• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

1 year ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

7 minutes ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

58 minutes ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

1 hour ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

6 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

7 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

16 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

16 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

16 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

17 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

17 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

18 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?

editor by editor
May 16, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
যুদ্ধৰ প্ৰস্তুতি লৈছে ভাৰতীয় ৰে’লেও! ৰে’লত তৈয়াৰ হ’ব অত্যাধুনিক ৱাৰ ৰুম, কি থাকিব সেই ৱাৰ ৰুমত?
0
SHARES
508
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ৰে’লত যাতে কোনো ছাইবাৰ আক্ৰমণ নহয় তাৰ বাবে বিশেষ পদক্ষেপ লোৱা হৈছে৷ ইণ্ডিয়া টুডেৰ খবৰ অনুসৰি এইবিষয়ে নতুন দিল্লীৰ ৰে’ল ভৱনত এক বিশেষ বৈঠক অনুষ্ঠিত হৈছিল৷ এই কামত খৰচ হ’ব প্ৰায় ৬০০ কোটি টকা৷ দেশক ৰক্ষা কৰিবলৈ হ’লে ছাইবাৰ আক্ৰমণৰ পৰা বাচিব লাগিব৷ ভাৰতীয় ৰে’লৰ যি নেটৱৰ্ক সেয়া সমগ্ৰ দেশজুৰি আছে সেয়ে তাৰ ওপৰত সেয়ে নজৰ আছে ছাইবাৰ হেকাৰসকলক৷ তাৰ ফলত ৰে’লযাত্ৰীসকলৰ মাজত সমস্যাৰ সৃষ্টি হব পাৰে বুলি পূৰ্বৰে পৰাই সতৰ্ক হ’ব খুজিছে ৰে’ল বিভাগ৷

ভাৰতীয় ৰে’লৰ সমস্ত ব্যৱস্থাই কম্পিউটাৰ পৰিচালিত৷ ইয়াক অৱশ্যে সহজে হেক কৰিব নোৱাৰি৷ আধুনিক প্ৰযুক্তিৰ সন্মুখত কেৱল সতৰ্কহে হ’ব খুজিছে ভাৰতীয় ৰে’ল বিভাগ৷ সেয়ে তেওঁলোকে এইবাৰ ৰে’লৰ ছাইবাৰ নিৰাপত্তাক লৈ পূৰ্বৰে পৰাই আৰম্ভ কৰিছে কাম৷ ৰে’লৰ এগৰাকী প্ৰাক্তন কৰ্তাই জনাইছে যে ভাৰতীয় ৰে’লৰ টিকট বুকিঙৰ পৰা আৰম্ভ কৰি সমস্ত নিৰাপত্তাৰ ব্যৱস্থা খুবেই সুৰক্ষিত৷ এই সুৰক্ষা ভাঙি দিয়া সহজ কথা নহয়৷ এই কামৰ বাবে দেশৰ কেইবাটাও আগশাৰীৰ প্ৰতিষ্ঠানে কাম কৰি আছে৷ শেহতীয়াকৈ এই ব্যৱস্থা আৰু কটকটীয়া কৰিবৰ বাবে ছাইবাৰ ছিকিউৰিটি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷

ভাৰতীয় ৰে’লে বিগত ১০ বছৰত দেশৰ বহু প্লেটফৰ্মক ডিজিটেল কৰিছে৷ ইয়াৰ ফলত গ্ৰাহকৰ সমস্যা কমিছে৷ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ধাৰণা কৰিছে যে ইলেক্ট্ৰনিক্স আৰু আই টি বিভাগ যদি শক্তিশালী হয় তেতিয়া গ্ৰাহকৰ সুবিধাৰ ওপৰিও ৰে’লৰ নিৰাপত্তা আৰু জোৰদাৰ হৈ পৰিব৷ ভাৰতীয় ৰে’লে দুৰ্ঘটনাৰ পৰা বাচিবলৈ ইতিমধ্যেই কৱচ চিষ্টেম আৰম্ভ কৰিছে৷ এইসমূহ প্ৰধানকৈ দ্ৰুতগতিৰ ট্ৰেইনত আৰম্ভ কৰা হৈছে৷ আই আৰ চি টিচিৰ ৱেবৰ পৰা আৰম্ভ কৰি মোবাইল পৰ্টেল এতিয়া যি হাৰত উন্নত হৈছে তাতে দেখা যায় প্ৰতিদিনে প্ৰায় ১ মিলিয়ন বুকিং কৰিব পাৰি৷ ইয়াৰোপৰি ৰিয়েল টাইম জিপিএছ ট্ৰেকিং সমগ্ৰ দেশত ৰে’লৰ পৰিসেৱাক উন্নত কৰিছে৷ ভাৰতীয় ৰে’লৰ পৰিকাঠামো বৰ্তমান ষ্টিল বা কংক্ৰিটৰ ওপৰত নহয়, ছফ্টৱেৰৰ ওপৰতো নিৰ্ভৰশীল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
Next Post
পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

পূৰ্বৰে পৰাই সংকেত দিয়ে ডায়বেটিছে! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব আপুনি?

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

অকাল বীৰ্যপাতৰ সমস্যাত ভূগি আছে? এই ৪টা বিষয়ত গুৰুত্ব দিয়ক যুগ্মজীৱন সুখৰ হ’বই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.