• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বেড ৰেষ্টত যশপ্ৰীত বুমৰাহ, ঘৰতে থাকি জিৰণিৰ পৰামৰ্শ

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

বেড ৰেষ্টত যশপ্ৰীত বুমৰাহ, ঘৰতে থাকি জিৰণিৰ পৰামৰ্শ

editor by editor
January 15, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
বেড ৰেষ্টত যশপ্ৰীত বুমৰাহ, ঘৰতে থাকি জিৰণিৰ পৰামৰ্শ
0
SHARES
82
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বেড ৰেষ্টত যশপ্ৰীত বুমৰাহ, ঘৰতে থাকি জিৰণিৰ পৰামৰ্শ

টিম ইণ্ডিয়াৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহৰ আঘাত সন্দৰ্ভত এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। প্ৰকাশিত বাতৰি অনুসৰি বুমৰাহক ঘৰতে বেড ৰেষ্ট ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

বুমৰাহক পিঠিৰ সমস্যা হ্ৰাস নোহোৱালৈকে জিৰণি ল’বলৈ পৰামৰ্শ দিয়া হৈছে। বেগী বলাৰগৰাকীৰ সমস্যা কমি যোৱাৰ পিছতহে তেওঁৰ সুস্থতাৰ সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত বলিং কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰা বুমৰাহে সেই টেষ্টৰে অন্তিম খেলত পিঠিত আঘাত পাইছিল। সেই আঘাতৰ বাবেই এতিয়া বুমৰাহক ঘৰতে থাকি সম্পূৰ্ণ জিৰণি তথা বেড ৰেষ্ট ল’বলৈ পৰামৰ্শ দিয়া হৈছে।

প্ৰতিবেদন অনুসৰি অহা সপ্তাহত বুমৰাহ বেংগালুৰুত অৱস্থিত চেণ্টাৰ অৱ এক্সেলেন্সলৈ যাব পাৰিব। অৱশ্যে এয়াও সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব তেওঁৰ পিঠিৰ বিষৰ সমস্যাৰ ওপৰত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerIndian CricketerJasprit Boomrah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
পুৰুষৰ ভাৰতীয় ক্ৰিকেট দলক পিছ পেলাই ৮ বছৰীয়া অভিলেখ ভংগ মহিলা দলৰ

অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন