• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইন্দিৰা একাদশী কেতিয়া? পিতৃপক্ষৰ একাদশীত মুক্তি নাপায় নেকি নৰকবাসী আত্মাই?

ইন্দিৰা একাদশী কেতিয়া? পিতৃপক্ষৰ একাদশীত মুক্তি নাপায় নেকি নৰকবাসী আত্মাই?

1 year ago
আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

10 minutes ago
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

29 minutes ago
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

2 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

3 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

4 hours ago
কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

কিয় ছৌদি আৰৱত ঈদৰ চন্দ্ৰ দেখাৰ এদিন পিছতে ভাৰতত ঈদ পালন হয়?

4 hours ago
LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

LPG চিলিণ্ডাৰৰ তলত কিয় সৰু সৰু ফুটা থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

কিয় জগন্নাথ মন্দিৰৰ ছাঁ নপৰে? জানক অলৌকিক ৰহস্য

6 hours ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

6 hours ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

7 hours ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

8 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ইন্দিৰা একাদশী কেতিয়া? পিতৃপক্ষৰ একাদশীত মুক্তি নাপায় নেকি নৰকবাসী আত্মাই?

ইন্দিৰা একাদশী কেতিয়া? পিতৃপক্ষৰ একাদশীত মুক্তি নাপায় নেকি নৰকবাসী আত্মাই?

editor by editor
September 24, 2024
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ইন্দিৰা একাদশী কেতিয়া? পিতৃপক্ষৰ একাদশীত মুক্তি নাপায় নেকি নৰকবাসী আত্মাই?
0
SHARES
319
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হিন্দু ধৰ্মাৱলম্বীসকলৰ মাজত পিতৃপক্ষ এটা বিশেষ গুৰুত্বপূৰ্ণ সময়৷ এই ১৫ দিনৰ মাজত প্ৰয়াত পিতৃপুৰুষসকলে তেওঁলোকৰ উত্তৰপুৰুষৰ হাতৰ পৰা পানী খাবলৈ মৰ্ত্যলৈ নামি আহে৷ পিতৃপক্ষৰ মাজত যি একাদশী পৰিছে, সেই দিনটোও বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ পিতৃপক্ষৰ মাজত যি একাদশী পালিত হয় সেয়া ইন্দিৰা একাদশী নামেৰে পৰিচিত৷ আহিন মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথিক ইন্দিৰা একাদশী বুলি কোৱা হয়৷ একাদশী তিথি বিষ্ণুৰ উদ্দেশ্যে নিবেদিত৷ এই দিনটোত বিষ্ণুৰ আৰাধনা কৰা হয়৷

ইন্দিৰা একাদশীৰ তাৰিখ আৰু সময়

এই বছৰ ইন্দিৰা একাদশী পৰিছে আগন্তুক ২৮ ছেপ্টেম্বৰ ২০২৪ শনিবাৰে৷ পঞ্জিকা অনুসৰি আহিন মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথি আৰম্ভ হ’ব ২৭ ছেপ্টেম্বৰ ২০২৪ শুকুৰবাৰৰ দিনৰ ১ বাজি ২০ মিনিটৰ পৰা৷ আৰু একাদশী তিথিৰ অৱসান ঘটিব ২৮ ছেপ্টেম্বৰৰ দুপৰীয়া ২ বাজি ৪৯ মিনিটত৷ উদয়া তিথি অনুসৰি ২৮ তাৰিখে একাদশী পালিত হ’ব৷

ইন্দিৰা একাদশীৰ গুৰুত্ব

পিতৃপক্ষৰ একাদশী তিথি প্ৰয়াত পূৰ্বপুৰুষৰ আত্মাক মুক্ত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ ইন্দিৰা একাদশী পালন কৰিলে আৰু এইদিনটোত তৰ্পণ কৰিলে পুৰ্বপুৰুষ তৃপ্ত হয়৷ আনকি পূৰ্বপুৰুষে নৰকবাসী হ’লেও ইন্দিৰা একাদশী পালন কৰিলে তাক মুক্তি দিয়া সম্ভৱ৷ উত্তৰপূৰুষে এই একাদশী পালন কৰিলে পিতৃপুৰুষৰ জন্ম মৃত্যুৰ চক্ৰাকাৰ আৱৰ্তৰ পৰা মুক্তি লাভ কৰে বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত৷

পুৰাণত ইন্দিৰা একাদশীৰ কথা

পুৰাণত ইন্দিৰা একাদশীৰ উল্লেখ পোৱা যায়৷ পুৰাণ অনুসৰি ইন্দিৰা একাদশী পালন কৰাত মহাৰজা ইন্দ্ৰসেনৰ নৰকবাসী পুৰ্বপুৰুষে মুক্তি পাইছিল৷ এই দিনত নাৰায়ণৰ পূজা কৰি এজন ব্ৰাহ্মণক ভোজন কৰাওক৷ ইয়াৰ সৈতে এই দিনটোত বিয়লি কুকুৰক খাদ্য খুৱাওক৷ নিশা জাগি থাকি পিছদিনা পুৱা উপবাস ভংগ কৰিলে একাদশী পালনৰ সম্পূৰ্ণ লাভ আপুনি পাবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

আৰম্ভ হৈছে চ’ত নৱৰাত্ৰি, তিনিটাকৈ শুভ যোগ আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকা

March 19, 2026
উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?
জীৱনশৈলী

উদিত হ’ব শনি, শনিৰ কৃপাত অৰ্থসুখ লাভ কৰিব এই ৫ৰাশিৰ জাতকে, প্ৰেম জীৱনতো সুখ আহিব কোন কোন ৰাশিৰ?

March 19, 2026
ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!
প্ৰযুক্তি

ৰীল বনাই হওক লাখপতি, ফেচবুকে কৰিব আপোনাক সহায়!

March 19, 2026
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?
নিয়োগ

দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

March 19, 2026
Next Post
হঠাৎ বাঢ়িছে বা কমিছে ৰক্তচাপ? কি কৰিলে স্বস্তি পাব?

হঠাৎ বাঢ়িছে বা কমিছে ৰক্তচাপ? কি কৰিলে স্বস্তি পাব?

কিয়, বাৰে বাৰে বহিঃৰাজ্যত শেষ কৰা হৈছে অসমীয়াক, কামৰ সন্ধানত যোৱা চম্পক ডেকাক বিহাৰত হ/ত্যা

কিয়, বাৰে বাৰে বহিঃৰাজ্যত শেষ কৰা হৈছে অসমীয়াক, কামৰ সন্ধানত যোৱা চম্পক ডেকাক বিহাৰত হ/ত্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.