• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দীপাৱলিত ঘৰলৈ উভতিছিল ৰাম, কিন্তু কিয় এই দিনটোত পূজা কৰা হয় লক্ষ্মী-গণেশৰ?

দীপাৱলিত ঘৰলৈ উভতিছিল ৰাম, কিন্তু কিয় এই দিনটোত পূজা কৰা হয় লক্ষ্মী-গণেশৰ?

1 year ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

39 minutes ago
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

1 hour ago
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

2 hours ago
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

3 hours ago
আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

আজি ছৌদি আৰৱত দেখা নগ’ল ঈদৰ জোন, ভাৰতত কেতিয়া পালন কৰিব ঈদ?

11 hours ago
কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

কাইলৈ কপাল ফুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ! সকলো দিশৰ পৰা আহিব সফলতা!

12 hours ago
Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

Knowledge News: মহে প্ৰস্ৰাৱ কৰেনে? জনাওক আপুনি কি ভাবে…

13 hours ago
বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

বাৰে বাৰে নখ ভাঙিছে নেকি? জানক এয়া কি ৰোগৰ লক্ষণ

14 hours ago
অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

অনবৰতে মনটো অশান্তি লাগি থাকে নেকি? জানক কাৰণ

15 hours ago
ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

ঘৰত মকৰাজালে অশান্তি কৰিছে নেকি? মুক্তি পোৱাৰ সহজ উপায়

15 hours ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

16 hours ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দীপাৱলিত ঘৰলৈ উভতিছিল ৰাম, কিন্তু কিয় এই দিনটোত পূজা কৰা হয় লক্ষ্মী-গণেশৰ?

দীপাৱলিত ঘৰলৈ উভতিছিল ৰাম, কিন্তু কিয় এই দিনটোত পূজা কৰা হয় লক্ষ্মী-গণেশৰ?

editor by editor
October 31, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দীপাৱলিত ঘৰলৈ উভতিছিল ৰাম, কিন্তু কিয় এই দিনটোত পূজা কৰা হয় লক্ষ্মী-গণেশৰ?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দীপাৱলি বা দেৱালী আমাৰ দেশৰ অন্যতম ডাঙৰ উৎসৱ৷ পাঁচদিন ধৰি চলা দীপাৱলি উৎসৱ আৰম্ভ হৈছে ধনতেৰচ বা ধন ত্ৰয়োদশীৰ দিনৰ পৰা৷ ভাতৃদ্বিতীয়া বা ভাইফোঁটাৰে এই উৎসৱৰ অৱসান ঘটিব৷ দীপাৱলি হৈছে অশুভ শক্তিক হৰুৱাই শুভশক্তিৰ জয়গাথা ৰচনা৷ এই বছৰ দীপাৱলি পালিত হৈছে ৩১ অক্টোবৰত অৰ্থাৎ আজি৷ আজি কালীপূজা কৰাৰ ওপৰিও লক্ষ্মী আৰু গণেশৰ আৰাধনা কৰা হয়৷ ৰামৰ সৈতে সম্পৰ্কিত দেৱালীত কিয় লক্ষ্মী গণেশৰ আৰাধনা কৰা হয় জানেনে?

দীপাৱলিত কিয় লক্ষ্মী গণেশক আৰাধনা?

ইয়াৰ আঁৰত আছে এক প্ৰচলিত কাহিনী৷ এসময়ত এগৰাকী অত্যন্ত দুখীয়া ব্ৰাহ্মণ আছিল৷ তেওঁৰ প্ৰচণ্ড দাৰিদ্ৰতা দেখি ব্যথিত হৈ এগৰাকী সন্ন্যাসীয়ে তেওঁক সম্পদ লাভৰ বাবে মা লক্ষ্মীক আৰাধনা কৰাৰ পৰামৰ্শ দিয়ে৷ এই কলিযুগত মানুহৰ মাজত ৰজগুণৰ প্ৰাধান্য সকলোতকৈ বেছি আৰু আমি সকলোতকৈ বেছি যি সামগ্ৰীৰ কামনা কৰো সেয়া হৈছে ধন সম্পদ৷ সেয়ে সম্পদৰ দেৱী লক্ষ্মীৰ আৰাধনাতেই সকলোতকৈ বেছি প্ৰচলিত৷

