• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নতুন নিয়মেৰে অধিক ৰোমাঞ্চিত হ’ব এইবাৰৰ আই পি এল, মাজত মাথো দুটা দিন বাকি

নতুন নিয়মেৰে অধিক ৰোমাঞ্চিত হ’ব এইবাৰৰ আই পি এল, মাজত মাথো দুটা দিন বাকি

2 years ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

8 minutes ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

1 hour ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

2 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

2 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

3 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

3 hours ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

13 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

14 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

14 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

15 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

16 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

নতুন নিয়মেৰে অধিক ৰোমাঞ্চিত হ’ব এইবাৰৰ আই পি এল, মাজত মাথো দুটা দিন বাকি

editor by editor
March 20, 2024
in ক্ৰীড়া
0
নতুন নিয়মেৰে অধিক ৰোমাঞ্চিত হ’ব এইবাৰৰ আই পি এল, মাজত মাথো দুটা দিন বাকি
0
SHARES
73
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন নিয়মেৰে অধিক ৰোমাঞ্চিত হ’ব এইবাৰৰ আই পি এল, মাজত মাথো দুটা দিন বাকি

মাথো দুটা দিনৰ পাছতে ৰোমাঞ্চ, চাচপেঞ্চ আদিৰে ভৰপুৰ হৈ পৰিব দেশৰ আগশাৰীৰ খোলপথাৰ সমূহ। সমুখসমৰত নামব ক্ৰিকেটাৰ সমুহে ইজনে আনজনৰ। ক্ৰিকেট জ্বৰে লগ দিব ক্ৰিকেট প্ৰেমিৰ। কিয়নো দুদিন পাছত অৰ্থাৎ ২২ মাৰ্চৰ পৰা দেশত আৰম্ভ হ’বলৈ গৈ আছে আই পি এল।

বহু ভাল-বেয়া খবৰৰ মাজেৰে আৰম্ভ হ’ব এইবাৰৰ ছিজন। এইবাৰ ছিজন অইন বাৰতকৈ কিছু ভিন্ন। কিয়নো এইবাৰৰ পৰা আই পি এলত আৰম্ভ হ’বলৈ গৈ আছে দুটা নিয়ম। যাৰ ফলত আম্পায়াৰ আৰু বেটছমেনে বহু খিনি সকাহ পাব।

বেটছমেনৰ বাবে বাউঞ্চাৰ আৰু আম্পায়াৰৰ বাবে স্মাৰ্ট ৰিভিউ চিষ্টেম নিয়ম আৰম্ভ কৰা যাব। যাৰ ফলত দুয়োগৰাকীৰে সুবিধা হ’ব।

এতিয়াৰ পৰা এজন বেটছমেনে এটা অভাৰত দুটা বাউঞ্চাৰ দিয়াৰ বাবে অনুমতি পাব। পাছে ইণ্টাৰনেছনেল খেলত এতিয়াও এটা অভাৰত এটাই বাউঞ্চাৰ দিব পাৰে।

আনহাতে টিভি আম্পায়াৰ আৰু হুক-আই অপাৰেটৰ্চ একেলগে বহিব, যাৰ ফলত টিভি আম্পায়াৰৰ সিদ্ধান্ত দিবলৈ বহু সুবিধা হ’ব।

উল্লেখ্য যে, এইবাৰৰ ছিজনৰ অপেনিং খেলখন ছেন্নাই ছুপাৰ কিংগছ আৰু ৰয়েল ছেলেঞ্জাৰ্চ বাংগালুৰুৰ মাজত অনুষ্ঠিত হ’ব। আৰ চি বিও এইবাৰ নতুন নাম আৰু নতুন জাৰ্চিৰে খেলপথাৰত নামিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: cricketCricket LeagueIndian Cricketipl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

March 11, 2026
বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ
ক্ৰীড়া

বিশ্বকাপ জয়ৰ নিশাই মাহিকাক মিছেচ সম্বোধন হাৰ্দিকৰ, হাৰ্দিকৰ নতুন প্ৰেয়সী মাহিকা শিক্ষাগত অৰ্হতা শুনিলে চকু কঁপালত উঠিব আপোনাৰ

March 10, 2026
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত
ক্ৰীড়া

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

February 9, 2026
Next Post
৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য

৫০ বছৰৰ মূৰত সবাতোকৈ দীঘল সূৰ্যগ্ৰহণ, ৭ মিনিটৰ বাবে নোহোৱা হৈ পৰিব সূৰ্য

আই চি ইউত ভৰ্তি অভিনেত্ৰী, ব্ৰেইন ডেড হোৱাৰ ভয়, চিকিৎসাৰ বাব হাহাকাৰ

আই চি ইউত ভৰ্তি অভিনেত্ৰী, ব্ৰেইন ডেড হোৱাৰ ভয়, চিকিৎসাৰ বাব হাহাকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.