাৰ অব্যাহত থাকিলে অচিৰেই ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে কোভিডে৷ এই হাৰ অব্যাহত থাকিলে লকডাউনৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি৷ কিন্তু নিশ্চিন্ত থাকক৷ উপ নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈ অসমত শক্তিশালী নহয় কোভিড৷ সকলো নিৰ্ভৰ কৰিব উপ নিৰ্বাচনৰ ওপৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24covid 19 third wave
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!
জীৱনশৈলী

পেন্টৰ জেপত নাৰাখিব মোবাইল, পুৰুষে হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন!

March 24, 2026
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?
জীৱনশৈলী

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

March 23, 2026
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ
জীৱনশৈলী

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

March 23, 2026
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?
জীৱনশৈলী

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

March 23, 2026
Next Post
অসমীয়া জাতিসত্বাৰ ওপৰত বাৰে বাৰে এই আক্ৰমণ কিয়? কিয় বৰাকবাসীয়ে বাৰে বাৰে মূলসুঁতিৰ পৰা আতৰি যাব বিচাৰে!

অসমীয়া জাতিসত্বাৰ ওপৰত বাৰে বাৰে এই আক্ৰমণ কিয়? কিয় বৰাকবাসীয়ে বাৰে বাৰে মূলসুঁতিৰ পৰা আতৰি যাব বিচাৰে!

শীঘ্ৰেই সলনি হ’ব ফেচবুকৰ নাম, কি নামেৰে উপলব্ধ হ’ব ফেচবুক?

শীঘ্ৰেই সলনি হ’ব ফেচবুকৰ নাম, কি নামেৰে উপলব্ধ হ’ব ফেচবুক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.