অন্য এক পুৰাণ কথা অনুসৰি বছৰৰ যি সময়ত দীপাৱলি অনুষ্ঠিত হয় সেই সময়ত শ্ৰীবিষ্ণু নিদ্ৰাত থাকে৷ একাদশ দিন অৰ্থাৎ দেৱশয়নী একাদশীৰ পৰা কাতি মাহৰ একাদশ দিন অৰ্থাৎ প্ৰবোধিনী একাদশী পৰ্যন্ত যোগনিদ্ৰাত মগ্ন থাকে বিষ্ণু৷ দীপাৱলিৰ সৈতে একাধিক অশুভ শক্তি বিনাশৰ গল্প জড়িত৷ এই সময়ত শ্ৰীকৃষ্ণৰ দ্বাৰা নৰকাসুৰ বধ হৈছিল৷ ৰাৱন নিধন কৰি ঘৰলৈ উভতিছিল ৰাম আৰু বামন অৱতাৰৰ হাতত পৰাজিত হৈছিল বালি৷ অশুভ শক্তিক বিনাশ আৰু শুভ শক্তিৰ জয়ত সমৃদ্ধি লাভ হয়৷ সেয়ে সম্পদ আৰু সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ আৰাধনা এই সময়ত কৰা হয়৷

আন এক কাহিনী অনুসৰি সন্তান নথকাৰ বাবে লক্ষ্মীয়ে মাতৃ পাৰ্বতীৰ পৰা তেওঁৰ সৰু ভায়েকক তুলি লৈছিল৷ লক্ষ্মীয়ে জনাইছিল যে তেওঁৰ ধন আৰু সমৃদ্ধিত গণেশৰো সমান অধিকাৰ থাকিব৷ তেওঁ কৈছিল যে ত্ৰিভূৱনত যিয়ে গণেশৰ আৰাধনা নকৰে তেওঁ লক্ষ্মীক আৰাধনা কৰি প্ৰসন্ন কৰিব নোৱাৰিব৷ সেয়ে দীপাৱলিত লক্ষ্মীৰ ওপৰিও গণেশৰো পূজা কৰা হয়৷ আৰু ধাৰণা কৰা হয় যে সকলোতকৈ জ্ঞানী দেৱতাই হৈছে গণেশ৷ জ্ঞান নাথাকিলে সম্পদৰ সঠিক ব্যৱহাৰ কৰা সম্ভৱ নহয়৷ সেয়ে গণেশক প্ৰসন্ন কৰিবলৈ দীপাৱলিত ল৭্মীৰ সৈতে গণেশৰো পূজা কৰা হয় বুলি বহুতৰেই ধাৰণা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

March 19, 2026
২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!
স্বাস্থ্য

২ ফুটা নহৰুৱে বঢ়াব শক্তি, আনন্দেৰে পাৰ হ’ব জীৱন!

March 19, 2026
ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!
জীৱনশৈলী

ফোঁহা, দুৰ্গন্ধ আৰু প্ৰস্ৰাৱ জ্বলা-পোৰা… আপোনাৰ এটা ভুলে সৃষ্টি কৰিব পাৰে ব্যক্তিগত অংশত সমস্যা!

March 19, 2026
Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক
জীৱনশৈলী

Daily horoscope: ধন আহিব হাতলৈ! আজি কোন ৰাশিৰ কেনে যাব দিনটো জানক

March 19, 2026
Next Post
৫৩৮খন আন্তৰ্জাতিক মেচ খেলা ধোনী এইবাৰৰ IPLত Uncapped Player! কি নিয়মৰ আওঁতাত এনেকৈ ৰখা হৈছে ধোনীক?

৫৩৮খন আন্তৰ্জাতিক মেচ খেলা ধোনী এইবাৰৰ IPLত Uncapped Player! কি নিয়মৰ আওঁতাত এনেকৈ ৰখা হৈছে ধোনীক?

প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.