• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যাত্ৰাৰ দূৰত্ব একেই থাকিলেও কমিব সময়! ৩১ মাৰ্চত চমক দিবলৈ সাজু ভাৰতীয় ৰে’ল বিভাগ

যাত্ৰাৰ দূৰত্ব একেই থাকিলেও কমিব সময়! ৩১ মাৰ্চত চমক দিবলৈ সাজু ভাৰতীয় ৰে’ল বিভাগ

1 year ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

7 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

7 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

8 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

9 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

10 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

10 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

11 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

12 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

13 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

14 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

যাত্ৰাৰ দূৰত্ব একেই থাকিলেও কমিব সময়! ৩১ মাৰ্চত চমক দিবলৈ সাজু ভাৰতীয় ৰে’ল বিভাগ

যাত্ৰাৰ দূৰত্ব একেই থাকিলেও কমিব সময়! ৩১ মাৰ্চত চমক দিবলৈ সাজু ভাৰতীয় ৰে’ল বিভাগ

editor by editor
January 31, 2025
in লেখা, সমীক্ষণ
0
যাত্ৰাৰ দূৰত্ব একেই থাকিলেও কমিব সময়! ৩১ মাৰ্চত চমক দিবলৈ সাজু ভাৰতীয় ৰে’ল বিভাগ
0
SHARES
38
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বক চমক দি ভাৰতীয় ৰে’লৰ ইতিহাসত নতুন মাইলফলক ৰচনা হ’ব ৩১ মাৰ্চত৷ সেই দিনাই ৰে’ল বিভাগে চলাব প্ৰথমখন হাইড্ৰ’জেন ট্ৰেইন৷ ষ্টিম ইঞ্জিনৰ পৰা ইলেক্ট্ৰিক হৈ এইবাৰ হাইড্ৰডেন ট্ৰেইনৰ যুগত ভৰি থ’বলৈ সাজু ভাৰত৷ ষ্টিম ইঞ্জিনৰ পৰা ডিজেল, তাৰপিচত বিদ্যুত। সময়ৰ সৈতে বিবৰ্তন ঘটিছে ৰে’লৰ। এইবাৰ শক্তিশালী হাইড্ৰ’জেন চালিত ৰে’ল আৰম্ভ হ’ব দেশত। ৩১ মাৰ্চত এই ট্ৰেইন প্ৰথমবাৰৰ বাবে চলিব দেশত৷ চলিত বৰ্ষতেই মুঠ ৩৫খন হাইড্ৰজেন চালিত ৰে’ল আৰম্ভ কৰাৰ পৰিকল্পনা দেশৰ ৰে’ল বিভাগৰ।

কেতিয়াৰে পৰা চলিব হাইড্ৰজেন ৰে’ল?

বিগত ডিচেম্বৰতেই হাইড্ৰ’জেন চালিত ট্ৰেইনৰ পৰীক্ষামূলক দৌৰ আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু সেয়া বাস্তৱায়ন নহ’ল। শেহতীয়াভাৱে সেয়ে কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ পূৰ্বে হাইড্ৰ’জেন চালিত ৰেলক লৈ আন এক নতুন ঘোষণা কৰিছে। এক সৰ্বভাৰতীয় সংবাদমাধ্যমক দিয়া সাক্ষাৎকাৰত ৰে’লৰ ডবা প্ৰস্তুতকাৰী সংস্থাৰ(Integral Coach Factory)জেনেৰেল মেনেজাৰ ইউ ছুব্বা ৰাওৱে দিছে এই সুখবৰ। ছুব্বা ৰাওৱে কয়, ‘হাইড্ৰ’জেন ইন্ধন নিৰ্ভৰ ট্ৰেইন প্ৰকল্পৰ কাম চলি আছে। Integral Coach Factoryত এই নতুন ৰে’লৰ কাম চলি আছে। ২০২৫ চনৰ মাৰ্চ মাহৰ ভিতৰতেই দেশত হাইড্ৰজেন চালিত ট্ৰেইন চলাব পৰা যাব বুলি আমি ধাৰণা কৰিছো। ২০৩০ চনৰ ভিতৰত কাৰ্বন নিৰ্গমনমুক্ত ট্ৰেইন চলোৱাই ভাৰতীয় ৰে’ল বিভাগৰ প্ৰধান লক্ষ্য।’

