• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
image of isro and oppo

চীনৰ Oppo কোম্পানীৰ সৈতে ভাৰতৰ মহাকাশ সংস্থা “ISRO”ই কৰিলে চুক্তি

4 years ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

44 minutes ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

2 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

2 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

3 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

3 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

4 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

22 hours ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

23 hours ago
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

23 hours ago
দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

দুবিধ সামগ্ৰী চাইহে চিনাক্ত কৰা হ’ল অজিত পাৱাৰৰ দেহ, দৃশ্যমানতা কমৰ বাবেই এই দুৰ্ঘটনা নেকি? কিয় ৰানৱে দেখা নাই বুলি দুৰ্ঘটনাৰ পূৰ্বে কৈছিল পাইলটে?

24 hours ago
২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

২০২৩ চনতো দুৰ্ঘটনাৰ কবলত পৰিছিল এই মডেলৰ বিমানেই, কিয় বাৰে বাৰে সমস্যাত পৰিছে লিয়াৰজেট-৪৫?

1 day ago
মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

মীন ৰাশিত অস্ত যাব শনি, হোলিৰ পাছতেই ৩ৰাশিৰ ভাগ্য সলনি হ’ব, উজলি উঠিব অৰ্থভাগ্য

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

চীনৰ Oppo কোম্পানীৰ সৈতে ভাৰতৰ মহাকাশ সংস্থা “ISRO”ই কৰিলে চুক্তি

editor by editor
December 12, 2021
in প্ৰযুক্তি, ভাৰত
0
image of isro and oppo

isro-and-oppo-has-signed-in-a-mutual-treaty

0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ভাৰতৰ দুকাষে দুখন ৰাষ্ট্ৰ। এফালে পাকিস্তান অন্যফালে চীন। এই দুই ৰাষ্ট্ৰৰ সৈতে বিভিন্ন সময়ত ভাৰতৰ বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে। কেতিয়াবা যদি পাকিস্তানে ভাবুকি দিয়ে ভাৰতক তেন্তে কেতিয়াবা চীনে ভাবুকি দিয়ে ভাৰতক। এই দুই ৰাষ্ট্ৰই কেৱল ভাবুকি দিয়াই নহয় বিভিন্ন সময়ত ভাৰতৰ সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় সেনাক আক্ৰমণো কৰি আহিছে।

২০২০ চনৰ ১৫ আৰু ১৬ জুনৰ কথা। সীমা কেন্দ্ৰীক বিবাদৰ অচিলা লৈ চীনে গালোৱান ভেলী অতিক্ৰম কৰি ভাৰতীয় সীমাত প্ৰৱেশ কৰি ২০ গৰাকী ভাৰতীয় সেনাক লোহাৰ লাঠিৰে আক্ৰমণ কৰি হত্যা কৰিছিল চীনা সেনাই। যি ঘটনাৰ পিছতে সমগ্ৰ দেশবাসীয়ে প্ৰতিশোধৰ অগনিত জ্বলি উঠিছিল চীনৰ বিপৰীতে। লগে লগে ভাৰত চৰকাৰে চীনৰ সৈতে হোৱা বহু চুক্তি প্ৰত্যাখ্যান কৰাৰ লগতে ভাৰতত চীনা সামগ্ৰী বৰ্জন সন্দৰ্ভত দেশত সজাগতা সৃষ্টি কৰিছিল।

লগতে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰতো কঠোৰ বাধা আৰোপ কৰিছিল  চীনে নিৰ্মণ কৰা বহু মোবাইল এপৰ। কেৱল বাধা আৰোপ কৰাই নহয় সেই এপসমূহ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছিল ভাৰত চৰকাৰে। চৰকাৰৰ এই নিৰ্দ্দেশক এক প্ৰকাৰে প্ৰতিজন ভাৰতীয়ই মানি চলিছিল অন্তকৰণেৰে। আনকি এতিয়াও দেশবাসীয়ে বিৰত আছে চীনা মোবাইল এপ ব্যৱহাৰৰ ক্ষত্ৰত।

