• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

2 years ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

7 minutes ago
কেতিয়া বৃদ্ধি পাব DA? অষ্টম দৰমহা আয়োগ সন্দৰ্ভত আটাইতকৈ ডাঙৰ আপডেট

কৰ্মচাৰীয়ে কেতিয়া লাভ কৰিব DA? আহিছে ডাঙৰ আপডেট

34 minutes ago
কি হয় কংগ্ৰেছ পাৰ্টী, ক’ত থাকে, মইতো নামেই শুনা নাই? ভোটদান কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য

2 hours ago
ভাগ্যৰ চকা ঘূৰিব ৪০ৰ পাছত! এই ৩ মূল্যাঙ্কৰ জাতকেই কোটিপতি হয়

3 hours ago
খুলিব কেদাৰনাথ-বদ্ৰীনাথৰ দুৱাৰ, কেতিয়াৰে পৰা আৰম্ভ হ’ব চাৰধাম যাত্ৰা?

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

4 hours ago
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

5 hours ago
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

6 hours ago
মোৰ জনতাৰ ওপৰত বিশ্বাস আছে আজি অসমৰ জনতাই নতুন অসম গঢ়াৰ পক্ষতেই ভোট দিব, ভোটদানৰ বাবে ওলাই আহি কি ক’লে গৌৰৱ গগৈয়ে?

সুৰক্ষিত আৰু বিকশিত অসমৰ বাবে যোৰহাটত ভোট দিছো, ৪ তাৰিখে বিজয় উৎসৱত অংশগ্ৰহণৰ বাবে আকৌ আহিমঃ পবিত্ৰ মাৰ্ঘেৰিটা

‘ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিছপুৰত অৱধাৰিত!’ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী, নগাওঁৰ ভোটাৰ প্ৰদ্যুত বৰদলৈয়ে নগাওঁত সাব্যস্ত কৰিলে নিজৰ ভোটাধিকাৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

editor by editor
May 2, 2024
in বিশ্ব, ভাৰত, ৰাজনীতি
0
ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে
0
SHARES
81
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাষ্ট্ৰসংঘত ইজৰাইলক আঘাত ভাৰতৰ, পেলেষ্টাইনক মুকলিকৈ সমৰ্থন কৰিলে ভাৰতে

ইজৰাইল আৰু পেলেষ্টাইন যুদ্ধৰ মাজতে ভাৰতে আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত বিস্ফোৰক মন্তব্য আগবঢ়াই। ভাৰতে মুকলিকৈ সমৰ্থন কৰে পেলেষ্টাইনক। পেলেষ্টাইনৰ হৈ মাত মাতে ভাৰতে।

ভাৰতে ৰাষ্ট্ৰসংঘত ইজৰাইল আৰু পেলেষ্টাইনৰ বাবে দুখন ৰাষ্ট্ৰৰ সমাধানৰ সমৰ্থন কৰিছিল। ৰাষ্ট্ৰসংঘৰ এখন বৈঠকত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কাম্বোজে কয় যে ভাৰতে দুখন ৰাষ্ট্ৰৰ সমাধানৰ সমৰ্থনত প্ৰতিশ্ৰুতিবদ্ধ, য’ত পেলেষ্টাইনৰ জনসাধাৰণে নিৰাপদ সীমাৰ ভিতৰত এখন স্বাধীন দেশত বাস কৰিবলৈ সক্ষম হ’ব।

ৰুচিৰা কাম্বোজে ৰাষ্ট্ৰসংঘত পেলেষ্টাইনৰ আবেদন পুনৰ বিবেচনা কৰাৰ কথা কয়। ভাৰতৰ এই পদক্ষেপক ইজৰাইলৰ বাবে আঘাত হিচাপে গণ্য কৰা হৈছে, আনহাতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে পেলেষ্টাইন ৰাষ্ট্ৰক ভাবুকি হিচাপে ভাবে। কওঁ যে শেহতীয়াকৈ পেলেষ্টাইনে ৰাষ্ট্ৰসংঘৰ সদস্যপদৰ বাবে আবেদন কৰিছিল, যিটো আমেৰিকাৰ ভেটোৰ বাবে গৃহীত হ’ব পৰা নাছিল।

কাম্বোজে কয় যে, আমি আশা কৰিছো যে উপযুক্ত সময়ত এই বিষয়ে পুনৰ বিবেচনা কৰা হ’ব আৰু পেলেষ্টাইনৰ ৰাষ্ট্ৰসংঘৰ সদস্য হোৱাৰ প্ৰচেষ্টাক সমৰ্থন কৰা হ’ব।

সেই বৈঠকৰ সময়তে ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কামোজে হামাছকো গৰিহণা দিয়ে। ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। তেওঁ কয় যে সন্ত্ৰাসবাদক ন্যায্যতা প্ৰদান কৰিব নোৱাৰি। ভাৰত সদায় সন্ত্ৰাসবাদৰ বিৰোধী। লগতে সকলো পণবন্দীক বিনাচৰ্তে মুকলি কৰি দিয়াৰো দাবী জনাই ভাৰতৰ হৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: HamasisraelIsrael-HamasIsrael-Hamas war
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?
জীৱনশৈলী

মঙ্গলৰ নক্ষত্ৰত শুক্ৰৰ গোচৰ, প্ৰেম, ধন লাভ কৰিব ৪ৰাশিৰ জাতকে, কোন কোন ৰাশি ভাগ্যবান?

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
Next Post
হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ’ল প্ৰাণ

হায়ৰে ! মাজৰাস্তাতে এম্বুলেঞ্চত তেল শেষ, হাস্পতালতো নাই কাৰেণ্ট, মোবাইলৰ পোহৰত অস্ত্ৰোপচাৰ কৰোতে গ'ল প্ৰাণ

কোভিশ্বীল্ডৰ ওপৰত বিবাদ চলি থকাৰ সময়তে এইবাৰ কোভেক্সিনৰ ফালৰ পৰা এই মন্তব্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন