• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫৩৮খন আন্তৰ্জাতিক মেচ খেলা ধোনী এইবাৰৰ IPLত Uncapped Player! কি নিয়মৰ আওঁতাত এনেকৈ ৰখা হৈছে ধোনীক?

৫৩৮খন আন্তৰ্জাতিক মেচ খেলা ধোনী এইবাৰৰ IPLত Uncapped Player! কি নিয়মৰ আওঁতাত এনেকৈ ৰখা হৈছে ধোনীক?

2 years ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

35 minutes ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

1 hour ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

2 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

3 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

3 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

4 hours ago
মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

মা লক্ষ্মীৰ আশীৰ্বাদ পাবলৈ কৰক এই ৮টা কাম

6 hours ago
দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

দেশৰ কোটি কোটি বেংক একাউণ্টত সোমাব ধন

6 hours ago
৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

৫ ডিচেম্বৰলৈ এই ৭ ৰাশিৰ জীৱন-উপাৰ্জনত পৰিব প্ৰভাৱ

7 hours ago
প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

প্ৰেমিকক কেন্দ্ৰ কৰি দুই যুৱতীৰ মহাৰণ

7 hours ago
অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

অবিশ্বাস্য, অস্বাভাৱিক ঘটনা! কিশোৰৰ চকুৰ ওপৰত গজিল দাঁত

8 hours ago
মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

মানসিক হাৰাশাস্তিৰ সন্মুখীন যুৱকৰ শেষ সিদ্ধান্ত!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

৫৩৮খন আন্তৰ্জাতিক মেচ খেলা ধোনী এইবাৰৰ IPLত Uncapped Player! কি নিয়মৰ আওঁতাত এনেকৈ ৰখা হৈছে ধোনীক?

৫৩৮খন আন্তৰ্জাতিক মেচ খেলা ধোনী এইবাৰৰ IPLত ‘ঘৰুৱা’ ক্ৰিকেটাৰ! কি নিয়মৰ আওঁতাত এনেকৈ ৰখা হৈছে ধোনীক?

editor by editor
October 31, 2024
in ক্ৰীড়া, ভাৰত, লেখা
0
৫৩৮খন আন্তৰ্জাতিক মেচ খেলা ধোনী এইবাৰৰ IPLত Uncapped Player! কি নিয়মৰ আওঁতাত এনেকৈ ৰখা হৈছে ধোনীক?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৯০ খন টেষ্ট, ৩৫০খন এদিনীয়া মেচ আৰু ৯৮ খন টেষ্ট খেলিছে মহেন্দ্ৰ সিং ধোনীয়ে৷ মুঠ ৫৩৮ খন আন্তৰ্জাতিক মেচ খেলা ধোনীক এইবাৰো নিলামৰ পূৰ্বেই ধৰি ৰাখিলে চেন্নাই ছুপাৰ কিংছে৷ কিন্তু এইবাৰ নতুন নিয়মত৷ ঘৰোৱা ক্ৰিকেটাৰ হিচাপে তেওঁক ধৰি ৰাখিছে ৫বাৰৰ IPL জয়ী দল৷

মুঠ ৫জন ক্ৰিকেটাৰক ধৰি ৰাখিছে চেন্নাইয়ে৷ ৰুতুৰাজ গায়কোৱাড আৰু ৰবীন্দ্ৰ জাদেজাক দিয়া হৈছে ১৮ কোটি টকা৷ মাথিশা পাথিৰানাক দিয়া হৈছে ১৩ কোটি টকা৷ শিবম ডুবেক ১২ কোটি টকাৰে ধৰি ৰাখিছে চেন্নাই৷ ধোনীয়ে পাইছে ৪কোটি টকা৷

এইবাৰৰ IPL ক পূৰ্বে নতুন নিয়ম কৰিছে আইপিএলৰ গভৰ্নিং কাউন্সিলে৷ যি ক্ৰিকেটাৰে পাঁচ বছৰ পূৰ্বে অৱসৰ লৈছে তেওঁক ঘৰুৱা ক্ৰিকেটাৰ হিচাপে ধৰিছে কোনো দলে৷ শেষবাৰ ২০১৯ চনৰ ১৫ আগষ্টত আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল ধোনীয়ে৷ সেই হিচাপে তেওঁৰ অৱসৰ লোৱা পাঁচ বছৰতকৈয়ো বেছি হৈছে৷ সেয়ে তেওঁক ঘৰুৱা ক্ৰিকেটাৰ হিচাপে ধৰি ৰাখিছে চেন্নাই ছুপাৰ কিংছে৷

