• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?

কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?

4 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

2 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

3 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

4 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

4 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

4 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

5 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

6 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

7 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

7 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

8 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

9 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?

editor by editor
July 18, 2022
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?
0
SHARES
60.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৰুষৰ শুক্ৰাণুৰ সংখ্যা আৰু শুক্ৰাণুৰ মানদণ্ড যদি সঠিক নহয়, তেন্তে তেওঁ সন্তান জন্ম দিবলৈ অক্ষম হৈ পৰে। এনে অৱস্থাত বিবাহিত পুৰুষসকলে নিজৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাটো প্ৰয়োজনীয়৷ নহ’লে বৈবাহিক জীৱনত অসুবিধা হোৱাটো নিশ্চিত। কোনবোৰ খাদ্যই পুৰুষৰ উৰ্বৰতা বৃদ্ধি কৰিব জানো আহক।

কিৱিঃ বিবাহিত পুৰুষসকলে কিৱিক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে৷ কিয়নো ইয়াৰ দ্বাৰা প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায়। ইয়াৰ ফলত শুক্ৰাণুৰ সংখ্যা আৰু গুণগত মান বৃদ্ধি হয়। বিলাহী আৰু ব্ৰকলি খালেও ভিটামিন চি পাব পাৰে।

ছালমন মাছঃ ছালমন(সামুদ্ৰিক) মাছত ওমেগা-৩ ফেটি এচিড পোৱা যায়, যিয়ে শুক্ৰাণুৰ গুণাগুণ আৰু পৰিমাণ বৃদ্ধি কৰাত সহায়ক হয়। যদি আপুনি নিৰামিষভোজী, যাৰ বাবে আপুনি মাছ খাব নোৱাৰে, তেন্তে আপুনি শণ বীজ বা চিয়া বীজ খাব কৰিব পাৰে।

লগতে পঢ়ক কোন ধৰ্মীয় নাৰী-পুৰুষ বিবাহৰ প্ৰতি অনাগ্ৰহী? বিয়াৰ পাছতো সন্তান জন্ম দিব নিবিচাৰে!

কুমলীয়া ৰঙালাও গুটিঃ সাধাৰণতে আমি কুমলীয়া ৰঙালাও গুটি ৰান্ধি থাকোঁতে প্ৰায়ে ডাষ্টবিনত পেলাই দিওঁ, কিন্তু আপুনি হয়তো নাজানে যে এই বীজবোৰক জিংকৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিটো পুৰুষৰ উৰ্বৰতা বৃদ্ধিৰ বাবে অতি উত্তম। জিংকৰ সহায়ত শুক্ৰাণুৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে শুক্ৰাণুৰ মানদণ্ড উন্নত হয়।

লগতে পঢ়ক কেৱল TET উত্তীৰ্ণ শিক্ষকেহে পঢ়াব পাৰিব মাদ্ৰাছাত

সেউজীয়া পাতৰ শাক-পাচলিঃ সেউজীয়া পাতৰ শাক-পাচলিক স্বাস্থ্যৰ সম্পদ বুলি গণ্য কৰা হয়৷ কিন্তু ই পুৰুষৰ উৰ্বৰতাও বৃদ্ধি কৰে। এই শাক-পাচলিত ফলিক এচিড, ভিটামিন বি ৯ পোৱা যায়, যাৰ ফলত শুক্ৰাণুৰ স্বাস্থ্য উন্নত হয়। কচু, ব্ৰাছেল স্প্ৰাউট, শতমূলৰ দৰে বস্তু খালে ভাল ফলাফল পাব পাৰি।

(স্পষ্টীকৰণঃ- ইয়াত দিয়া তথ্যসমূহ ঘৰুৱা প্ৰতিকাৰ আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ইয়াক গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত)

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamHow To Increase Sperm CountMale Fertility
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ

২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ

ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

ফোঁপোলা ৰাজ্যৰ স্বাস্থ্য বিভাগ! ডিব্ৰুগড়ত শল্য চিকিৎসক নাই! গুৱাহাটীলৈ প্ৰেৰণ মইনা নায়কক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.