• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ইছলামিক ব’ৰ্ডিং স্কুলত ১৩ ছাত্ৰীক ধৰ্ষণ শিক্ষকৰ, ৯ ছাত্ৰী গৰ্ভৱতী; ২৭ লাখ টকা জৰিমনা

ইছলামিক ব’ৰ্ডিং স্কুলত ১৩ ছাত্ৰীক ধৰ্ষণ শিক্ষকৰ, ৯ ছাত্ৰী গৰ্ভৱতী; ২৭ লাখ টকা জৰিমনা

5 years ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

5 minutes ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

41 minutes ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

3 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

3 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

3 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

4 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

4 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

4 hours ago
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

5 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব পাৰে পিয়ন, শিক্ষক আৰু বিষয়াৰ দৰমহা?

5 hours ago
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

7 hours ago
এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

এটা আধৰুৱা ফোনকল আৰু সকলো শেষ…

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ইছলামিক ব’ৰ্ডিং স্কুলত ১৩ ছাত্ৰীক ধৰ্ষণ শিক্ষকৰ, ৯ ছাত্ৰী গৰ্ভৱতী; ২৭ লাখ টকা জৰিমনা

editor by editor
February 16, 2022
in অপৰাধ, বিশ্ব
0
ইছলামিক ব’ৰ্ডিং স্কুলত ১৩ ছাত্ৰীক ধৰ্ষণ শিক্ষকৰ, ৯ ছাত্ৰী গৰ্ভৱতী; ২৭ লাখ টকা জৰিমনা
0
SHARES
751
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন ইছলামিক ব’ৰ্ডিং স্কুলত সংঘটিত এক অতি জঘন্য ঘটনা পোহৰলৈ আহিছে, যি ঘটনাই বিশ্বৰ সংবাদ মাধ্যমতো চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনাটো সংঘটিত হৈছে ইন্দোনেছিয়াৰ বাডুংগ জিলাত৷ ঘটনাৰ বিৱৰণীৰ মতে এখন ইছলামিক ব’ৰ্ডিং স্কুলৰ ৩৬ বছৰীয়া এজন শিক্ষকে ১৩ গৰাকীকৈ কিশোৰী ছাত্ৰীক ধৰ্ষণ কৰিছিল৷ ইয়াৰে ৯ গৰাকী কিশোৰী ছাত্ৰী গৰ্ভৱতী হোৱা বুলিও প্ৰকাশ পাইছে৷

ধৰ্ষণৰ অভিযোগত শিক্ষকজনক ২০১৬ চনতে গ্ৰেপ্তাৰ কৰা হৈছিল৷ ইয়াৰ পিছতে বাডুংগা আদালতত অভিযুক্ত শিক্ষকগৰাকীৰ বিৰুদ্ধে বিচাৰ পক্ৰিয়া আৰম্ভ হয়৷ বিচাৰ প্ৰক্ৰিয়াৰ অন্তত মংগলবাৰে শিক্ষকগৰাকীক দোষী সাব্যস্ত কৰি আদালতে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে৷

জাকাৰ্তা টাইমছৰ মতে শিক্ষকগৰাকীৰ বিৰুদ্ধে মৃ্ত্যুদণ্ড দিয়া আৰু নপুংসক কৰাৰ দাবী উঠিছিল৷ ইফালে চৰকাৰী অধিবক্তাইও আদালতত শিক্ষকগৰাকীক মৃত্যুদণ্ড প্ৰদান আৰু নপুংসক কৰাৰ দাবী কৰিছিল৷

কিন্তু আদালতে এই দাবী খণ্ড কৰি শিক্ষকগৰাকীক ২৭ লাখ টকাৰ জৰিমনাসহ যাৱজ্জীৱন কাৰাদণ্ড বিহিছে৷

আদালতৰ ৰায়ৰ ঘোষণাত স্পষ্টভাৱে কোৱা হৈছে যে শিক্ষকগৰাকীয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ সময়ছোৱাত পেৰল লাভ নকৰিব৷ অৰ্থাৎ কোনোদিনে শিক্ষকগৰাকীয়ে কাৰাগাৰৰ বাহিৰলৈ ওলাব নোৱাৰিব৷

শিক্ষকগৰাকীয়ে ক্ষমা ভিক্ষা কৰি আদালতক কৈছিল যে তেওঁৰ পৰিয়ালত কেৱল পত্নী আৰু এগৰাকী শিশু কন্যা আছে আৰু তেৱেঁ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি৷ সেয়ে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা ৰেহাই প্ৰদান কৰিব লাগে৷ কিন্তু আদালতে তেওঁৰ ক্ষমা ভিক্ষাক খাৰিজ কৰি ২৭ লাখ টকাৰ জৰিমনাও বিহে৷

জাকাৰ্তা টাইমছৰ মতে এইটো হৈছে দেশখনৰ আটাইতকৈ বৃহৎ অপৰাধমূলক গোচৰৰ ৰায় আৰু ইয়াৰ পূৰ্বে এনে বৃহৎ অপৰাধমূলক গোচৰৰ ৰায় প্ৰদান কৰা হোৱা নাছিল৷

দেশখনত শিশু কন্যাক ধৰ্ষণ তথা যৌন নিৰ্যাতনৰ বাবে সৰ্বাধিক ১৫ বছৰৰ কাৰাবাসৰ বিহাৰহে বিধি আছে৷ ১৩ গৰাকীকৈ কিশোৰী ছাত্ৰীক ধৰ্ষণ কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা এই ৰায়ে সেয়ে দেশখনৰ বাবে এক ঐতিহাসিক ৰায় ৰূপে চিহ্নিত হৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalrape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!
বিশ্ব

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

September 7, 2026
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে
জীৱনশৈলী

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

September 7, 2026
‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’
ভাৰত

‘পত্নীক পৰপুৰুষৰ সৈতে বন্ধকোঠাত দেখাটোৱে ব্যভিচাৰৰ প্ৰমাণ নকৰে’

September 7, 2026
বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড
অসম

বিগত কেইবছৰমানত ৰাজ্যত ড্ৰা*গছৰ পৰিণতিত হোৱা কেইটামান নৃ*শংস হ*ত্যাকাণ্ড

September 7, 2026
Next Post
খ্ৰীষ্টানকো পেলাব চেৰ! বিশ্বত হোৰাহোৰে বাঢ়িছে মুছলমানৰ জনসংখ্যা

খ্ৰীষ্টানকো পেলাব চেৰ! বিশ্বত হোৰাহোৰে বাঢ়িছে মুছলমানৰ জনসংখ্যা

এজন ভাৰতীয় যুৱকলৈ গুগলৰ ৬৫ কোটি টকাৰ পুৰস্কাৰ ; কিন্তু কিয়?

এজন ভাৰতীয় যুৱকলৈ গুগলৰ ৬৫ কোটি টকাৰ পুৰস্কাৰ ; কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.