• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলা প্ৰাৰ্থীৰ অদ্ভুত নিৰ্বাচনী প্ৰতিশ্ৰুতি! জয়ী হ’লে পুৰুষৰ লিংগ বৰ্ধক অস্ত্ৰোপচাৰ বিনামূলীয়া হ’ব

মহিলা প্ৰাৰ্থীৰ অদ্ভুত নিৰ্বাচনী প্ৰতিশ্ৰুতি! জয়ী হ’লে পুৰুষৰ লিংগ বৰ্ধক অস্ত্ৰোপচাৰ বিনামূলীয়া হ’ব

4 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

7 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

7 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

8 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

9 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

9 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

10 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

10 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

11 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

12 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

13 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

14 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মহিলা প্ৰাৰ্থীৰ অদ্ভুত নিৰ্বাচনী প্ৰতিশ্ৰুতি! জয়ী হ’লে পুৰুষৰ লিংগ বৰ্ধক অস্ত্ৰোপচাৰ বিনামূলীয়া হ’ব

editor by editor
June 27, 2022
in বিশ্ব, ৰাজনীতি
0
মহিলা প্ৰাৰ্থীৰ অদ্ভুত নিৰ্বাচনী প্ৰতিশ্ৰুতি! জয়ী হ’লে পুৰুষৰ লিংগ বৰ্ধক অস্ত্ৰোপচাৰ বিনামূলীয়া হ’ব
0
SHARES
987
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভোটদানৰ পূৰ্বে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ভোটাৰক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ সেই প্ৰতিশ্ৰুতিৰ অধিকাংশই নিৰ্বাচনৰ পিছত ফুটুকাৰ ফেন সদৃশেই হোৱা পৰিলক্ষিত হয়৷

কিন্তু এইবাৰ এগৰাকী প্ৰাৰ্থীয়ে দিয়া এক অদ্ভুত নিৰ্বাচনী প্ৰতিশ্ৰুতিয়ে সকলোকে আচম্বিত কৰি তুলিছে৷

এই অদ্ভুত প্ৰতিশ্ৰুতি দিয়া প্ৰাৰ্থীগৰাকী হৈছে ব্ৰাজিলৰ সংসদীয় নিৰ্বাচনৰ প্ৰাৰ্থী জুজু ফেৰাৰী৷ ব্ৰাজিলৰ চাও পাওলো সংসদীয় নিৰ্বাচনৰ এই প্ৰাৰ্থীগৰাকীয়ে জনসাধাৰণ বিশেষকৈ পুৰুষ ভোটাৰৰ মন জয় কৰিবলৈ দিছে অদ্ভুত প্ৰতিশ্ৰুতি৷

লগতে পঢ়ক ঘৰুৱা উপায়েৰে ডায়েবেটিছ ৰোগীয়ে কেনেকৈ ব্লাড চুগাৰ কেনেকৈ নিয়ন্ত্ৰণ হ্ৰাস কৰিব?

জুজু ফেৰাৰী নামৰ মহিলা প্ৰাৰ্থীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছে যে তেওঁ নিৰ্বাচনত জয়ী হ’লে পুৰুষসকলৰ লিংগ বৰ্ধক বিনামূলীয়া অস্ত্ৰোপচাৰৰ ব্যৱস্থা কৰিব৷

এগৰাকী মডেলৰূপেও খ্যাতি থকা জুজুৱে ব্ৰাজিলৰ সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো যথেষ্ট জনপ্ৰিয়৷ ইনষ্টাগ্ৰামত তেওঁৰ প্ৰায় ৪২ লাখ অনুৰাগী আছে৷

প্ৰাৰ্থী জুজুৱে কয় যে তেওঁৰ এই ব্যৱস্থাই সংশ্লিষ্ট ব্যক্তিৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰিব৷ অৰ্থাৎ লিংগ বৰ্ধক অস্ত্ৰোপচাৰৰ পিছতে সংশ্লিষ্ট পুৰুষসকল আত্মবিশ্বাসী হৈ উঠিব৷

লগতে পঢ়ক পুত্ৰই লাভ কৰিলে বাণিজ্যত দশম স্থান : ছিকিউৰিটী গাৰ্ডৰূপে কৰ্মৰত পিতৃৰ সুখৰ কান্দোন…

স্থানীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে ইনষ্টাগ্ৰামত বহু অনুৰাগীয়ে তেওঁক এই অস্ত্ৰোপচাৰ কৰিব বিচৰা বুলি কৈছিল। কিন্তু অস্ত্ৰোপচাৰটো ইমানেই ব্যয়বহুল যে সকলোৱে কৰিব নোৱাৰে। সেয়ে জুজুৱে এই ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ ল’ব বুলি প্ৰকাশ কৰিছে৷

ইফালে যৌন স্বাস্থ্যৰ সজাগতা বৃদ্ধিতো জুজুৱে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰিছে। ‘‘যৌন স্বাস্থ্য গুৰুত্বপূৰ্ণ আৰু মই সেইটোত গুৰুত্ব দিম। এই নীতিৰ বিষয়ে কোৱাৰ পিছত মই যথেষ্ট সমৰ্থন লাভ কৰিছো। আনকি মহিলাসকলেও এই ধাৰণাটো ভাল পাইছে।’’ জুজুৱে সংবাদ মাধ্যমত কয়৷

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssambrazilJuju FerrariSao Paulo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট
বিনোদন

অবিশ্বাস্য! ৯ ৰানত ৮টাকৈ উইকেট

September 18, 2026
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

September 18, 2026
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী
জীৱনশৈলী

পাকিস্তানী প্ৰসাধন সামগ্ৰী নচলে ভাৰতত! CDSCO ই দিলে সতৰ্কবাণী

September 17, 2026
Next Post
অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!

অতি কৰুণ দৃশ্য! বানত বুৰ গ’ল হাস্পতাল, ৰাস্তাতে কেঞ্চাৰ ৰোগীৰ কেমোথেৰাপি!

পানীপুৰী খাই কলেৰাত আক্ৰান্ত লোক! পানীপুৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি!

পানীপুৰী খাই কলেৰাত আক্ৰান্ত লোক! পানীপুৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.