• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!

এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!

4 years ago
৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

3 hours ago
৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

৩০-৩৫ জনীয়া এটা দলৰ এজন লোকক নিৰ্বিচাৰ আক্ৰমণ, কিন্তু কিয়?

3 hours ago
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

3 hours ago
প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

প্ৰকৃততে কেনেকৈ মৃ*ত্যু হৈছিল গুৱাহাটীৰ হিমাশ্ৰী বড়োৰ?

4 hours ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

5 hours ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

5 hours ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

6 hours ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

7 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

7 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

8 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

9 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!

editor by editor
July 18, 2022
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
এই যুৱকেৰে সাক্ষাৎ হ’লেই গৰ্ভৱতী হয় নাৰী! ৯০০ সন্তানৰ পিতৃ ৩৭ বছৰীয়া এই যুৱক!
0
SHARES
70.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাম তেওঁৰ আডাম হুপাৰ৷ বয়স ৩৭ বছৰ৷ অষ্ট্ৰেলিয়া নিৱাসী৷ প্ৰতিগৰাকীৰ নাৰীকে সন্তানৰ মাতৃ হোৱাৰ সপোন পূৰণ কৰিবলৈ যেন তেওঁ বদ্ধপৰিকৰ৷ লগতে প্ৰতিগৰাকী নাৰীৰ সন্তানৰ পিতৃ হোৱাৰো যেন দুৰ্বাৰ ইচ্ছা আডামৰ!

কুইন্সেলণ্ডত ‘বেবি মেকিং ট্যু’ৰ ঘোষণা কৰাৰ ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে তেওঁ৷ তেওঁ আৰম্ভ কৰিছে ১০ দিনীয়া এক ভ্ৰমণ, য’ত তেওঁ ডিম্বাণু নিৰ্গত হোৱা মহিলাসকলক গৰ্ভৱতী কৰাৰ পৰিকল্পনা কৰিছে৷

আচলতে ২ টা সন্তানৰ পিতৃ আডাম হুপাৰ এজন শুক্ৰাণু দাতা। তেওঁ নিজৰ শুক্ৰাণু নাৰীক প্ৰদান কৰে। যাতে সেই নাৰীসকলে মাতৃত্বৰ সুখ উপভোগ কৰিব পাৰে। তেওঁ ঘোষণা কৰা মতে এই ভ্ৰমণকালত ইচ্ছুক মহিলাসকলক বিনামূলীয়াকৈ শুক্ৰাণু প্ৰদান কৰিব।

লগতে পঢ়ক কেৱল TET উত্তীৰ্ণ শিক্ষকেহে পঢ়াব পাৰিব মাদ্ৰাছাত

অৱশ্যে আডামে বিনামূলীয়াকৈ শুক্ৰাণু দান কৰাৰ আঁৰৰ কাৰণটো হ’ল অষ্ট্ৰেলিয়াৰ আইন। অষ্ট্ৰেলিয়াত শুক্ৰাণু বিক্ৰী কৰিব নোৱাৰি অৰ্থাৎ শুক্ৰাণুৰ বিনিময়ত ধন লোৱাটো বেআইনী। আডামে কয় যে তেওঁ শুক্ৰাণু দান কৰে যাতে সন্তান নথকাসকলে পিতৃ-মাতৃসকলে এই সুখ অনুভৱ কৰিব পাৰে।

এক সাক্ষাৎকাৰত আডামে কয়, মই যি কৰো তাত মোৰ কোনো স্বাৰ্থ নাই। আনকি মোৰ শুক্ৰাণুৰ পৰা জন্ম লোৱা সন্তানক জীৱন দিবলৈও মই সাজু হৈ আছো। যদি তেওঁলোকে কাৰ শুক্ৰাণুৰ পৰা জন্ম হৈছে সেই জন্মদাতা পিতৃৰ বিষয়ে জানিব বিচাৰে, তেনে তেওঁলোকে মোক সাক্ষাৎ কৰিব পাৰিব। যদি তেওঁলোকক মোৰ প্ৰয়োজন হয়, মইও তেওঁলোক সাক্ষাৎ দিবলৈ সাজু।

এতিয়ালৈকে ৯০০ গৰাকী মহিলা হুপাৰৰ শুক্ৰাণুত গৰ্ভৱতী হৈছে।

লগতে পঢ়ক জুলাইত নহয় আগষ্টত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে ভাল খবৰ! কি এই ভাল খবৰ?

আডামে কয় যে এই ভ্ৰমণত তেওঁ কুইন্সলেণ্ডৰ প্ৰতিগৰাকী মহিলাক সহায় কৰিব নোৱাৰিব। যিমান পাৰো সিমান চেষ্টা কৰিম বুলি কৈ ৩৭ বছৰীয়া আডামে কয় যে ফেচবুক, স্পৰ্ম ডনেচন অষ্ট্ৰেলিয়াৰ জৰিয়তে তেওঁ এতিয়ালৈকে ৯০০ মহিলাক গৰ্ভধাৰণ কৰাত সহায় কৰিছে। ইতিমধ্যে তেওঁ ঔৰসৰ ২০ টা সন্তান জন্ম হৈছে।

দৰাচলতে অষ্ট্ৰেলিয়াৰ অবিবাহিত মহিলা আৰু পৰিয়ালসমূহে এতিয়া ব্যয়বহুল পৰম্পৰাগত ক্লিনিক পদ্ধতিৰ পৰা আঁতৰি আহিছে। তেওঁলোকে ব্যক্তিগত শুক্ৰাণু দাতা বিচাৰে। আডামে ইয়াৰ বাবে নিজকে সদায় ফিট বুলিও কয়। আডামে কয় যে ইয়াৰ বাবে তেওঁ নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষাও কৰে যাতে তেওঁ সুস্থ শুক্ৰাণু দান কৰিব পাৰে।

কেৱল এয়াই নহয়, আডামে আন পুৰুষকো শুক্ৰাণু দান কৰিবলৈ অনুপ্ৰাণিত কৰে। অন্য দেশৰ পৰাও আডামৰ পৰা শুক্ৰাণু সংগ্ৰহ কৰিবলৈ নাৰী আহে।

see more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Adam Hooperasom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbaby making tourbest news channel in assamBest news channel of assamBest News Portal in Assamsperm donor
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?
বিনোদন

৮ টকীয়া এই ঔষধটো থাকিলে ৰক্ষা পৰিলহেঁতেন নেকি নানা পাটেকাৰৰ জীৱন?

October 8, 2026
ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি
বিশ্ব

ইউৰোপীয় সংসদত ট্ৰাম্পৰ সোণালী বি*বস্ত্ৰ মূৰ্তি

October 8, 2026
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ
ভাৰত

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

October 8, 2026
Next Post
কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?

কি কি খাদ্য খালে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়?

২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ

২৭ বছৰতকৈ জ্যেষ্ঠ পুৰুষৰ সৈতে বিবাহ জাপানী পপষ্টাৰ য়ুকিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.