• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত

অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত

2 years ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

15 minutes ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

1 hour ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

2 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

2 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

20 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

20 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

21 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

22 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

22 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

23 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

23 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত

editor by editor
January 16, 2025
in চিনেমা, বিবিধ, বিশ্ব, ভাৰত
0
অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত
0
SHARES
524
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত

বলীউডৰ অভিনেতা ছেইউ আলী খানত তেখেতৰ মুম্বাইস্থিত ঘৰৰ ভিতৰতে দুৰ্বৃত্তই আক্ৰমণ কৰে। ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ কৰে অভিনেতাগৰাকীক। বৰ্তমানে সংকটজনক অৱস্থাত মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি।

অৱশ্যে বৰ্তমানে অভিনেতাগৰাকী বিপদৰ বাহিৰত বুলি জানিব পৰা গৈছে। ছেইফৰ অস্ত্ৰোপচাৰ কৰা হৈছে। কচমেটিক চাৰ্জাৰীও কৰা হৈছে। অপাৰেচনৰ সময়ত ছৈফৰ শৰীৰৰ পৰা তিনি ইঞ্চি চোকা কোনো বস্তু এটাও আঁতৰাই দিয়া হৈছে বুলি চিকিৎসকে সদৰি কৰিছে।

প্ৰাথমিক তথ্য অনুসৰি ছেইফৰ ঘৰত নিশা প্ৰা ২.৩০ মান বজাত এজন অচিনাকি ব্যক্তি প্ৰৱেশ কৰি অভিনেতাগৰাকীক আক্ৰমণ কৰে। প্ৰথমে ঘৰৰ এগৰাকী সহায়িকাৰ সৈতে হতাহতি হৈছিল দুৰ্বৃত্তৰ। ঘটনাৰ সময়ত অভিনেতা গৰাকীৰ পৰিয়ালৰ আন একাংশ সদস্যও ঘৰটোত উপস্থিত আছিল।

যেতিয়া অভিনেতাজনে সেই হতাহতিত হস্তক্ষেপ কৰি দুৰ্বৃত্তক শান্ত কৰিবলৈ চেষ্টা কৰে তেতিয়া ছাইফ আলী খানক চুৰিৰে আক্ৰমণ কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে বান্দ্ৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীয়ে জনোৱা মতে, মাজনিশা অভিনেতাজনৰ বান্দ্ৰা ঘৰত সংঘটিত হয় এই ঘটনা। আক্ৰমণৰ ফলত ছেইফৰ হাত, মেৰুদণ্ড আৰু ডিঙিত আঘাত লাগে। পত্নী কৰীণা কাপুৰ খানো পুৱা ৪.৩০ বজাত চিকিৎসালয়ত উপস্থিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actormumbaisaif ali khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’
ভাৰত

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

August 16, 2026
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়
জীৱনশৈলী

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

August 16, 2026
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?
বিশ্ব

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

August 16, 2026
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা
ৰাজনীতি

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

August 16, 2026
Next Post
বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ

বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ

কাইলৈ ১৭ জানুৱাৰীৰ পৰা উত্তৰ দিশে গতি কৰিব শুক্ৰ গ্ৰহ, চাকৰি-ব্যৱসায়ত বিশেষ প্ৰভাৱ

কাইলৈ ১৭ জানুৱাৰীৰ পৰা উত্তৰ দিশে গতি কৰিব শুক্ৰ গ্ৰহ, চাকৰি-ব্যৱসায়ত বিশেষ প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.