• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ ভাৰতীয় ক্ৰিকেট দলক পিছ পেলাই ৮ বছৰীয়া অভিলেখ ভংগ মহিলা দলৰ

পুৰুষৰ ভাৰতীয় ক্ৰিকেট দলক পিছ পেলাই ৮ বছৰীয়া অভিলেখ ভংগ মহিলা দলৰ

2 years ago
অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

9 minutes ago
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

50 minutes ago
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

1 hour ago
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

2 hours ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

10 hours ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

11 hours ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

11 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

11 hours ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

12 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

12 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

13 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

পুৰুষৰ ভাৰতীয় ক্ৰিকেট দলক পিছ পেলাই ৮ বছৰীয়া অভিলেখ ভংগ মহিলা দলৰ

editor by editor
January 15, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
পুৰুষৰ ভাৰতীয় ক্ৰিকেট দলক পিছ পেলাই ৮ বছৰীয়া অভিলেখ ভংগ মহিলা দলৰ
0
SHARES
340
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৰুষৰ ভাৰতীয় ক্ৰিকেট দলক পিছ পেলাই ৮ বছৰীয়া অভিলেখ ভংগ মহিলা দলৰ

ইতিহাস ৰচিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। যি ৰেকৰ্ড ভাৰতীয় পুৰুষ দলৰ সেই ৰেকৰ্ডো ভংগ কৰিলে মহিলা দলে। আজি গুজৰাটৰ ৰাজকোটত এই ইতিহাস ৰচে মহিলা দলে। প্ৰথমবাৰৰ বাবে এদিনিয়া ইন্টাৰনেশ্যনেল ক্ৰিকেটত ৪০০ ৰান পাৰ কৰি ৰানৰ পাহাৰ গঢ়ে ভাৰতীয় মহিলা ক্ৰিকেট দলে।

আয়াৰলেণ্ডৰ বিৰুদ্ধে ৪৩৫ ৰান কৰে মহিলা দলটোৱে। আনহাতে ভাৰতীয় পুৰুষদলে এই ক্ষেত্ৰত বৰ্তমানলৈ এদিনিয়া ইন্টাৰনেশ্যনেল ক্ৰিকেটত ৪১৮ ৰান কৰিবলৈ সক্ষম হৈছে।

ভাৰতীয় মহিলা দল আৰু আয়াৰলেণ্ড মহিলা দলৰ মাজত অনুষ্ঠিত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ অন্তিমখন খেল আজি ১৫ জানুৱাৰী তাৰিখে ৰাজকোটত অনুষ্ঠিত হয়। য’ত মান্ধনা দলে বিপক্ষ দলক ৩০৪ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে।

এদিনীয়া ফৰ্মেটত ৰানৰ ব্যৱধানৰ ক্ষেত্ৰত ভাৰতীয় মহিলা দলৰ এয়া সৰ্ববৃহৎ জয়। ২০১৭ চনৰ আৰম্ভণিতে পটচেফষ্ট্ৰুমত আয়াৰলেণ্ডৰ বিৰুদ্ধে ২৪৯ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰিছিল মহিলা খেলুৱৈয়ে।

আজিৰ খেলখনত ভাৰতৰ হৈ সৰ্বাধিক সফল বলাৰ হয় অল ৰাউণ্ডাৰ দীপ্তি শৰ্মা। দলটোৰ হৈ দীপ্তিয়ে মুঠ ৮.৪ অভাৰ বলিং কৰি ২৭ ৰান খৰচ কৰি তিনিটা উইকেট লাভ কৰে। দীপ্তীৰ উপৰি তনুজা কানৱৰে দুটা আৰু তিতাছ সাধু, সয়ালি সাতঘৰে আৰু মীনু মণিয়ে ক্ৰমে এটাকৈ সফলতা অৰ্জন কৰে।

ক্ৰিকেটাৰৰ ক্ষেত্ৰত দলটোৰ হৈ প্ৰতীকা ৰাৱাল ১২৯টা বলত ১৫৪ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মান্ধনাই ৮০টা বলত ১৩৫ ৰান বৰঙণি আগবঢ়ায়। এই দুই বেটছমেনৰ বাহিৰেও উইকেটকীপাৰ খেলুৱৈ ৰিচা ঘোষে ৪২টা বলত ৫৯ ৰানৰ অৰ্ধশতক কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Indian CricketIndian Women Team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন
অপৰাধ

অভিযুক্তক জামিনৰ বাবে ধনৰ প্ৰয়োজন

October 16, 2026
বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?
অসম

বৰষুণ-বজ্ৰপাতে ম্লান কৰিব নেকি পূজাৰ আনন্দ?

October 16, 2026
মুম্বাইত তেজৰ বিনিময়ত ঘড়ী
জীৱনশৈলী

মুম্বাইত তেজৰ বিনিময়ত ঘড়ী

October 16, 2026
আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন
জীৱনশৈলী

আজি এই ২ ৰাশিৰ বাবে বিশেষ দিন

October 16, 2026
Next Post
অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত

অভিনেতা ছেইফক ঘৰৰ ভিতৰতে ৬ বাৰকৈ ছুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ, সংকটজনক অৱস্থাত হাস্পতালত

বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ

বিজেপিৰ হাততেই সুৰক্ষিত নহয় মহিলা, ২ বছৰ পূৰ্বৰ ঘটনা অৱশেষত পোহৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.