• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰিবলৈ সাজু ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ, লগত নিব গণেশৰ মূৰ্তি

তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰিবলৈ সাজু ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ, লগত নিব গণেশৰ মূৰ্তি

2 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

21 minutes ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

1 hour ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

2 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

3 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

3 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

5 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

5 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

6 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

7 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

8 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰিবলৈ সাজু ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ, লগত নিব গণেশৰ মূৰ্তি

editor by editor
May 6, 2024
in প্ৰযুক্তি, বিশ্ব, ভাৰত
0
তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰিবলৈ সাজু ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ, লগত নিব গণেশৰ মূৰ্তি
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তৃতীয়বাৰৰ বাবে মহাকাশত উৰা মাৰিবলৈ সাজু ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ

ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ মহাকাশলৈ যাবলৈ সাজু। এইবাৰ বুচ উইলম’ৰেও তেওঁৰ লগত থাকিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানত উঠি মহাকাশলৈ যাবলৈ সাজু হৈছে নাছাৰ দুজন অভিজ্ঞ মহাকাশচাৰী।

এইখন হ’ব প্ৰথমখন মানৱবাহী মহাকাশযান, যিখন কাইলৈ ৭ মে’ত উৰণ হ’ব। নাছাৰ তথ্য অনুসৰি অহা ৭ মে’ৰ পুৱা ৮:০৪ বজাত কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা ইউনাইটেড লঞ্চ এলায়েন্স এটলাছ ভি ৰকেট আৰু বয়িং ষ্টাৰলাইনাৰ মহাকাশযান উৎক্ষেপণ কৰা হ’ব।

এই অভিযানৰ বিষয়ে সুনীতা উইলিয়ামছে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিয়ে যে, এইবাৰৰ অভিযানক লৈ কিছু নাৰ্ভাচ হৈ আছে কিন্তু উৰণৰ বাবে উৎসাহিত, লগতে ইয়াকো কয় যে, এনেদৰে মহাকাশলৈ যোৱাটো ঘৰলৈ উভতি যোৱাৰ দৰে।

ড° দীপক পাণ্ডিয়া আৰু বনী পাণ্ডিয়াৰ ঘৰত জন্মগ্ৰহণ কৰা সুনীতা উইলিয়ামছে পুনৰবাৰ ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে। আনাহতে মানৱ সম্পন্ন মহাকাশযানৰ প্ৰথম অভিযানতে প্ৰথমগৰাকী মহিলা হিচাপে উৰা মাৰিবলৈ সাজু হৈছে সুনীতা।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০০৬ আৰু ২০১২ চনত দুবাৰকৈ মহাকাশলৈ গৈছে সুনীতা উইলিয়ানছে। উইলিয়ামছে দুটা অভিযানত মুঠ ৩২২ দিন মহাকাশত কটাবলগীয়া হৈছে।

এইবাৰৰ যাত্ৰাত সুনীতা উইলিয়ামছে এটা গণেশৰ মূৰ্তি লগত লৈ যাব। তেখেতৰ বিশ্বাস, গণেশৰ মূৰ্তি সৌভাগ্যৰ প্ৰতীক । ইয়াৰ পূৰ্বৰ যাত্ৰাত এবাৰ ভাগৱত গীতা তেখেতে লগত লৈ গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: astronautIndian – AmericanIndian-American astronautSunita Williams
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?
জীৱনশৈলী

প্ৰতিদিনৰ ৪ অভ্যাসে আপোনাৰ উন্নতিৰ পথৰ সকলোতকৈ ডাঙৰ বাধা, কি কৈছে গৰুড় পুৰাণে?

March 28, 2026
২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?
জীৱনশৈলী

২ বছৰত সুদ হিচাপেই পাব ৬০ হাজাৰ টকা, পোষ্ট অফিচৰ এই স্কিম সম্পৰ্কে জানেনে?

March 28, 2026
Next Post
পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী

পত্নীৰ অকথ্য নিৰ্যাতন, অত্যাচাৰ সহিব নোৱাৰি পলাই আৰক্ষীৰ কাষ চাপিল স্বামী

দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি

দিল্লীৰ পাছত পুনৰ আন এখন ৰাজ্যৰ বিদ্যালয়ত বোমাৰ আতংক, ৮খন বিদ্যালয়ত বোমা বিস্ফোৰণৰ ভাবুকি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.