• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…

আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…

3 years ago
কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

5 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

40 minutes ago
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

49 minutes ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

1 hour ago
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

1 hour ago
এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

এই ৭ কাৰণত বাঢ়িছে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা, কি কি ক্ষেত্ৰত সাৱধান হ’ব?

2 hours ago
নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

নিদ্ৰাহীনতাৰ সমস্যা হৈছে? কি কি খাদ্য খালে টোপনি ভাল হয়?

3 hours ago
ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

3 hours ago
মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

মাছুদ আজহাৰৰ ভাতৃৰ হঠাৎ ৰহস্যমৃত্যু পাকিস্তানত, RAWৰ ‘ধুৰন্ধৰ’ প্লেন নেকি?

4 hours ago
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

4 hours ago
মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

মন্দিৰত পদপিষ্ট হৈ মৃত্যু ৮ মহিলাৰ, আঘাতপ্ৰাপ্ত একাধিক, সমগ্ৰ ঘটনাৰ সবিশেষ বিৱৰণ

4 hours ago
সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

সূৰ্য-গুৰু মিলি দেখুৱাব খেল, ৬ এপ্ৰিলৰ পৰা এই ৩ৰাশিৰ কেৰিয়াৰত দুৰ্দান্ত উন্নতি

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…

editor by editor
December 24, 2022
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
আইপিএল ২০২২ নিলামে আনিছে বিভেদ! এজন ভাতৃক কোটিপতি কৰাৰ বিপৰীয়ে আনজন নাথাকিল ক্ৰয়ৰ লিষ্টত…
0
SHARES
12.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আই পি এল ২০২৩ নিলাম (IPL 2023 Mini Auction) ইতিমধ্যেই সম্পন্ন হৈছে। বহুতো নতুন নতুন খেলুৱৈয়ে এই নিলামত স্থান পাইছে। পঞ্জাৱ কিংছ দলে এইবাৰ আই পি এল ইতিহাসৰ আটাইতকৈ ডাঙৰ নিবিদা কৰি সকলোৰে কাঢ়িছে। ইয়াতকৈও আচ্যৰ্যকৰ কথা যে নিলামত বহুতো অভিজ্ঞ খেলুৱৈও এইবাৰ বিক্ৰী হোৱা নাই। আইপিএলৰ এই নিলাম আৰু এটা কাৰণত ব্যতিক্ৰম কিয়নো এইবাৰেই এনে নিলাম হৈছে য’ত একেখন ঘৰৰেই এজন ভাতৃ যদি নিলাম হৈছে আনজন অভিজ্ঞ হৈয়ো পিছপৰি ৰৈছে।

পঞ্জাৱ কিংছে ইংলেণ্ডৰ তাৰকা খেলুৱৈ ছেম কৰণক ক্ৰয় কৰিবলৈ ১৮.৫ কোটি টকা ব্যয় কৰিছে, যি টো এতিয়ালৈকে আই পি এলৰ ইতিহাসত সৰ্বাধিক নিবিদা। ইয়াৰ আগতে, ক্ৰিছ মৰিছক ১৬.২৫ কোটি টকাত ক্ৰয় কৰিছিল। সেয়া আছিল আইপিএলৰ ইতিহাসত সৰ্বাধিক নিবিদা। কিন্তু ২০২৩ ৰ নিলামত এই সমূহ ৰেকৰ্ড ভংগ হৈছে। নিলামৰ পিছত চেম কৰণে দাঙি ধৰা মন্তব্যত কয় যে তেওঁ খুবেই সুখী। কিন্তু সুখৰ মাজতেই চেম দুখীও কিয়নো তেওঁৰ ভাতৃ টম কৰণক এই নিলামত কোনোৱে ক্ৰয় কৰা নাই।

টম কৰণ, চেম কৰণতকৈ ডাঙৰ। টম কৰণ বৰ্তমানলৈয়ে এতিয়ালৈকে ৩ টা আই পি এল ছিজনৰ অংশ হৈ আছে। তেওঁ তেওঁৰ আইপিএল কেৰিয়াৰত মুঠ ১৩ খন মেচ খেলিছে, টম বিগত আইপিএলত ৰাজস্থান ৰয়েলছ আৰু দিল্লী দলৰ হৈ খেলিছিল।

উল্লেখ্য যে চেম কৰণে ২০১৯ চনত পঞ্জাৱ কিংছৰ হৈ আই পি এলত প্ৰথমে আত্মপ্ৰকাশ কৰিছিল। তাৰ পিছত দলটোৱে তেওঁক ৭.২ কোটি টকাত ক্ৰয় কৰে। ২০২০ৰ নিলামত, তেওঁক মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত চেন্নাই চুপাৰ কিংছে (চিএছকে) ৫.৫ কোটি টকাত ক্ৰয় কৰে। দুবছৰে চেন্নাই চুপাৰ কিংছৰ সদস্য হৈ থকাৰ পাছত এইবাৰ পঞ্জাৱ দলৰ হৈ খেলিবলৈ আগবাঢ়িছে চেমে। আই পি এলত ছেমে বৰ্তমানলৈ ৩২ খন মেচত ৩৩৭ ৰাণ সংগ্ৰহ কৰিছে আৰু ৩২ টা উইকেটো লৈছে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ মেন অফ দ্য টুৰ্ণামেণ্টো আছিল চেম।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে
জীৱনশৈলী

কেৱল পিন দিলেই নাপাব ধন, ডিজিটেল লেনদেনৰ কেইবাটাও নিয়ম সলনি কৰিলে RBIয়ে

March 31, 2026
শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?
জীৱনশৈলী

শ্ৰৱণশক্তি হেৰুৱাইছে অলকা য়াগনিকে, গান গাব পৰা নাই বিগত দুবছৰে, কি বিৰল ৰোগত আক্ৰান্ত গায়িকা অলকা?

March 31, 2026
আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং
জীৱনশৈলী

আপুনি আঙুলিত টাৰ্টেল ৰিং পিন্ধি আছে? ভুলতো এইকেইটা ৰাশিৰ জাতকে নিপিন্ধিব টাৰ্টেল ৰিং

March 31, 2026
ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ
জীৱনশৈলী

ইউৰিক এছিডৰ মহৌষধ এই ৪ খাদ্য, খালেই দূৰ হ’ব গাঁঠিৰ বিষ

March 31, 2026
Next Post
মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ…

মৃত্যু আহে কোনবাটে, নাজানে কোনোৱে! নিশা হাঁহি-মাতি ভাত খাই, খন্তেক পাছতেই মৃত্যু সৰ্থেবাৰীৰ যুৱতী কমলিকাৰ...

মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ…

মুক্তিৰ দিনাই অভিলেখ চাৰ্কাছৰ! চিনেমাপ্ৰেমীয়ে কৈছে সুদিন ঘূৰি আহিছে বলীউডৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.