কিন্তু শেহতীয়াকৈ যিটো খবৰে দেশত চৰ্চা লাভ কৰিছে সেই খবৰ শুনি আমাৰ দৰে আপোনাৰো খং উঠাটো সাধাৰণ কথা। চৰ্চা লাভ কৰা খবৰ অনুসৰি ভাৰতৰ প্ৰধান আৰু মুখ্য মহাকাশ আৰু বিজ্ঞান-কাৰিকৰি সংস্থা ISRO ই চীনা কোম্পানী Oppoৰ সৈতে স্বাক্ষৰ কৰিছে এক বিশেষ চুক্তি। যি চুক্তিৰ খবৰে চকু কপালত তুলিছে অধিকাংশ সচেতন দেশৰ নাগৰিকৰ।

তথ্য আনুসৰি চীনৰ Oppo কোম্পানী হৈছে বিশ্বৰ ভিতৰতে স্মাৰ্ট ডিভাইছেচ নিৰ্মাণ কৰা এক বিশেষ কোম্পানী। আপুনি মই ব্যৱহাৰ কৰা বহু স্মাৰ্ট ফোনৰ Nagivation প্ৰক্ৰিয়া Oppoৰ দ্বাৰাই নিৰ্মাণ কৰা। এই চুক্তিৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে ভাৰতৰ ভিতৰত Research and Development Of the NavIC messaging service  উন্নত কৰাৰ বাবে চীনা কোম্পানী Oppo ৰ সৈতে ভাৰতৰ ISROই চুক্তিবদ্ধ হৈছে।

 

ইয়াৰ পূৰ্বে ভাৰতৰ Navigation Systemৰ নাম আছিল Indian Reginal Navigation Satellite System অৰ্থাৎ চমুকৈ IRNSS। কিন্তু হঠাৎ এটা চীনা স্মাৰ্ট ডিভাইছ নিৰ্মাণ কৰা কোম্পানীৰ সৈতে ISROই কৰা চুক্তিক লৈ বিভিন্ন প্ৰশ্ন উথাপন কৰিছে বিভিন্ন লোকে। কিন্তু গুৰুপূৰ্ণ বিষটো হ’ল বৰ্তমান সময়লৈকে ISROৰ ফালৰ পৰা কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও Oppo Indiaই এই কথা অতি স্পষ্টভাৱে ঘোষণা কৰিছে যে ISROৰ সৈতে Oppo ই নিজৰ চুক্তি সম্পূৰ্ণ কৰিছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24isrooppooppo and isro signed in a treaty
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব
অসম

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

January 29, 2026
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ
জীৱনশৈলী

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

January 28, 2026
আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন
জীৱনশৈলী

আজিয়েই বৃহস্পতি আৰু চন্দ্ৰৰ মহাযোগ, ৫৪ঘণ্টাৰ ভিতৰতেই সলনি হৈ পৰিব ৩ৰাশিৰ জীৱন

January 28, 2026
Next Post
চৰকাৰৰ বৃহৎ ঘোষণা! অসমৰ ২২ হাজাৰ যুৱকলৈ প্ৰতিমাহে ৬,৫০০ টকা

চৰকাৰৰ বৃহৎ ঘোষণা! অসমৰ ২২ হাজাৰ যুৱকলৈ প্ৰতিমাহে ৬,৫০০ টকা

হাৰনাজ সন্ধুৰ শিৰত জিলিকিল ‘মিছ ইউনিভাৰ্চ-২০২১’ খিতাপ, ভাৰতলৈ তৃতীয়টো ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ

হাৰনাজ সন্ধুৰ শিৰত জিলিকিল ‘মিছ ইউনিভাৰ্চ-২০২১’ খিতাপ, ভাৰতলৈ তৃতীয়টো ব্ৰহ্মাণ্ড সুন্দৰীৰ খিতাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.