• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন  ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?

২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?

1 year ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

2 minutes ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

44 minutes ago
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

1 hour ago
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

2 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? ভয়ংকৰ বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

2 hours ago
কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

কাণৰ গঠনৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য, কাইলৈ কি কি পৰম্পৰা পালন কৰিব জানক

4 hours ago
কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

কোনটো ভিটামিনে ক্লান্তি দূৰ কৰে? জানক বিশেষজ্ঞৰ পৰা…

4 hours ago
গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

গৃহ কন্দলে কৰিব অশান্তি, ভুলতো তুলসীৰ ওচৰত নাৰাখিব এইকেইবিধ গছ!

4 hours ago
‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

‘নিথৰ ব’হাগ, শূন্য বসন্ত’, ৰঙালীৰ প্ৰথম দিনটোত আৱেগিক পোষ্ট জুবিন গাৰ্গৰ পত্নী গৰিমাৰ

6 hours ago
হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

হনুমানৰ পূজাত নকৰিব ভুল, মঙলবাৰে উপবাসৰ সময়ত মানি চলক এই নিয়ম

7 hours ago
আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

আজি গৰু বিহু, ৰঙালীৰ ৰঙত ৰঙীণ চহা অসমীয়া, জানক পৰম্পৰাৰ বিষয়ে

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?

২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?

editor by editor
November 7, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২০৩৬ৰ অলিম্পিক আয়োজনত ভাৰতৰ ওপৰিও পত্ৰ প্ৰেৰণ অইন  ১০খন দেশৰ, ভাৰতৰ মূল প্ৰতিদ্বন্দী দেশ কোনখন?
0
SHARES
95
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘দ্যা গ্ৰেটেষ্ট শ্ব’ অন আৰ্থ’ আয়োজিত হ’ব ভাৰতৰ মাটিত! সেই সপোন পূৰ্ণ হোৱাৰ পথত ভাৰতৰ বাধা হৈ ঠিয় দিছে মুঠ ৪খন দেশ৷ মূলত মধ্যপ্ৰাচ্যৰ এই দেশকেইখনক পিছপেলাব পাৰিলেই নতুন দিল্লী আৰু আহমেদাবাদত অলিম্পিক আয়োজন সম্ভৱ হৈ উঠিব৷

২০৩৬ চনত অলিম্পিক আয়োজন কৰিবলৈ আনুষ্ঠানিকভাৱে চিঠি দিছে ভাৰতীয় অলিম্পিক সংস্থাই৷ কেৱল অলিম্পিকেই নহয় পেৰালিম্পিকো আয়োজন কৰিব বিচাৰিছে ভাৰতে৷ কিন্তু মূল সমস্যাটো হৈছে ভাৰতৰ ওপৰিও ২০৩৬তন অলিম্পিক আয়োজনৰ বাবে আনুষ্ঠানিক চিঠি প্ৰদান কৰিছে অইন কেইবাখনো দেশে৷ আন্তৰ্জাতিক অলিম্পিক কমিটিৰ সভাপতি টমাছ বাখে জনোৱা অনুসৰি ২০৩৬ চনত অলিম্পিক আয়োজনৰ দাবিদাৰ দেশৰ সংখ্যা ১০খনতকৈয়ো বেছি৷ এই ১০দেশৰ মাজত ভাৰতৰ মূল প্ৰতিপক্ষ হৈছে কাটাৰ, ছৌদি আৰৱ, তুৰস্ক আৰু ইন্দোনেছিয়া৷ প্ৰকৃততে অলিম্পিকত এক অলিখিত নিয়ম আছে৷

প্ৰতিবছৰে পৃথক পৃথক মহাদেশত অলিম্পিক আয়োজন কৰা হয়৷ এই বছৰ যেনেকৈ পেৰিছত অলিম্পিক হ’ল তেনেকৈ পৰবৰ্তী অলিম্পিক হ’ব লছ এঞ্জেলছত৷ তাৰপাছতেই ২০৩২ চনৰ বাবে নিৰ্দিষ্ট কৰা হৈছে অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনক৷ সেই দিশৰ পৰা চাবলৈ গ’লে ২০৩৬ চনত অলিম্পিক হ’ব পাৰে এছিয়া মহাদেশৰ কোনো এখন চহৰত৷ এছিয়াৰ পৰা ২০৩৬ চনৰ অলিম্পিকৰ বাবে বিড কৰিছে মুঠ ৫খন দেশে৷ ভাৰতৰ ওপৰিও কাটাৰ, ছৌদী আৰৱ, তুৰস্ক আৰু ইন্দোনেছিয়া আছে এই যুঁজত৷

ইয়াৰ মাজতেই কাটাৰৰ বিশ্বকাপ ফুটবল আয়োজনৰ অভিজ্ঞতা আছে৷ কিন্তু ২০৩৬ চনৰ পূৰ্বে ইউৰোপিয়ান গেমছ হ’ব, ফুটবলৰ ইউৰো কাপো হ’ব৷ সেই অভিজ্ঞতাক কামত লগাব পাৰে তুৰস্কইয়ো৷ ছৌদীয়ে নিজৰ অৰ্থবল ব্যৱহাৰ কৰি অলিম্পিক আয়োজনৰ সপোন দেখিছে৷ এই যুঁজত অৱশ্যে ভাৰততকৈ কিছু পিছপৰি আছে ইন্দোনেছিয়া৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ
জীৱনশৈলী

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

April 14, 2026
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

April 14, 2026
দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়
জীৱনশৈলী

দৈনিক উপাৰ্জন ভাল, কিন্তু হাতত ধন নাথাকে? এই ৫কাম কৰিলে আপোনাৰ কাহানিও ধনৰ অভাৱ নহয়

April 14, 2026
আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়
জীৱনশৈলী

আপোনাৰ সন্তানৰ ভাগ্য সলনি হ’ব! অভিভাৱকসকলে জানক সহজ উপায়

April 14, 2026
Next Post
চাকৰিত পদোন্নতি! যি সংকটেই নাহক সহজে মোকাবিলা কৰে সূৰ্যদেৱৰ প্ৰিয় এই ৩ৰাশিৰ জাতকে

চাকৰিত পদোন্নতি! যি সংকটেই নাহক সহজে মোকাবিলা কৰে সূৰ্যদেৱৰ প্ৰিয় এই ৩ৰাশিৰ জাতকে

ছলমান খানৰ পাছত এইবাৰ শ্বাহৰুখ খানক ভাবুকি…কোনে দিলে ভাবুকি আৰু কিয় !

ছলমান খানৰ পাছত এইবাৰ শ্বাহৰুখ খানক ভাবুকি...কোনে দিলে ভাবুকি আৰু কিয় !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.