• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাপ্পু নক’ব! ৰাহুল এজন বুদ্ধিমান, কৌতুহলী মানুহ…ৰাহুলৰ প্ৰশংসাৰ আঁৰত ৰাজনৰ উদ্দেশ্য কি?

পাপ্পু নক’ব! ৰাহুল এজন বুদ্ধিমান, কৌতুহলী মানুহ…ৰাহুলৰ প্ৰশংসাৰ আঁৰত ৰাজনৰ উদ্দেশ্য কি?

4 years ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

5 minutes ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

41 minutes ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

2 hours ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

3 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

4 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

4 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

4 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

5 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

6 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

6 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

7 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পাপ্পু নক’ব! ৰাহুল এজন বুদ্ধিমান, কৌতুহলী মানুহ…ৰাহুলৰ প্ৰশংসাৰ আঁৰত ৰাজনৰ উদ্দেশ্য কি?

editor by editor
January 19, 2023
in ভাৰত, ৰাজনীতি
0
পাপ্পু নক’ব! ৰাহুল এজন বুদ্ধিমান, কৌতুহলী মানুহ…ৰাহুলৰ প্ৰশংসাৰ আঁৰত ৰাজনৰ উদ্দেশ্য কি?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘পাপ্পু নহয় তেওঁ ৰাহুল গান্ধী৷ তেওঁ এজন বুদ্ধিমান তথা কৌতুহলী মানুহ৷’ কংগ্ৰেছ নেতাৰ প্ৰশংসা কৰিছে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে৷ কিছুদিন পূৰ্বে ৰাহুলৰ সৈতে ‘ভাৰত জোড়ো যাত্ৰা’ত দেখা গৈছিল অৰ্থনীতিবিদগৰাকীক৷ তেতিয়াই ৰঘুৰাম ৰাজনে কংগ্ৰেছত যোগদান কৰা বুলি দেশজুৰি আৰম্ভ হৈছিল চৰ্চা৷

কিন্তু ৰাজনে প্ৰকাশ কৰা মতে তেওঁ কোনো ৰাজনৈতিক দলত যোগদান নকৰে৷ ভাৰত জোড়ো যাত্ৰাত ৰাহুলৰ সৈতে খোজ দিয়াৰ আঁৰৰ কাৰণো প্ৰকাশ কৰিছে ৰাজনে৷ তেওঁ কয়, ‘ৰাহুলে আৰম্ভ কৰা ভাৰত জোড়ো যাত্ৰাই মূল্যবোধ আৰু আদৰ্শৰ কথা কৈছে৷ সেয়ে এই যাত্ৰাক মই সমৰ্থন কৰিছো৷’

ইয়াৰোপৰি ৰঘুৰাম ৰাজনে কয়, ‘ ৰাহুলৰ সৈতে কথা পাতি মই এটা কথাই বুজিব পাৰিছো, ৰাহুল অতি বুদ্ধিমান এজন মানুহ৷ ৰাহুলক পাপ্পু সম্বোধন কৰাটোহে অতি দুৰ্ভাগ্যজনক৷ এই কৌতুহলী মানুহজনক পাপ্পু বুলি ইতিকিং কৰাসকলক কি কম ভাষা নাই, কিন্তু ৰাহুল সন্দৰ্ভত মই এই কথা মুকলিকৈ কম যে, তেওঁ বহু কথা জানে৷ মানুহৰ জীৱন ধাৰণৰ সকলোবোৰ দিশ জুঁকিয়াই চাব পৰা এজন ব্যক্তি ৰাহুল৷ মোৰ দৃষ্টিত তেওঁ এজন আদৰ্শ মানুহ৷ ৰাজনীতিতো তেওঁ পৈণত ব্যক্তি৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়
জীৱনশৈলী

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

August 21, 2026
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!
জীৱনশৈলী

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

August 21, 2026
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’
বিনোদন

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

August 21, 2026
Next Post
‘কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে’, শোকস্তব্ধ মুখ্যমন্ত্ৰী… ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব কাব্যঋষিৰ

‘কাব্যঋষি নীলমণি ফুকনদেৱৰ পৰলোকপ্ৰাপ্তিৰ খবৰটিয়ে মোক শোকাহত কৰি তুলিছে’, শোকস্তব্ধ মুখ্যমন্ত্ৰী... ৰাজ্যিক মৰ্যাদাৰে শেষকৃত সম্পন্ন হ’ব কাব্যঋষিৰ

‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে?’ জিএমচিএইছতেই শেষ উশাহ লোৱা কবিগৰাকীয়ে কৈছিল, মৃত্যুৰ লগে লগেই হওক তেওঁৰ শেষকৃত্য…

‘মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল'ব পাৰিছেনে?’ জিএমচিএইছতেই শেষ উশাহ লোৱা কবিগৰাকীয়ে কৈছিল, মৃত্যুৰ লগে লগেই হওক তেওঁৰ শেষকৃত্য...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.