বিগত কেইবাবছৰ ধৰি ধোনীয়ে আইপিএলৰ পৰা অৱসৰ ল’ব বুলিও চৰ্চা চলি আছে৷ বিগত বৰ্ষত অধিনায়কত্বও এৰিছে ধোনীয়ে৷ নতুন অধিনায়ক হৈছে ৰুতুৰাজ গায়কোৱাড৷ ধোনীৰ অধিনায়ক পদ এৰাৰ সিদ্ধান্তৰ পৰা বুজা গৈছিল যে ধোনীৰ হয়তো সেই আইপিএলেই শেষ আইপিএল৷ কিন্তু এইবাৰো ধোনী আইপিএলত আছে৷ ৪৩ বছৰীয়া ধোনীয়ে সম্পূৰ্ণ আইপিএল খেলিব পাৰিবনে তাকে লৈ সংশয়ো আছে বাবেই তেওঁ নিজেই চেন্নাই ছুপাৰ কিংছৰ বিষয়ববীয়াসকলৰ সৈতে কথাও পাতিছে৷ ইয়াৰোপৰি বেছ কিছু ধন খৰচ যাতে তেওঁক লৈ নকৰে সেইবাবেই তেওঁ ঘৰোৱা ক্ৰিকেটাৰৰ তালিকাত থাকিব বিচাৰিছে৷ ঘৰুৱা ক্ৰিকেটাৰৰ বাবে সৰ্বনিম্ন ৪কোটি টকা খৰচ কৰিব দলসমূহে৷ সেই সুবিধা ধোনীয়ে চেন্নাই দলক নিজেই দিছে৷

এইবাৰৰ আইপিএলৰ নিলামত প্ৰতিটো দলৰ ওচৰত আছে ১২০কোটিকৈ টকা৷ পূৰ্বে সৰ্বাধিক ধন দি ৬জন ক্ৰিকেটাৰক ধৰি ৰাখিব তেওঁলোকে৷ তাৰমাজতেই সৰ্বাধিক পাঁচজন আন্তৰ্জাতিক মেচ খেলা ক্ৰিকেটাৰক ধৰি ৰাখিব৷ সৰ্বাধিক দুজন ঘৰুৱা ক্ৰিকেটাৰ ৰাখিব তেঁওলোকে৷ দেশী বিদেশী ক্ৰিকেটাৰৰ সংখ্যাক লৈ কোনো নিয়ম এইবাৰৰ আইপিএলত নাই৷ অৰ্থাৎ কোনো দলে বিচাৰিলে ৫জনো বিদেশী ক্ৰিকেটাৰ ৰাখিব পাৰে৷ আকৌ কোনো দলে বিচাৰিলে পাঁচজনো দেশী ক্ৰিকেটাৰক ধৰি ৰাখিব পাৰে৷ এই ৬জন ক্ৰিকেটাৰৰ ভিতৰত আইপিএলৰ প্ৰতিটো দলে অন্তত ৭৯ কোটি টকা খৰচ কৰিব লাগিব৷ কোন ক্ৰিকেটাৰক কিমান টকা দিব সেয়া দলসমূহৰ নিজা সিদ্ধান্ত৷ তাৰবাবে কোনো নিৰ্দিষ্ট নিয়ম নাই৷

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী
অসম

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

October 24, 2026
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!
বিনোদন

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

October 24, 2026
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত
জীৱনশৈলী

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

October 24, 2026
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা
বিশ্ব

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

October 24, 2026
Next Post
প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ৫হাজাৰকৈ বিনিয়োগ কৰিলে কিমান বছৰত ৫লাখ ৰিটাৰ্ণ পাব?

জানক মাহত কিমান টকা ইলেকট্ৰিক বিল আহে ছলমান-দীপিকা-কেটৰীণাৰ?

জানক মাহত কিমান টকা ইলেকট্ৰিক বিল আহে ছলমান-দীপিকা-কেটৰীণাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.