• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় বিজ্ঞানীৰ সফলতা! স্ব-বীজাণুমুক্তকৰণ জৈৱ-পচনশীল মাস্ক প্ৰস্তুত

ভাৰতীয় বিজ্ঞানীৰ সফলতা! স্ব-বীজাণুমুক্তকৰণ জৈৱ-পচনশীল মাস্ক প্ৰস্তুত

4 years ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

9 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

10 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

11 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

11 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

11 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

12 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

12 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

13 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

14 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

15 hours ago
টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

টোপনিৰ পৰিৱৰ্তে নিশা মোবাইল পিটিকি থাকে নেকি? ভয়ংকৰ বিপদত পৰিব আপুনি!

15 hours ago
খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

খুশী Out জাহ্নৱী কাপুৰ In ! হঠাৎ অভিনয়ৰ মাজতে কি হ’ল দুই ভনীয়েকৰ?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতীয় বিজ্ঞানীৰ সফলতা! স্ব-বীজাণুমুক্তকৰণ জৈৱ-পচনশীল মাস্ক প্ৰস্তুত

editor by editor
February 5, 2022
in অসম, ক'ভিড-১৯, ভাৰত, স্বাস্থ্য
0
ভাৰতীয় বিজ্ঞানীৰ সফলতা! স্ব-বীজাণুমুক্তকৰণ জৈৱ-পচনশীল মাস্ক প্ৰস্তুত
0
SHARES
180
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদল ভাৰতীয় বিজ্ঞানীয়ে স্ব-বীজাণুমুক্তকৰণ জৈৱ-পচনশীল মাস্ক প্ৰস্তুত কৰিছে৷ শুকুৰবাৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে এই কথা ঘোষণা কৰিছে৷

মন্ত্ৰণালয়ৰ মতে দেশত অব্যাহত থকা কোভিড সংক্ৰমণক এই জৈৱ-পচনশীল আৰু স্ব-বীজাণুমুক্তকৰণ মাস্কে প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব৷

মন্ত্ৰণালয়ে জনোৱা অনুসৰি, তাম-আধাৰিত নেনোপার্টিকেলৰ আৱৰণযুক্ত এই এণ্টিভাইৰেল মাস্কটোৱে কৰোনাভাইৰাছৰ লগতে আন কেইবাটাও ভাইৰেল আৰু বেক্টেৰিয়াৰ সংক্ৰমণকো প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব। ই হৈছে স্বাভাৱিক উশাহ-নিশাহ ল’ব পৰা আৰু ধুব পৰা মাস্ক।

মন্ত্ৰণালয়ে উল্লেখ কৰিছে যে পৰম্পৰাগত মাস্ক পিন্ধি ভাইৰাছ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাটো কঠিন হৈ পৰিছে৷ বিশেষকৈ চিকিৎসালয়, বিমানবন্দৰ, ষ্টেচন আৰু শ্বপিং মলৰ দৰে মানুহে ঠাহ খাই থকা স্থানত সাধাৰণ মাস্কে ভাইৰাছ সংক্ৰমণৰ ৰোধত কৃৰ্তকাৰ্য হোৱা নাই।

কিন্তু এই নতুন মাস্কবিধে উশাহ নিশাহ সমস্যাৰ পৰা উপশম দিয়াৰ লগতে ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি প্ৰকাশ কৰিছে মন্ত্ৰণালয়ে৷

ইন্টাৰনেশ্যনেল এডভান্স ৰিচাৰ্ছ চেন্টাৰ ফৰ পাউডাৰ মেটালুৰ্জি এণ্ড নিউ মেটেৰিয়েলছ(ARCI) ৰ গৱেষকসকলে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে পৃষ্ঠপোষকতাত কৰা নেনো-মিছন প্ৰকল্পৰ অধীনত বেংগালুৰুস্থিত কোম্পানী চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়োলজী (চিএছআইআৰ-চিচিএমবি) আৰু ৰেচিল কেমিকেলছৰ সহযোগত এই মাস্কবিধ প্ৰস্তুত কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24biodegradable face masksself-disinfecting mask
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!
জীৱনশৈলী

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

May 16, 2026
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ
ভাৰত

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

May 16, 2026
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!
জীৱনশৈলী

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

May 16, 2026
মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ
জীৱনশৈলী

মহিলাই EV কিনিলে চৰকাৰে দিব ১ লাখ টকা! বাকীসকলৰ বাবেও আছে ভাল অফাৰ

May 16, 2026
Next Post
অখিলেশ হ’ব মুখ্যমন্ত্ৰী! সমাজবাদীৰ মিত্ৰজোঁটে লাভ কৰিব ৪০০ খন আসন!

অখিলেশ হ’ব মুখ্যমন্ত্ৰী! সমাজবাদীৰ মিত্ৰজোঁটে লাভ কৰিব ৪০০ খন আসন!

‘অসাধাৰণ এই দৃশ্য’; কেমেৰাত ধৰা দিলে ভূতে, কিন্তু ক’ত?  

‘অসাধাৰণ এই দৃশ্য’; কেমেৰাত ধৰা দিলে ভূতে, কিন্তু ক’ত?  

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.