• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

4 years ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণে দেখুৱাইছে যাদু! আজি কিমান হৈছে সোণ-ৰূপৰ মূল্য?

30 minutes ago
চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

চিকিৎসালয়ত ভৰ্তি দাক্ষিণাত্যৰ অভিনেতা ৰাম চৰণ, চলি আছে অস্ত্ৰোপচাৰ

52 minutes ago
বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

বজাৰলৈ আহিব নতুন প্লাষ্টিকৰ নোট, এই ১০-২০ টকীয়া নোটবোৰ ভাঁজ কৰিব পাৰিবনে?

1 hour ago
২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

২ আগষ্টৰ পৰা ১৮ আগষ্টলৈ ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ, মংগলে কৰিব সহায়!

2 hours ago
অষ্টম দৰমহা আয়োগত কি ভিত্তিত বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা?

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে ৫টা ডাঙৰ আপডেট! দৰমহা আৰু পেঞ্চন কেতিয়া বৃদ্ধি পাব জানক 

2 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

৩০ বছৰৰ পিছত শনিৰ ডাঙৰ সংযোগ, হ’ব আৰ্থিক উন্নতি!

3 hours ago
যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

যন্তৰ মন্তৰত ভোকাতুৰক খাদ্য খুৱাই বিপদত পৰিল জুনেইদ ভাই, UP আৰক্ষীয়ে পঠালে ‘লাভ লেটাৰ’!

4 hours ago
বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

বাথৰুমলৈ মোবাইল লৈ যোৱাৰ অভ্যাস? সাৱধান, বিপদত পৰিব পাৰে আপুনি!

4 hours ago
কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

কঁঠাল আপোনাৰ প্ৰিয় নেকি? এই ফল খালে শৰীৰত কি কি পৰিৱৰ্তন হয় জানো আহক

5 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ ভয়? এই চৰকাৰী আঁচনিসমূহত বিনিয়োগ কৰিলে পাব যথেষ্ট লাভ

6 hours ago
আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

আয়ুষ্মান কাৰ্ডৰ নতুন নিয়ম, সমস্যাত পৰাৰ পূৰ্বে সম্পূৰ্ণ তথ্য জানি লওক

7 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

editor by editor
July 21, 2022
in অসম, ৰাজনীতি
0
ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিগত প্ৰায় দুটা দশক আমূল পৰিৱৰ্তন আৰু বিকাশ সাধন কৰা বুলি দাবী কৰি অহা ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত তথা ফোঁপোলা স্বৰূপটো নগ্নৰূপত ওলাই পৰা দেখা গৈছে৷

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ কলঘৰৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শ্ৰমিক মইনা নায়কে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ এই ফোঁপোলা স্বৰূপটোক প্ৰমাণ কৰে দেখুওৱালে৷

অতি গুৰুতৰভাৱে আঘাত মইনা নায়কক প্ৰথমতে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও শল্য চিকিৎসকৰ অভাৱৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

লগতে পঢ়ক কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?

মৃত্যুৰ সৈতে যুঁজি থকা মইনা নায়কক এখন সাধাৰণ মানৰ এম্বুলেঞ্চেৰে ডিব্ৰুগড়ৰ AMCH ৰপৰা GMCHলৈ প্ৰেৰণ কৰা হয়৷

উল্লেখ্য যে বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়ক কলঘৰৰ চিটিচি মেচিনৰ তলত ঝাড়ু মাৰি থাকোতে চাহপাত শুকোৱা মেচিনত সোমাই পৰিছিল। মেচিনে মইনা নায়কৰ মূৰৰ চুলি এৰুৱাই নিয়াৰ বাবে লাওখোলা উলাই যোৱা লগতে এখন হাতৰ হাড়ৰো ভাঙি যায়৷

ইফালে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ ক্ষেত্ৰত সতৰ্কতামূলক অৱলম্বন নকৰাৰ বাবেই এই ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

লগতে পঢ়ক এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!

আনহাতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছত মইনা নায়কৰ চিকিৎসাৰ ক্ষেত্ৰত বাগিচাৰ কৰ্তৃপক্ষৰ লগতে ৰাজ্য চৰকাৰেও অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে৷

বাৰ্থ ৰূমত পৰি মূৰত আঘাত পোৱা কণ্ঠশিল্পী জুবিন গাৰ্গক এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ বিপৰীতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে যুঁজি থকা মইনা নায়কক এখন সাধাৰণ মানৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰাটোক ৰাজ্যৰ জনতাই সহজভাৱে গ্ৰহণ কৰিব পৰা নাই৷

ইতিমধ্যে সামাজিক মাধ্যমত নেট-নাগৰিকে ৰাজ্য চৰকাৰ আৰু বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰা দেখা গৈছে৷

নেট-নাগৰিকে মইনা নায়কৰ ন্যায়ৰ বাবে এক জনমত গঠনৰ প্ৰয়াস কৰা দেখা গৈছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMaina Nayak
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

সপ্তাহত কিমান পৰিৱৰ্তন হৈছে সোণ-ৰূপৰ মূল্য? আজিয়েই আপোনাৰ চহৰৰ শেহতীয়া মূল্য জানক

July 26, 2026
আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ
ভাৰত

আজি কাৰ্গিল বিজয় দিৱস, ‘অসমৰ কাৰ্গিল নায়ক’ কেপ্তেইন জিন্টু গগৈক সোঁৱৰণ

July 26, 2026
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ
বাণিজ্য

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

July 25, 2026
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?
ভাৰত

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

July 25, 2026
Next Post
অৱশেষত চৰকাৰৰ চক্ৰব্যুহ ফালিলে বৰ্ষাশ্ৰীয়ে! উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

অৱশেষত চৰকাৰৰ চক্ৰব্যুহ ফালিলে বৰ্ষাশ্ৰীয়ে! উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে জামিন

নাৰীক অপমান কৰি গ্ৰেপ্তাৰৰ পাছত কি ক’লে সয়ম্ভূ আচাৰ্য পংকজ পাঠকে?

নাৰীক অপমান কৰি গ্ৰেপ্তাৰৰ পাছত কি ক’লে সয়ম্ভূ আচাৰ্য পংকজ পাঠকে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.