• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সামাজিক মাধ্যম

চৰকাৰে ব্লক কৰালে সামাজিক মাধ্যমৰ ৩৬ হাজাৰ পোষ্ট

3 years ago
কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

কাইলৈ এইকেইটা ৰাশিৰ আছে আৰ্থিক লাভৰ যোগ

2 hours ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

3 hours ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

3 hours ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

3 hours ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

4 hours ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

4 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

5 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

6 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

7 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

8 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

8 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

চৰকাৰে ব্লক কৰালে সামাজিক মাধ্যমৰ ৩৬ হাজাৰ পোষ্ট

editor by editor
December 12, 2023
in ভাৰত
0
সামাজিক মাধ্যম
0
SHARES
205
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত কোটি কোটি লোকে ব্যৱহাৰ কৰে ছ’চিয়েল মিডিয়া। য’ত বিভিন্নজনে নিজৰ মন পচন্দৰ বিভিন্ন কণ্টেণ্ট বনায়, পোষ্ট কৰে, কমেণ্ট কৰে। বহু সময়ত কোনো কোনো পোষ্টে সমাজত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। এনে পোষ্টসমূহ নিয়ন্ত্ৰণ কৰিবলৈ বিগত পাঁচ বছৰত চৰকাৰে প্ৰায় ৩৬ হাজাৰ পোষ্ট ব্লক কৰিছে। এগৰাকী মন্ত্ৰীয়ে সংসদত দাখিল কৰিছে এই তথ্য।
ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ পৰা চৰকাৰে ব্লক কৰোৱায় হাজাৰ হাজাৰ পোষ্ট। সংসদত এগৰাকী মন্ত্ৰীয়ে দাখিল কৰা তথ্য অনুসৰি এই পোষ্টসমূহ ব্লক কৰাবলৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰক চৰকাৰে নিৰ্দেশ দিয়ে। সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ)ৰ পৰা সৰ্বাধিক পোষ্ট আঁতৰোৱা হয়।
তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে সংসদত দিয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ছ’চিয়েল মিডিয়া কৰ্তৃপক্ষক মুঠ ৩৬,৮৩৮ টা লিংক ব্লক কৰোৱাৰ নিৰ্দেশ দিয়া হয়। ২০১৮ চনৰ পৰা ২০২৩ চনৰ অক্টোবৰ মাহৰ ভিতৰত এই পোষ্টসমূহ ব্লক কৰোৱা হয়।
কেৰালাৰ সাংসদ জন বৃট্টাছে সদনত কৰা প্ৰশ্নৰ উত্তৰত ৰাজীৱ চন্দ্ৰশেখৰে এই তথ্য দাঙি ধৰে। বৃট্টাছে চৰকাৰৰ তৰফৰ পৰা বিগত পাঁচ বছৰত ডিজিটেল মাধ্যমক দিয়া নিৰ্দেশৰ সংখ্যা আৰু বিতং তথ্য বিচাৰি প্ৰশ্ন উত্থাপন কৰে। যিকোনো ধৰণৰ কণ্টেণ্ট, লিংক ডিলিট কৰোৱা, সংশোধন কৰা অথবা ব্লক কৰোৱাৰ তথ্য বিচাৰে।
২০১৮ চনৰ পৰা চলিত বৰ্ষৰ অক্টোবৰ মাহলৈ কেন্দ্ৰীয় চৰকাৰে পোষ্ট ব্লক কৰোৱা ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ ভিতৰত শীৰ্ষত আছে ‘এক্স’ (পূৰ্বৰ টুইটাৰ)। পাঁচ বছৰত ‘এক্স’ৰ পৰা ব্লক কৰোৱা হৈছে ১৩,৬৬০ টা পোষ্ট। ইয়াৰ পাছতে ফেচবুকক ১০,১৯৭ টা পোষ্ট আঁতৰাবলৈ নিৰ্দেশ দিয়া হয়। ইউটিউবৰ পৰাও আঁতৰোৱা হয় কেইবাটাও ভিডিঅ’। ইনষ্টাগ্ৰামৰ পৰা ৩,০২৩ টা আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা ৪,১৯৯ টা পোষ্ট ব্লক কৰাৰ নিৰ্দেশ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে। বিগত পাঁচ বছৰৰ ভিতৰত ২০২০ চনত সৰ্বাধিক ৯,৮৪৯ টা পোষ্ট আঁতৰোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: central govt indiasocial mediasocial media post
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!
অপৰাধ

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

September 21, 2026
Next Post
এমাজন

এমাজনত অৰ্ডাৰ কৰিছিল ২০ হাজাৰ টকীয়া হেডফোন, পেকেটৰ ভিতৰত ওলাল কি?

বিজেপি

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা আঁতৰোৱাৰ পাছত ছ'চিয়েল মিডিয়াত কি প্ৰতিক্ৰিয়া আঙুৰলতা ডেকাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.