• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ

২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ

4 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

30 minutes ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

53 minutes ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

1 hour ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

2 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

2 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

3 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

4 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

4 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

6 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

7 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ

editor by editor
July 18, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব, সংগীত
0
২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰখ্যাত গজল কণ্ঠশিল্পী জগজিৎ সিঙৰ এটি গীত আছে— “ন উম্ৰ কী সীমা হৌ, ন জন্ম কা হৌ। জব প্যায়াৰ কৰে টু দেখহে কেৱল  মন…৷” অৰ্থাৎ গীতটোত কোৱা হৈছে যে প্ৰেমত বয়সৰ সীমা নাই বা কোনো বান্ধোন নাই, ইয়াত কেৱল মনটোকেই দেখা যায়।

এই বিখ্যাত গীতটোৰ কথাকেই পুনৰ প্ৰমাণ কৰি দিলে জাপানৰ পপ তাৰকা য়ুকি টম’ৱে। য়ুকিয়ে তেওঁতকৈ বয়সত ২৭ বছৰ জ্যেষ্ঠ এজন পুৰুষক বিয়া কৰাইছে৷ তেওঁ হৈছে ৪৭ বছৰীয়া মিটছুও৷ উল্লেখনীয় কথাটো হ’ল য়ুমিৰ মাতৃ আৰু তেওঁৰ স্বামী মিটছুঅ’ৰ দুয়োৰে বয়সত সমান৷

আনহাতে, এই প্ৰেম তথা বিবাহো কম নাটকীয় নহয়! য়ুকিয়ে বিয়া কৰোৱা পুৰুষজন তেওঁৰ অনুৰাগী আছিল৷ কোনো উপলক্ষ্য নোহোৱাকৈ য়ুমিয়ে আৰু এদিন মিটছুঅ’ক লগ পাইছিল৷ তেতিয়া য়ুমিৰ বয়স আছিল ১৭ আৰু মিটছুঅ’ৰ বসয় ৪৪ বছৰ৷ আৰু লাহে লাহে দুয়োজনে ইজনে সিজনক হৃদয় দিবলৈ ধৰিলে।

লগতে পঢ়ক এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!

জাপানাী সংবাদ পত্ৰ য়াহুৰ এক প্ৰতিবেদন অনুসৰি ২০২০ চনত য়ুকি ট’মৱে এটা আইডল গ্ৰুপত আত্মপ্ৰকাশ কৰিছিল। মানুহে তেওঁৰ অভিনয় বহুত ভাল পাইছিল আৰু লাখ লাখ মানুহ তেওঁৰ অনুৰাগী হৈ পৰিছিল।

আৰু মিটছুও আছিল এই লাখ লাখ অনুৰাগীৰ ভিতৰত এজন। য়ুকিৰ অভিনয় দেখি তেওঁ হৈ পৰিল তেওঁৰ অনুৰাগী। এবাৰ য়ুমিক লগ পোৱাৰ সপোন দেখিছিল মিটছুওৱে। য়ুকিৰ প্ৰতিটো কনচাৰ্টত তেওঁ উপস্থিত আছিল। ইয়াৰ পিছতে নাটকীয়ভাৱে ওছাকাত তেওঁলোকৰ সাক্ষাৎ ঘটিছিল৷

কেইদিনমানৰ পিছত প্ৰতিটো কনচাৰ্টতে মিটছুঅ’ৰ উপস্থিতি লক্ষ্য কৰিছিল য়ুকিয়ে। মিটছুঅ’ৰ সেই কথাটোত ভাল লাগিবলৈ ধৰিলে। ইয়াৰ পিছত দুয়োৰে মাজত আৰম্ভ হ’ল কথা-বতৰা।

লগতে পঢ়ক কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!

য়ুকি ট’মৱে সংবাদ মাধ্যমৰ আগত কয় যে, ‘‘মই ভাবো মিটছুও আন অনুৰাগীতকৈ পৃথক। মই তেওঁক বিশ্বাস কৰি মোৰ সমস্যাবোৰ শ্বেয়াৰ কৰিব পাৰো, যিটো মই কেতিয়াও আন কাৰো লগত কৰিব নোৱাৰো।’’

সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুয়োৰে মাজত কথা বতৰা আৰম্ভ হোৱাৰ কিছুদিন পিছতে মিটছুওৱে য়ুকি ট’মৱৰ কনচাৰ্টত উপস্থিত থকাটো বন্ধ কৰি দিয়ে। যেতিয়া য়ুকিয়ে মিটছুঅ’ক দেখা নাপায় দুখ লাগিলবলৈ ধৰিলে।

লগতে পঢ়ক কেৱল TET উত্তীৰ্ণ শিক্ষকেহে পঢ়াব পাৰিব মাদ্ৰাছাত

ইয়াৰ পাছত য়ুমিয়ে নিজেই মিটছুঅ’ৰ ঠিকনা বিচাৰি তেওঁৰ সৈতে যোগাযোগ কৰিলে। সি মিটছুঅ’ক লগ পাই নিজৰ অনুভৱৰ বিষয়ে ক’লে। ইয়াৰ পিছত মিটছুওৱেও তাইক লগে লগে প্ৰেমৰ প্ৰস্তাৱ দিয়ে আৰু দুয়োজনে বিয়াৰ সিদ্ধান্ত লয়।

যেতিয়া য়ুকিৰ মাক-দেউতাকে গম পালে যে ২৭ বছৰ ডাঙৰ মানুহ এজনক বিয়া কৰাব, তেতিয়া তেওঁলোক ইয়াৰ বিৰোধিতা কৰিলে৷ য়ুকিয়ে পৰিয়ালৰ লোকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে।

এদিন তেওঁৰ পৰিয়াল মান্তি হ’ল আৰু চলিত বৰ্ষৰ এপ্ৰিল মাহত মিটছুও আৰু য়ুকিৰ বিবাহসম্পন্ন হৈ যায়। এই বিয়াৰ ভিডিঅ’টোও তেওঁ ইউটিউবত শ্বেয়াৰ কৰিছে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMitsuoyuki tomoeyuki tomoe singer
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

July 27, 2026
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ
বিনোদন

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

July 27, 2026
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?
বাণিজ্য

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

July 27, 2026
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!
জীৱনশৈলী

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

July 27, 2026
Next Post
ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

অৱশেষত চৰকাৰৰ চক্ৰব্যুহ ফালিলে বৰ্ষাশ্ৰীয়ে! উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

অৱশেষত চৰকাৰৰ চক্ৰব্যুহ ফালিলে বৰ্ষাশ্ৰীয়ে! উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.