• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজস্থান ৰয়েলছে ৰিয়ানক অচিৰেই খেলৰ পৰা বাহিৰ কৰি দিলেহে দলটোৰ পক্ষে ভাল হ’বঃ বিৰেন্দৰ ছেহৱাগ

ৰাজস্থান ৰয়েলছে ৰিয়ানক অচিৰেই খেলৰ পৰা বাহিৰ কৰি দিলেহে দলটোৰ পক্ষে ভাল হ’বঃ বিৰেন্দৰ ছেহৱাগ

4 years ago
ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

33 minutes ago
আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

আজি এই ২ ৰাশিত পৰিব শনিদেৱৰ কৃপাবৃষ্টি

1 hour ago
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

14 hours ago
গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

গুটখা-তামোল খাওতে সাৱধান, গুৱাহাটীৰ য’তে-ত’তে পেলাব নোৱাৰিব পিক

14 hours ago
৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

৩ সন্তানক এৰি প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল মহিলা…

15 hours ago
মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

মানৱ স্বাস্থ্যত গোলকীয় উষ্ণতাৰ ভয়ংকৰ প্ৰভাৱ!

15 hours ago
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

16 hours ago
ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ, বাম্পাৰ আৰ্থিক লাভৰ যোগ

17 hours ago
মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

মা দুৰ্গাক লৈ অশ্লীল মন্তব্য কৰি আৰক্ষীৰ জালত মুছলমান যুৱক

17 hours ago
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

18 hours ago
ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

ৰোগীৰ ওপৰত চিকিৎসালয়ৰ ৰাম টাঙোন! ১০০ টকাৰ ঔষধ হয়গৈ ৭০০ টকা!

19 hours ago
অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

অৰুণাচল সীমান্তত তীব্ৰ উত্তেজনা, চীনা সৈনিকৰে ভাৰতীয় সেনাৰ মুখামুখি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰাজস্থান ৰয়েলছে ৰিয়ানক অচিৰেই খেলৰ পৰা বাহিৰ কৰি দিলেহে দলটোৰ পক্ষে ভাল হ’বঃ বিৰেন্দৰ ছেহৱাগ

editor by editor
April 18, 2023
in ক্ৰীড়া, ভাৰত
0
ৰাজস্থান ৰয়েলছে ৰিয়ানক অচিৰেই খেলৰ পৰা বাহিৰ কৰি দিলেহে দলটোৰ পক্ষে ভাল হ’বঃ বিৰেন্দৰ ছেহৱাগ
0
SHARES
6.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দৰ ছেহৱাগেও ৰিয়ান পৰাগৰ পাৰ্ফৰমেন্সক লৈ অসন্তুষ্ট৷ ‘ৰিয়ান পৰাগ আইপিএল খেলাৰ বাবে যোগ্য নহয়৷ ৰিয়ানক ৰাজস্থান ৰয়েলছ দলৰ পৰা বাহিৰ কৰি দিব লাগে৷ আইপিএলত এখন খেলতো ভাল ফলাফল দেখুওৱাব পৰা নাই ৰিয়ানে৷ বৰ্তমানলৈকে ৰাজস্থান ৰয়েলছৰ হৈ ৪খন খেলত অংশ লৈছে ৰিয়ানে৷ ৪খন খেলত মুঠ ৩৯ ৰানহে ল’বলৈ সক্ষম হৈছে ৰিয়ানে৷

গুজৰাট টাইটানছৰ বিৰুদ্ধে হোৱা খেলতো একেৰাহে বিফল হোৱাৰ পাছতেই ছেহৱাগে এক সাক্ষাৎকাৰত কয় যে ৰিয়ানক দলৰ পৰা বাহিৰ কৰি দিব লাগে৷ ৰিয়ান দলটোৰ বাবে এক সমস্যাহে হৈ পৰিছে৷ তাৰ ঠাইত অন্য খেলুৱৈ ৰাখিলে দলটোৰ বাবেই ভাল হ’ব৷ বাৰে বাৰে সুযোগ দি থাকিলে দলটোৰহে ক্ষতি হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু
ভাৰত

ভয়ংকৰ বি*স্ফোৰণত কঁপিল বিহাৰ, ৫জনৰ মৃ*ত্যু

October 24, 2026
লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক
অপৰাধ

লজ্জাজনক! WhatsAppত অ*শ্লীল ভিডিঅ প্ৰেৰণ কৰি নিলম্বিত আৰক্ষী পৰিদৰ্শক

October 23, 2026
হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’
অপৰাধ

হিন্দু মহিলাক লৈ বিতৰ্কিত ভিডিঅ’! ‘কণ্টেণ্ট নহয়, যৌ*ন নিৰ্যাতনৰ দৰে আচৰণ’

October 23, 2026
3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!
বিনোদন

3 Idiotsৰ ছিকুৱেলক লৈ আমীৰ খানে দিলে ডাঙৰ খবৰ!

October 23, 2026
Next Post
পুৰুষাঙ্গৰ দাম ৮ কোটি! লিংগৰ বীমা কৰোৱালে ভাৰতীয় বংশোদ্ভূতৰ এগৰাকী নীলা ছবিৰ অভিনেতাই

পুৰুষাঙ্গৰ দাম ৮ কোটি! লিংগৰ বীমা কৰোৱালে ভাৰতীয় বংশোদ্ভূতৰ এগৰাকী নীলা ছবিৰ অভিনেতাই

কিডনীত পাথৰ বৃহৎ সমস্যা! কিডনীৰ অপাৰেশ্বন নকৰাকৈ পাথৰৰ সমস্যা ভাল কৰাৰ ৫টা ঘৰুৱা টিপছ

কিডনীত পাথৰ বৃহৎ সমস্যা! কিডনীৰ অপাৰেশ্বন নকৰাকৈ পাথৰৰ সমস্যা ভাল কৰাৰ ৫টা ঘৰুৱা টিপছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.