• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চীনকেই লাগে বিশ্বৰ সকলো ক্ৰুইড অইল! দেশত আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম…

চীনকেই লাগে বিশ্বৰ সকলো ক্ৰুইড অইল! দেশত আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম…

3 years ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

4 minutes ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

2 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

3 hours ago
ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

ভুলতো ঘৰৰ এইটো দিশত নাৰাখিব ঘড়ী, থানবান হ’ব আপোনাৰ ঘৰ!

3 hours ago
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

5 hours ago
এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

এই তিনি ৰাশিত আছে বিষ যোগৰ প্ৰভাৱ, জানক পৰিত্ৰাণৰ বাবে কি কৰিব

5 hours ago
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

6 hours ago
বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

বাইক-বাহনৰ চৌখিন ধোনীৰ গেৰেজত কিমান টকাৰ, কি বাহন আছে?

7 hours ago
কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

কঁঠাল গুটি খায়নে? জানক কঁঠালৰ গুটিৰ ৭টা উপকাৰী গুণ

8 hours ago
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

8 hours ago
ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

ৰুটি পৰিৱেশন কৰোঁতে কৰি আছে নেকি এই ভুল? ৰৈ যাব পাৰে আপোনাৰ ঘৰৰ সমৃদ্ধি

9 hours ago
 দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

দীঘল চুলিৰ আঁৰত কোন আছিল? কিয় ৭ নম্বৰ জাৰ্ছী পৰিধান কৰে ধোনীয়ে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

চীনকেই লাগে বিশ্বৰ সকলো ক্ৰুইড অইল! দেশত আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম…

editor by editor
January 19, 2023
in বাণিজ্য, বিশ্ব, ভাৰত
0
চীনকেই লাগে বিশ্বৰ সকলো ক্ৰুইড অইল! দেশত আকৌ বাঢ়িব পেট্ৰল-ডিজেলৰ দাম…
0
SHARES
113
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দেশত পুনৰ বৃদ্ধি পাব পেট্ৰল-ডিজেল তথা ইন্ধনজাত সামগ্ৰীৰ দাম৷ বুধবাৰে International Energy Agency (IEA) প্ৰকাশ কৰা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ সংস্থাটোৱে দাবী কৰা মতে চীনৰ কিছু কাৰ্যকলাপৰ বাবেই বাঢ়িছে এই ইন্ধনজাত সামগ্ৰীৰ দাম৷ তেলৰ বজাৰত এই সময়ত দুই প্ৰকাৰৰ অনিশ্চয়তাই দেখা দিছে৷ বিশ্বৰ তেলৰ বজাৰত প্ৰতিবন্ধক হৈ পৰিছে চীন৷ যিহেতু চীনত ৰি-অপেনিং প্ৰক্ৰিয়া চলি আছে৷ যাৰবাবে তেলৰ বৰ্তমানৰ চাহিদাৰ তুলনাতকৈ ৫০ শতাংশ চাহিদা বৃদ্ধি পাব৷ International Energy Agency-এ প্ৰকাশ কৰা মতে চীনত দ্ৰুত আনলক প্ৰক্ৰিয়া আৰম্ভ হ’লেই ভাৰতৰ তুলনাত চীনৰ ক্ৰুইড অইলৰ বহু পৰিমানে বৃদ্ধি পাব৷

আনহাতে বিশ্বৰ সৰ্ববৃহৎ তেল সংস্থা Saudi Aramco-ই প্ৰকাশ কৰামতে চীনৰ তেলৰ চাহিদা পূৰণ কৰিবলৈ গ’লে বিশ্বৰ তেল মাৰ্কেটৰ অৱস্থা তথৈবচ হ’ব৷ বৰ্তমান অশোধিত তেলৰ দাম বিশ্বৰ বজাৰত প্ৰতি বেৰেলত প্ৰায় ৮৩ ডলাৰ৷ এই পৰিস্থিতিত দেশত ইন্ধনৰ দাম বহু পৰিমানে বৃদ্ধিও হৈছে৷ যদি ক্ৰুইড অইলৰ দাম আৰু বাঢ়ে তেন্তে দেশত পেট্ৰল-ডিজেলৰ দাম আৰু বৃদ্ধি পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?
বাণিজ্য

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

July 7, 2026
উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়
অপৰাধ

উৎকোচ লোৱাৰ অভিযোগত চৰকাৰী বিষয়াক মৃ*ত্য়ুদণ্ডৰ ৰায়

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে
বিনোদন

এসময়ত ৰেষ্টুৰেণ্টত বাচন ধুইছিল স্মৃতি ইৰানীয়ে

July 7, 2026
Next Post
পাপ্পু নক’ব! ৰাহুল এজন বুদ্ধিমান, কৌতুহলী মানুহ…ৰাহুলৰ প্ৰশংসাৰ আঁৰত ৰাজনৰ উদ্দেশ্য কি?

পাপ্পু নক’ব! ৰাহুল এজন বুদ্ধিমান, কৌতুহলী মানুহ...ৰাহুলৰ প্ৰশংসাৰ আঁৰত ৰাজনৰ উদ্দেশ্য কি?

‘কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে’, শোকস্তব্ধ মুখ্যমন্ত্ৰী… ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব কাব্যঋষিৰ

‘কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে’, শোকস্তব্ধ মুখ্যমন্ত্ৰী... ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব কাব্যঋষিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.