হাইড্ৰজেন ট্ৰেইনৰ গতি আৰু প্ৰযুক্তি

তামিলনাডুৰ Integral Coach Factoryত হাইড্ৰ’জেন চালিত ট্ৰেইনৰ কাম চলি আছে। ঘণ্টাত ১৪০ কিঃমিঃ বেগত চলিব এই ট্ৰেইন। এই ট্ৰেইনৰ বিশেষত্ব হৈছে, হাইড্ৰ’জেন আৰু অক্সিজেনৰ যোজনৰ জৰিয়তে উৎপাদিত বিদ্যুতেৰে চালিত হ”ব এই ৰে’ল৷  এই ট্ৰেইনৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গমণৰ সলনি কেৱল ভাপহে নিৰ্গমন হ’ব।

শক্তিৰে আগুৱাইছে ভাৰত

পৃথিৱীৰ সকলোতকৈ শক্তিশালী হাইড্ৰ’জেন নিৰ্ভৰ ট্ৰেইন ইঞ্জিন তৈয়াৰ কৰিছে ভাৰতে। অন্য দেশসমূহে য’ত ৫০০ৰ পৰা ৬০০ হৰ্ছপাৱাৰৰ হাইড্ৰজেন চালিত ইঞ্জিন তৈয়াৰ কৰিছে, ভাৰতে ১২০০ হৰ্ছপাৱাৰৰ হাইড্ৰ’জেন ইঞ্জিন তৈয়াৰ কৰিছে। প্ৰথমে হাৰিয়ানাৰ জিন্দৰ পৰা ছোনিপতলৈকে মুঠ ৮৯ কিঃমিঃলৈ চলিব এই ট্ৰেইন। একোখন হাইড্ৰ’জেন ট্ৰেইন তৈয়াৰ কৰিবলৈ মুঠ খৰচ হ’ব ৮০ কোটি টকা। এই ট্ৰেইন চলাবলৈ ৰে’লৰ ট্ৰেকসমূহো সলনি কৰিব লাগিব। এই পৰিবৰ্তনৰ বাবে খৰচ হ’ব প্ৰায় ৭০ কোটি টকা। এই ট্ৰেইনৰ নিৰাপত্তাৰ দায়িত্ব দিয়া হৈছে জাৰ্মানিৰ TUV-SUDক। জাৰ্মানি, ফ্ৰান্স, ছুইডেন, চীনৰ দৰে দেশে ইতিমধ্যেই হাই’ড্ৰজেন নিৰ্ভৰ প্ৰযুক্তিত ট্ৰেইন চলাই নজিৰ গঢ়িছে। এইবাৰ সেই উন্নত দেশৰ সৈতে ট্ৰেইন প্ৰযুক্তিত চামিল হ’ব ভাৰতো। সকলো মিলি এই প্ৰকল্পৰ বাবে খৰচ হ’ব প্ৰায় ২৮০০ কোটি টকা। এই প্ৰকল্পৰ বাবে ২০২৩-২০২৪ অৰ্থবৰ্ষতেই ভাৰতে বাজেট নিৰ্ধাৰণ কৰিছিল। প্ৰথম ধাপত ৩৫ খন হাইড্ৰ’জেন ট্ৰেইন অনা হ’ব আৰু ধাপে ধাপে এই সংখ্যা বাঢ়িব। পৰিবেশ অনুকুল এই ট্ৰেইনে ভাৰতীয় ৰে’ল বিভাগলৈ আমূল পৰিবৰ্তন আনিব বুলি আশাবাদী এতিয়া প্ৰায়সংখ্যক বিশেষজ্ঞই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

March 14, 2026
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী
বিবিধ

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

March 12, 2026
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা
জীৱনশৈলী

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

March 12, 2026
Next Post
মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

মঙলৰ বক্ৰী দশাঃ নতুন বছৰত ভাগ্য উজলিব এই ৩ৰাশিৰ জাতকৰ

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

SIP-ত প্ৰতিমাহে ৭০০০ কৈ বিনিয়োগ কৰিলে ২৫ বছৰত কিমান ৰিটাৰ্ণ লাভ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.