• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

11 months ago
গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

16 minutes ago
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

39 minutes ago
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

1 hour ago
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

13 hours ago
আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

আকাশ মাৰ্গত থকা বিমানত বজ্ৰপাত পৰিলে কি হ’ব?

14 hours ago
মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

মেষৰ লগতে এই ৩ ৰাশি সাৱধান, সন্মুখত আহিব ডাঙৰ বিপদ!

14 hours ago
দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

দুৰ্ভাগ্য নে অভিশাপ? অন্ধকাৰৰ সৈতে সহবাস একেটা পৰিয়ালৰ ৬ জনকৈ সদস্যৰ

15 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

শীঘ্ৰে ভাগ্য উদয় হ’ব ৫ ৰাশিৰ লোকৰ, বাবা ভাংগাৰ ভৱিষ্যতবাণী

15 hours ago
ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

ঈদ মোবাৰক: আপোনজনলৈ প্ৰেৰণ কৰক ঈদ-উল-ফিটৰৰ শুভেচ্ছা…

16 hours ago
কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

কাইলৈ ঈদ-উল-ফিটৰ, খাদ্য সম্ভাৰেৰে উভৈনদী বজাৰ

17 hours ago
গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

গেছৰ নাটনি হ’লেও নাই চিন্তা, খৰিত খাদ্য ৰান্ধি খালে পাব বেছি উপকাৰিতা

17 hours ago
স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

স্বামীৰ ওচৰত যাবলৈ অনিহা পত্নীৰ, তেন্তে নিশা কৰক এই কাম!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা

editor by editor
April 11, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
সুদেই পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷ বিনিয়োগ কৰক SBIৰ এই নিৰাপদ স্কিমত একেলগে লাভ কৰিব ২৪ লাখ টকা
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
নিজৰ ভৱিষ্যৎ সুৰক্ষিত ৰখাৰ বাবে সকলোৱেই নিয়মিত বিনিয়োগ কৰা খুবেই জৰুৰী৷ সেইসকল বেতনভোগীয়েই হওক বা ব্যৱসায়ীয়েই হওক৷ বহুতেই বিনিয়োগৰ নিৰাপদ মাধ্যম হিচাপে বেংক এফ ডিকেই বাছি লয়৷ কোনো কোনোৱে আকৌ শ্বেয়াৰ বজাৰ কিংবা মিউচুৱেল ফাণ্ডতো বিনিয়োগ কৰে৷ এইক্ষেত্ৰত অৱশ্যে কিছু পৰিমানে ৰিস্কো থাকে৷ কিন্তু ৰিটাৰ্ণ বেংক এফ ডিতকৈ বেছি হয়৷
ভাৰতৰ বিনিয়োগকাৰীৰ মাজত সকলোতকৈ ভৰসাযোগ্য আৰু নিৰাপদ স্কিমসমূহৰ মাজত অন্যতম হৈছে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড বা পি পি এফ৷ এয়া এনে এক বিনিয়োগৰ স্কিম, যি দীৰ্ঘম্যাদি বিনিয়োগত সহায়ক৷ আনকি পি পি এফ স্কিমত ৰিটাৰ্ণো বেছি পৰিমাণে পোৱা যায়৷ ফলত যিসকলে নিৰাপদ বিকল্প বিচাৰে তেওঁলোকৰ বাবে পি পি এফ বিশেষভাৱে জনপ্ৰিয়৷ দেশৰ বৃহত্তম চৰকাৰী বেংক ষ্টেট বেংক অফ ইণ্ডিয়া বা এছ বি আইত পিপিএফ একাউণ্ট খুলিব পাৰে৷ দীৰ্ঘম্যাদি বিনিয়োগ কৰাৰ মাধ্যমেৰে বিনিয়োগকাৰীয়ে নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পাৰে৷ সেই হিচাপ মানি কোনোৱে যদি প্ৰতি বছৰে ৯০হাজাৰ টকাকৈ পিপিএফ স্কিমত বিনিয়োগ কৰে তেন্তে তেওঁ ১৫ বছৰত পাব পাৰে ২৪.৪০লাখ টকা৷ ফলত সৰ্বমুঠ মুনাফা হব পাৰে ১০.৯০ লাখ টকা৷ আৰু সকলোতকৈ ডাঙৰ কথা এয়াই যে এই মুনাফা কিন্তু সম্পূৰ্ণভাৱে টেক্স ফ্ৰি হয়৷ হিচাপ অনুসৰি বিনিয়োগকাৰীয়ে ১ বছৰত ৯০ হাজাৰ টকা বিনিয়োগ কৰিব পাৰে৷ আৰু এয়া ১৫ বছৰ পৰ্যন্ত চলাই যাব লাগিব৷
স্বামী ডিউটিত যাওঁতেই প্ৰেমিকৰ সৈতে ঘনিষ্ঠ পত্নী, তাৰপিছতেই পত্নী আৰু নতুন প্ৰেমিকে মিলি দিলে বুকু কঁপি যোৱা ভাবুকি, সবিশেষ ঘটনা কি?
ম্যাদপূৰ্তি পৰ্যন্ত বিনিয়োগকাৰীয়ে জমা কৰিব মুঠ ১৩ লাখ ৫০ হাজাৰ টকা৷ কম্পাউণ্ডিং বা চক্ৰবৃদ্ধিৰ কাৰণে ম্যাদপূৰ্তিত লাভ কৰিব ২৪ লাখ ৪০ হাজাৰ ৯২৬ টকা৷ ফলত এটা কথা স্পষ্ট যে, ইয়াৰ পৰা বিনিয়োগকাৰীয়ে লাভ হিচাপে পাব ১০ লাখ ৯০ হাজাৰ ৯২৬ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channel
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

গুপ্তাংগৰ খজুৱতি, তলপেটৰ বিষ…এয়া কি ৰোগৰ লক্ষণ?

March 21, 2026
দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ
জীৱনশৈলী

দাঁতৰ বিষ, ভাগৰ আৰু দূৰ্বল… আওকাণ নকৰিব এই লক্ষণ

March 21, 2026
Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ
ভাৰত

Eid-ul-Fitr 2026: আজি পবিত্ৰ ঈদ-উল-ফিটৰ, ইছলামধৰ্মালম্বী লোকসকলৰ মাজত ব্যাপক উছাহ

March 21, 2026
মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?
অসম

মুখ্যমন্ত্ৰীৰ দূৰ্গত কোন এই সাহসী নাৰী, উৰুৱাব পাৰিবনে বিজয় ধ্বজা?

March 20, 2026
Next Post
ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট

ঘোষণা হ’ল বহু প্ৰত্যাশিত মেট্ৰিকৰ ফলাফল, প্ৰথম স্থান দখলেৰে উজলি উঠিল শিক্ষানগৰী যোৰহাট

লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল  iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব   iPhone 17 চিৰিজত?

লঞ্চৰ পূৰ্বেই ভাইৰেল হ’ল iPhone 17 চিৰিজৰ দাম, জানি থওক কি কি নতুন ফিচাৰ যোগ হ’ব iPhone 17 চিৰিজত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.